• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন্ধু ভাল, কিন্তু এনেকুৱা বন্ধু থাকিলে জীৱন অতিষ্ঠ হৈ পৰে! চাওক, বিষাক্ত সংগীক বিদায় দিয়াৰ কিটিপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 8, 2024 7:53 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বন্ধু হৈছে আমি নিজে বাছি লোৱা এক পৰিয়াল, আৰু সেইবাবেই আমি আমাৰ বন্ধু-বান্ধৱীবোৰ সযতনে বাছি লোৱা উচিত। এইসকল এনেকুৱা ব্যক্তি যি আমাৰ গোপনীয়তা, আমাৰ দুৰ্বলতা, আমাৰ পৰিকল্পনা আৰু আমাৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানে। তেওঁলোকৰ সৈতে আমাৰ সম্পৰ্ক গভীৰ আৰু বিশেষ।

যদি আপোনাৰ কোনো বন্ধু আছে যাক আপুনি সম্পূৰ্ণৰূপে বিশ্বাস কৰিব পাৰে, যিয়ে আপোনাৰ মুখত হাঁহি ফুটাব পাৰে আৰু যিয়ে প্ৰতিটো কঠিন সময়ত আপোনাৰ কাষত থিয় দিয়ে, তেন্তে আপুনি অতি ভাগ্যৱান। যদিও কেতিয়াবা আমি এই কথাটোক আওকাণ কৰো যে কিছুমান বন্ধুৱে আমাৰ জীৱনত নেতিবাচকতা আনে।

পিছত কুৎসা ৰটনা কৰাসকল বন্ধু নহয়

কিছুমান মানুহে আপোনাৰ দুৰ্বলতাক লৈ ঠাট্টা কৰে, আৰু আপুনি আপোনাৰ আন বন্ধু-বান্ধৱীৰ সৈতে সময় কটালে ঈৰ্ষা অনুভৱ কৰিব পাৰে। তেওঁলোকে আপোনাৰ পিছত বেয়া কথা কয় বা প্ৰয়োজনৰ সময়তহে যোগাযোগ কৰে। এইবোৰ কথা সৰু যেন লাগিব পাৰে, কিন্তু পুনৰাবৃত্তি কৰিলে আপোনাৰ আত্মসন্মান আৰু মানসিক শান্তিৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। যদি আপোনাৰ ‘বন্ধু’ এই সকলোবোৰ কামত জড়িত হৈ থাকে তেন্তে তেওঁ আপোনাৰ ক্ষতি কৰা বিষাক্ত ব্যক্তি।

Apply Now

বন্ধুত্ব ভংগ কৰাৰ পিছত নিজকে অপৰাধী অনুভৱ নকৰিব

যদি আপুনি এনেকুৱা পৰিস্থিতিত পৰে তেন্তে এনে বন্ধুৰ পৰা নিজকে আঁতৰাই ৰখাটো জৰুৰী। কিন্তু ইয়াৰ বাবে নিজকে দোষী অনুভৱ নকৰিব। কাৰণ প্ৰায়ে বন্ধুত্ব বিচ্ছিন্ন হ’লে আমি নিজকে দোষ দিওঁ। আপুনি অনুভৱ কৰক যে এই সম্পৰ্কই আপোনাক আঘাত দিছে, আৰু এনে বন্ধুত্বক কোনো ধৰণৰ ক্ষমা বা দ্বিতীয় সুযোগ দিয়া উচিত নহয়। যিজন ব্যক্তিয়ে আপোনাক সদায় তললৈ নমাই ৰাখে তেওঁক ‘বন্ধু’ বুলি ক’ব নোৱাৰি।

বন্ধুত্বৰ অন্ত পেলোৱাটো সহজ নহয়

বিষাক্ত বন্ধুৰ পৰা নিজকে আঁতৰাই ৰখাটো কেতিয়াও সহজ নহয়। কাৰণ, আপুনি তেওঁলোকক আপোনাৰ বন্ধু বুলি গণ্য কৰিছিল আৰু আপোনালোকৰ মাজত সম্পৰ্ক আছিল। আপুনি তেওঁলোকক মিছ কৰিব। কেৱল আপোনালোক দুয়োজনে একেলগে কটোৱা সেই বিশেষ মুহূৰ্তবোৰৰ মনত পৰিব। আপুনি আৱেগিকভাৱে দুৰ্বল অনুভৱ কৰিলে তেওঁলোকক ফোন কৰিব বিচাৰিব পাৰে। ছ’চিয়েল মিডিয়াত আন বন্ধুৰ সৈতে তেওঁলোকৰ ছবি দেখি আপুনিও দুখ পাব পাৰে। কিন্তু এই দিনবোৰত আপুনি নিজকে সোঁৱৰাই দিব লাগিব যে আপুনি কিয় এই সিদ্ধান্ত লৈছিল।

সেই বন্ধুসকলে আপোনাৰ লগত ভাল ব্যৱহাৰ কৰা নাছিল, বৰঞ্চ আপোনাৰ জীৱনলৈ নেতিবাচকতা আনিছিল। প্ৰকৃত বন্ধু হ’ল সেইসকল যিয়ে আপোনাক জীৱনত আগবাঢ়ি যোৱাত সহায় কৰে, আপোনাক পিছুৱাই নিদিয়ে। আপুনি তেওঁলোকক নিশ্চয় মিছ কৰিব, কিন্তু এইটোও বুজাটো গুৰুত্বপূৰ্ণ যে আপোনাক তললৈ নমাই দিয়া আৰু বন্ধু বুলি দাবী কৰা মানুহৰ পৰা আঁতৰি থকাটোৱে সঠিক।

নাটক অবিহনেই বন্ধুত্বৰ এইদৰে অন্ত পেলাওক

প্ৰাপ্তবয়স্ক হৈ বন্ধুত্বৰ অন্ত পেলোৱাৰ অৰ্থ এইটো নহয় যে আপুনি কাজিয়া কৰিব লাগিব বা ডাঙৰ নাটকৰ সৃষ্টি কৰিব লাগিব। লাহে লাহে ব্যক্তিজনৰ পৰা দূৰত্ব গঢ়ি তোলক। যদি তেওঁলোকে সুধিছে কি ভুল হ’ল, তেন্তে সঁচা কথা কওক, কিন্তু সেই নেতিবাচকতাক আপোনাৰ জীৱনলৈ ঘূৰি আহিবলৈ নিদিব। যিসকল লোকে আপোনাক সুখী কৰে আৰু আপোনাৰ কাষত থাকে তেওঁলোককহৈ আপোনাৰ জীৱনত ঠাই দিয়ক। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm
হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am
মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

September 6, 2026 10:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd