• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেমেৰাৰ সন্মুখতে বিষাক্ত সাপ উদ্ধাৰৰ শিহৰণকাৰী দৃশ্য; জয়সাগৰৰ দুই যুৱকৰ ব্যতিক্ৰমী প্ৰয়াস

পার্শ্বজোতি গগৈ, শিৱসাগৰ by পার্শ্বজোতি গগৈ, শিৱসাগৰ
June 24, 2022 1:18 pm
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

310
VIEWS
Share on FacebookShare on Twitter

মানুহৰ ঘৰত সোমাই থকা এটা প্ৰকাণ্ড সাপ সুকলমে উদ্ধাৰ কৰিছে দুই যুৱকে। শিহৰণকাৰী এই দৃশ্য দেখি সঁচাকৈয়ে অভিভূত হৈ পৰে উপস্থিত লোকসকল। বন্যপ্ৰাণী প্ৰিয় এই দুই যুৱকৰ ব্যতিক্ৰমী প্ৰয়াসক প্ৰশংসাও কৰিছে বিভিন্নজনে।

বিলুপ্তিৰ দিশে গতি কৰা বিষাক্ত সাপকে ধৰি বিভিন্ন বন্যপ্ৰাণী উদ্ধাৰ কৰি সুৰক্ষিত স্থানত মুকলি কৰি আহিছে জয়সাগৰৰ আকাশ দাস আৰু বিশ্বজিত বৰুৱাই।

লগতে পঢ়ক: নিমাতী ঘাটত দম দম দেশীয় সুৰাৰ লগতে প্লাষ্টিকৰ খালী পানী বটল: ‘মন যায়’গ্ৰুপৰ চাফাই অভিযান

প্ৰকৃতিৰ অনন্য সুন্দৰ এই বন্যপ্ৰাণীসমুহ ভৱিষ্যত প্ৰজন্মই দেখা পোৱাৰ স্বাৰ্থত বিভিন্ন প্ৰজাতিৰ সাপৰ লগতে আন আন বন্যপ্ৰাণীসমুহ হত্যাৰ পৰিৱৰ্তে সুৰক্ষা প্ৰদান কৰিবলৈ আহ্বান জনোৱা এই দুই যুৱকে বিগত পাঁচটা বছৰ ধৰি বিভিন্ন সময়ত মানুহৰ ঘৰত প্ৰৱেশ কৰা বিভিন্ন প্ৰজাতিৰ সাপৰ লগতে অন্যান্য বন্যপ্ৰাণী উদ্ধাৰ কৰি সুৰক্ষিত স্থানত মুকলি কৰি আহিছে।

উল্লেখ্য যে সাপ আৰু আন আন বন্যপ্ৰাণী সুৰক্ষা নিশ্চিত কৰাৰ লগতে বন্যপ্ৰাণী সম্পৰ্কে আপুনি বহু কথা জানিব পৰাকৈ দুই যুৱকে Wildlife Rescue নামেৰে এটা You Tube চেনেলো আৰম্ভ কৰিছে।

লগতে পঢ়ক: Free Food Scheme: বিঘ্নিত হ’ব দুখীয়াৰ কল্যাণ! বিনামূলীয়া খাদ্য আঁচনি সম্প্ৰসাৰণত বিত্ত মন্ত্ৰালয়ৰ সতৰ্কবাণী

প্ৰয়োজন সাপেক্ষে শিৱসাগৰৰ লগতে দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজে আকাশ দাসক 6002408566 আৰু বিশ্বজিত বৰুৱাক 9954908530 নম্বৰত যোগাযোগ কৰি তেওঁলোকৰ সমস্যা সমাধান কৰাৰ লগতে বন্যপ্ৰাণীৰ সুৰক্ষা নিশ্চিত কৰাত সহযোগিতা আগবঢ়াব পাৰে।

Recent News

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd