• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অসমৰ পৰা ট্ৰেন্সফৰ্মাৰ লৈ বিহাৰলৈ গৈছিল উত্তৰ প্ৰদেশৰ ট্ৰাক; তালাচীত ওলাই পৰিল জোলোঙাৰ মেকুৰী!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 8, 2024 9:48 am
অবৈধ সুৰা সৰবৰাহকাৰী ট্ৰাকখন। ফটো সৌজন্যঃ নৱভাৰত টাইমছ।

অবৈধ সুৰা সৰবৰাহকাৰী ট্ৰাকখন। ফটো সৌজন্যঃ নৱভাৰত টাইমছ।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ নম্বৰৰ এখন ট্ৰাক অসমৰ পৰা ট্ৰেন্সফৰ্মাৰ লৈ বিহাৰ পাইছিল। ট্ৰাকখন গৈ মুজাফ্ফৰপুৰ পাইছিল। উত্তৰ প্ৰদেশৰ UP-23 T- 9575 নম্বৰৰ মিনি ট্ৰাকখন অৰৰিয়া জিলাত প্ৰৱেশ কৰে। তাতেই অৰৰিয়া জিলাৰ নৰপাটগঞ্জ আৰক্ষীয়ে ট্ৰাকখন ৰখাই দিয়ে।

আৰক্ষীয়ে লক্ষ্য কৰে যে ট্ৰাকখনত এটা বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ ৰখা আছে। চালকজনক সোধা-পোছা কৰাৰ সময়ত তেওঁ ট্ৰেন্সফৰ্মাৰটো লৈ মুজাফ্ফৰপুৰলৈ যোৱা বুলি কয়। ইফালে নৰপাটগঞ্জ থানাৰ একাংশ আৰক্ষীয়ে ট্ৰাকখনত উঠি তালাচী আৰম্ভ কৰে। আৰক্ষীয়ে তালাচী আৰম্ভ কৰাৰ লগে লগে ‘ জোলোঙাৰ মেকুৰী ওলাই পৰে’ আৰু ট্ৰেন্সফৰ্মাৰৰ প্ৰকৃত সত্য পোহৰলৈ আহে।

ৰাষ্ট্ৰীয় দৈনিক কাকত নৱভাৰত টাইমছৰ বাতৰি মতে, তালাচীৰ সময়ত নৰপাটগঞ্জ আৰক্ষীয়ে ট্ৰেন্সফৰ্মাৰৰ ভিতৰত লুকুৱাই অনা বিলাতী সুৰাৰ বৃহৎ চালান উদ্ধাৰ কৰে। ট্ৰেন্সফৰ্মাৰৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হয় ৮৪২৪টা বটল অবৈধ বিলাতী সুৰা। লগে লগে এই গোচৰত ট্ৰাকখনৰ চালক আৰু সহায়কক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। এই সুৰা অসমৰ পৰা মুজাফ্ফৰপুৰলৈ লৈ যোৱা হৈছিল।

Apply Now

লগতে পঢ়কঃ ৩৬ বছৰ পিছত ছলমান ৰুছদিৰ ‘দ্য ছ্যেটেনিক ভাৰ্ছেছ’ গ্ৰন্থৰ আমদানিৰ ওপৰত নিষেধাজ্ঞা প্ৰত্যাহাৰ!

প্ৰকাশিত বাতৰি অনুসৰি, নৰপাটগঞ্জ আৰক্ষী থানাই এখন ট্ৰাকত অবৈধ সুৰা সৰবৰাহ কৰা বুলি গোপন তথ্য লাভ কৰিছিল। এই তথ্যৰ ভিত্তিত আৰক্ষীয়ে নৰপাটগঞ্জ থানা এলেকাৰ কলেজ চ’কৰ সমীপৰ ৫৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন পৰীক্ষা কৰিবলৈ আৰম্ভ কৰে।

তালাচীৰ সময়ছোৱাত এখন বগা ৰঙৰ মিনি ট্ৰাক ৰখাই দিয়া হৈছিল। ট্ৰেন্সফৰ্মাৰৰ দৰে আকৃতি এটা তাৰ ওপৰত বোজাই কৰা হৈছিল। আৰক্ষীয়ে ট্ৰাকখন পৰীক্ষা কৰি সন্দেহ প্ৰকাশ কৰে। আৰক্ষীয়ে ট্ৰেন্সফৰ্মাৰটো ভালদৰে পৰীক্ষা কৰি তাৰ ভিতৰত ৮৪২৪টা বিলাতী সুৰাৰ বটল উদ্ধাৰ কৰে।

উদ্ধাৰ হোৱা সুৰাখিনি অৰুণাচল প্ৰদেশত তৈয়াৰী। আৰক্ষীয়ে জব্দ কৰিছে সুৰাসহ ট্ৰাকখন। আটকাধীন অভিযুক্তৰ দুজনৰ নাম উত্তৰ প্ৰদেশৰ ৰামপুৰ জিলাৰ কেমৰি থানাৰ বাসিন্দা জামিল আহমেদৰ পুত্ৰ নদিম আহমেদ আৰু উত্তৰাখণ্ডৰ নাইনিতাল জিলাৰ উধম সিং নগৰৰ বাসিন্দা ফৰজান আলীৰ পুত্ৰ ফৰমান আলী।

লগতে পঢ়কঃ বন্ধু ভাল, কিন্তু এনেকুৱা বন্ধু থাকিলে জীৱন অতিষ্ঠ হৈ পৰে! চাওক, বিষাক্ত সংগীক বিদায় দিয়াৰ কিটিপ

এই সন্দৰ্ভত অৰৰিয়াৰ আৰক্ষী অধীক্ষক অমিত ৰঞ্জনে কয় যে ‘জিলাখনত সুৰা সৰবৰাহকাৰীক আৰক্ষীয়ে অহৰহ অভিযান অব্যাহত ৰাখিছে। যোৱা ১৫ দিনত উদ্ধাৰ হৈছে ১০ হাজাৰ লিটাৰতকৈ অধিক অবৈধ সুৰা। সুৰাৰ লগত জড়িত বহুকেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে।

তেওঁ লগতে কয় যে নৰপাটগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীয়ে সুৰা উদ্ধাৰত প্ৰশংসনীয় কাম কৰিছে। ট্ৰেন্সফৰ্মাৰৰ দৰে আকৃতিৰ কাৰ্টনত সুৰা চালান কৰা ট্ৰাকখনৰ ভিতৰত ৮৪২৪টা বিলাতী সুৰাৰ বটল লুকুৱাই ৰাখিছিল। উদ্ধাৰ হোৱা সুৰাখিনি অৰুণাচল প্ৰদেশত তৈয়াৰী আৰু অসমত বোজাই কৰা হৈছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd