• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰুণাচলৰ দূৰ্গম অঞ্চলত বন্দী হৈ থকা বিশ্বনাথৰ দুই ভগ্নী উদ্ধাৰ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
May 4, 2019 8:30 pm
3.4k
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথ আৰক্ষীয়ে চলোৱা এক সফল অভিযানত আজি অৰুণাচল প্ৰদেশৰ এক দূৰ্গম অঞ্চলত দীৰ্ঘদিন ধৰি গৃহবন্দী হৈ থকা বিহালীৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুটিবাৰী অঞ্চলৰ দুগৰাকী কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উদ্ধাৰ হোৱা কিশোৰী দুগৰাকীক অনু আৰু অৰুণা মুণ্ডা বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে দৰিদ্ৰ পৰিয়ালৰ কিশোৰী দুগৰাকীয়ে কামৰ খাতিৰত মাক-দেউতাকৰ সৈতে গৈছিল অৰুণাচল প্ৰদেশৰ চিৰাং নামৰ এক ভিতৰুৱা অঞ্চললৈ। কিন্তু ভোকৰ এমুঠি ভাত যোগাৰ কৰিবলৈ যোৱাটোৱেই কাল হ’ল দুই ভগ্নীৰ বাবে।

কিবা কৰি মাক দেউতাকে তাৰ পৰা স্বগৃহলৈ উভতি আহিল যদিও অৰুণাচলী লোকৰ হাতত বন্দী হৈ থাকিব লগা হ’ল অণু আৰু অৰুণা মুণ্ডা।

অৱশেষত পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত জিনজিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ মেধি আৰু বিশ্বনাথৰ উপ আৰক্ষী অধীক্ষক মুজাফৰ হুছেইনৰ নেতৃত্বত এটি দলে অৰুণাচললৈ গৈ ১ মে’ৰ পৰা অভিযান চলাই আজি কিশোৰী দুগৰাকীক উদ্ধাৰ কৰে।

Recent News

বঙাইগাঁৱত এগৰাকী কনিষ্ঠ অভিযন্তাৰ চৰমপন্থা গ্ৰহণঃ এই ঘটনাত গ্ৰেপ্তাৰ পি ডব্লিউ ডিৰ দুজনকৈ জ্যেষ্ঠ বিষয়া

বঙাইগাঁৱত এগৰাকী কনিষ্ঠ অভিযন্তাৰ চৰমপন্থা গ্ৰহণঃ এই ঘটনাত গ্ৰেপ্তাৰ পি ডব্লিউ ডিৰ দুজনকৈ জ্যেষ্ঠ বিষয়া

গছ কটা আৰু স্থানান্তৰনক লৈ ৰাজ্য চৰকাৰৰ পৰা SOP বিচাৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

গছ কটা আৰু স্থানান্তৰনক লৈ ৰাজ্য চৰকাৰৰ পৰা SOP বিচাৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

চৰকাৰৰ তত্বাৱধানত থাকিব বিচিচিআই! চৰকাৰে আজি উত্থাপন কৰিব ৰাষ্ট্ৰীয় ক্ৰীড়া শাসন বিধেয়ক-২০২৫

চৰকাৰৰ তত্বাৱধানত থাকিব বিচিচিআই! চৰকাৰে আজি উত্থাপন কৰিব ৰাষ্ট্ৰীয় ক্ৰীড়া শাসন বিধেয়ক-২০২৫

এটা যুগৰ অন্ত! বিশিষ্ট নাট্যকাৰ-পৰিচালক ৰতন থিয়াম আৰু নাই

এটা যুগৰ অন্ত! বিশিষ্ট নাট্যকাৰ-পৰিচালক ৰতন থিয়াম আৰু নাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd