DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিমাতী ঘাটত দম দম দেশীয় সুৰাৰ লগতে প্লাষ্টিকৰ খালী পানী বটল: “মন যায়”গ্ৰুপৰ চাফাই অভিযান

এন ই নাও নিউজ, যোৰহাট by এন ই নাও নিউজ, যোৰহাট
June 24, 2022 12:53 pm
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

113
VIEWS
Share on FacebookShare on Twitter

সততে যোৰহাটৰ  নিমাতী ঘাটক লৈ ঘটনা-পৰিঘটনা বা বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচীৰ বাতৰি সম্প্ৰচাৰ কৰা হয়। যোৰহাটৰ নিমাতী ঘাট বুলি ক’লেই সকলোৰে সন্মুখত ভাহি উঠে এক বিনন্দীয়া পৰিবেশ। এই নিমাতী ঘাটেৰেই দেশখনৰ লগতে বিভিন্ন দেশ সমুহৰ পৰা সত্ৰনগৰী মাজুলীলৈ যাত্ৰা কৰে পৰ্যটকসকলে।

বিভিন্ন সময়ত চৰকাৰখনে স্বচ্ছ ভাৰতৰ নামত বিভিন্ন বিজ্ঞাপন সম্প্ৰচাৰ কৰি আহিছে যদিও বাস্তৱত যে একো সুফল লাভ কৰা নাই তাৰ যেন প্ৰকৃত ছৱিখন দেখুৱাই দিলে অমৰ অসীম বৰাৰ নেতৃত্বত “মন যায়” গোটটোৰ সদস্য সকলে।

যোৰহাটৰ নিমাতী ঘাটত দম দম বিভিন্ন ধৰণৰ দেশীয় সুৰাৰ লগতে প্লাষ্টিকৰ খালী পানী বটল সকলো চাফা কৰিছে গোটটোৱে। যি কাম কৰিব লাগিছিল চৰকাৰী  বিভাগে সেই কাম বিভাগটোৱে নকৰাত নৱপ্ৰজন্মই নিজে হাতে-কামে লাগিছে।

এই গোটোটোৱে যে এদিনতেই এই চাফাই শেষ কৰিছে তেনে নহয়, প্ৰতি সপ্তাহত তেওঁলোকে চাফা কৰিব নিমাতী পাৰ ঘাট। লগতে ৰাগিয়াল দ্ৰব্য সেৱন কৰি য’তে ত’তে বটলসমুহ পেলাই পৰিবেশ বিনষ্ট নকৰিবলৈ সকলোকে অনুৰোধ জনাইছে গোটটিয়ে।

এই প্ৰশংসনীয় পদক্ষেপৰ বাবে গোটটোৰ সমুহ কৰ্মকতালৈ ৰাইজে শুভেচ্ছা জনাইছে।

Recent News

Assam Career অভয়াপুৰী মহাবিদ্যালয়ত

Assam Career : অভয়াপুৰী মহাবিদ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

Sivasagar

শিৱসাগৰৰ স্বাস্থ্যকৰ্মীৰ আত্মহত্যা কাণ্ড: চুইচাইড নোটৰ আধাৰত গ্ৰেপ্তাৰ হ’ল দম্পতী

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd