• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তিনিচুকীয়াত অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পণ আলফা (স্বা:) সদস্যৰ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
September 7, 2019 5:21 pm
ULFA leader surrendered

তিনিচুকীয়াত আত্মসমৰ্পণ কৰা আলফা (স্বা:)ৰ সদস্য। ৭ ছেপ্টেম্বৰত।

3.1k
VIEWS
Share on FacebookShare on Twitter

উজনি অসমত উগ্ৰপন্থী বিৰুদ্ধে সেনা আৰু অসম আৰক্ষী অভিযান অব্যাহত থকাৰে মাজতে দুজন আলফা সদস্যই আত্মসমৰ্পণ কৰাৰ বাতৰি পোৱা গৈছে।

সশস্ত্ৰ বিদ্ৰোহৰ পথ এৰি তিনিচুকীয়াত আজি পুনৰ আলফা (স্বা:)ৰ দুজন সদস্যই অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পণ কৰে।

আত্মসমৰ্পণকাৰী সদস্য দুজন হ’ল ক্ৰমে তিনিচুকীয়াৰ কৰ্দৈগুৰি বিষ্ণুপুৰ গাঁৱৰ মানৱ মৰাণ ওৰফে টং অসম আৰু গোলাঘাট বৰপথাৰৰ সীমান্ত মেচ ওৰফে মুকুট অসম। মুকুটৰ দেউতাকৰ নাম কোষেশ্বৰ মেচ।

দুয়োজনে আত্মসমৰ্পণৰ সময়ত দুটা পইণ্ট ৩২ পিষ্টল, ৭জাঁই সক্ৰিয় গুলী, দুটা মেগজিন সেনা-আৰক্ষীক জমা দিয়ে।

আৰক্ষীৰ সূত্ৰই জনায়, গোপন সূত্ৰৰ খবৰৰ ভিত্তিত তিনিচুকীয়া আৰক্ষী-২১০ কোব্ৰা, ৬৮ চি আৰ পি এফ বেটেলিয়ন, ৯ নং ৰাজ ৰাইফলছ, আৰু ২১ পেৰা ফ’ৰ্চে চলোৱা অভিযানৰ সময়ত জিলাখনত সদস্য দুজনে আত্মসমৰ্পণ কৰে।

ULFA leader surrendered_2
তিনিচুকীয়াত আত্মসমৰ্পণ কৰা আলফা (স্বা:)ৰ সদস্য। ৭ ছেপ্টেম্বৰত।

উল্লেখ কৰিব পাৰি যে শেহতীয়াকৈ কেইবাজনো নেতা-সদস্যই সংগঠনটোৰ পৰা ওলাই আহি মূল সুঁতিত যোগদান কৰিছে।

আছুৰ বিষয়বাব লৈ থকা অৱস্থাতে যোৱা এবছৰ পূৰ্বে বিদ্ৰোহী সংগঠনটোত যোগদান কৰা গোলাঘাট জিলাৰ দেৰগাঁৱৰ পংকজ প্ৰতিম দত্ত সশস্ত্ৰ বিপ্লৱৰ পথৰ পৰা যোৱা ৩০ আগষ্টত ওভতি আহিছিল। তেওঁৰ সৈতে আন দুজন সদস্যয়ো আত্মসমৰ্পণ কৰিছিল।

Recent News

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd