• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাক্সাত ভাৰত-ভূটান ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত নিহত দুই যুৱক

শশাংক তালুকদাৰ, বজালী by শশাংক তালুকদাৰ, বজালী
November 8, 2024 10:24 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

432
VIEWS
Share on FacebookShare on Twitter

বাক্সা জিলাৰ চিমলাত ভাৰত-ভূটান ঘাইপথত বৃহস্পতিবাৰে সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত দুজন যুৱক নিহত হৈছে।

এজন আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে নিহত যুৱক দুজনক পৰাগ দাস (১৭) আৰু উৎপল হীৰা (১৮) বুলি চিনাক্ত কৰা হৈছে।

বাক্সা জিলাৰ ভাৰত-ভূটান পথৰ ৰাষ্ট্ৰীয় ঘাইপথ ১২৭ (এ)ত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

লগতে পঢ়কঃ অসমৰ পৰা ট্ৰেন্সফৰ্মাৰ লৈ বিহাৰলৈ গৈছিল উত্তৰ প্ৰদেশৰ ট্ৰাক; তালাচীত ওলাই পৰিল জোলোঙাৰ মেকুৰী!

খবৰ অনুসৰি, মটৰ চাইকেল (পঞ্জীয়ন নম্বৰ এ এছ ১৪ আৰ ৩৮৮৫) চলাই অহা এই যুৱক দুজনে প্ৰচণ্ড জোৰেৰে গছত খুন্দা মাৰে। ফলত তেওঁলোকৰ থিতাতে মৃত্যু হয়।

স্থানীয় বাসিন্দাসকলে এই ঘাইপথৰ অংশত পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পোৱাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি ইয়াক “মৃত্যুৰ ফান্দ” বুলি অভিহিত কৰিছে।

বিশেষকৈ মটৰ চাইকেল আৰু গধুৰ বাহনৰ গতি সীমা বলবৎ নকৰাৰ বাবেই সঘনাই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে।

লগতে পঢ়কঃ ৩৬ বছৰ পিছত ছলমান ৰুছদিৰ ‘দ্য ছ্যেটেনিক ভাৰ্ছেছ’ গ্ৰন্থৰ আমদানিৰ ওপৰত নিষেধাজ্ঞা প্ৰত্যাহাৰ!

মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ দুটা মুছলপুৰস্থিত ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। 

Recent News

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি কাৰাগাৰৰ আলহী হ’ল সুন্দৰী!

অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি কাৰাগাৰৰ আলহী হ’ল সুন্দৰী!

অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানে ভাৰতৰ যুদ্ধ বিমান ধ্বংস কৰিছিল! সেনাপ্ৰধানৰ মন্তব্যত দেশজুৰি তোলপাৰ

অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানে ভাৰতৰ যুদ্ধ বিমান ধ্বংস কৰিছিল! সেনাপ্ৰধানৰ মন্তব্যত দেশজুৰি তোলপাৰ

ক’ভিডত আক্ৰান্ত ২৭০০ৰো অধিক লোক, ৭ জনৰ মৃত্যুঃ কেৰালা, মহাৰাষ্ট্ৰ, দিল্লীত আটাইতকৈ বেছি ক্ষতি

ক’ভিডত আক্ৰান্ত ২৭০০ৰো অধিক লোক, ৭ জনৰ মৃত্যুঃ কেৰালা, মহাৰাষ্ট্ৰ, দিল্লীত আটাইতকৈ বেছি ক্ষতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd