• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Uber-এ ইয়াৰ দ্বিতীয়টো কেন্দ্ৰ স্থাপন কৰিলে ভাৰতত; নিযুক্তি দিব ৫০০ লোকক

এন ই নাও নিউজ by এন ই নাও নিউজ
December 4, 2019 5:15 pm
Uber Office
664
VIEWS
Share on FacebookShare on Twitter

বিশ্বখ্যাত কাৰ টেক্সি এপ উবেৰে ভাৰতত দ্বিতীয়টো চেণ্টাৰ অব এক্সেলেন্স স্থাপন কৰিছে আৰু এইটো হৈছে বিশাখাপট্টনমত।

২ ডিচেম্বৰত আমেৰিকা ভিত্তিক কোম্পানিটোৱে এই ঘোষণা কৰাৰ লগতে নতুনকৈ স্থাপন হোৱা কেন্দ্ৰটোত ৫০০ লোক নিয়োগ কৰা হ’ব বুলি জনাইছে।

কোম্পানিটোৰ ইতিপূৰ্বে হাইদৰাবাদত এটা কেন্দ্ৰ আছে আৰু নতুন কেন্দ্ৰটো তাৰে সম্প্ৰসাৰিত কেন্দ্ৰ।

উবেৰৰ এছিয়া পেচিফিকৰ কমিউনিটি অপাৰেইশ্যনৰ ছিনিঅ’ৰ ডিৰেক্টৰ ছু লিন ৱেনে কয়, এই কেন্দ্ৰটোৱে ভাৰতৰ গ্ৰাহকসকলৰ লগতে এছিয়া পেচিফিক অঞ্চলটোৰ গ্ৰাহকসকললৈ ছাপ’ৰ্ট আগ বঢ়াব।

নিয়োজিত ৫০০ লোকক প্ৰশিক্ষণ দিয়া হ’ব আৰু এই প্ৰশিক্ষিত লোকসকলৰ গোটবোৰে কোম্পানিটোলৈ অহা যিকোনো ধৰণৰ জৰুৰী বিষয় বা ঘটনাৰ প্ৰতি সঁহাৰি দিব। সপ্তাহৰ আটাইকেইটা দিনতে ২৪ ঘণ্টাই এই সেৱা আগ বঢ়োৱা হ’ব।

আমি ইতিপূৰ্বে ৭০জন লোকক ল’লো আৰু অহা বছৰৰ প্ৰথমভাগতে ইয়াৰ সংখ্যা ১২০জন হ’ব। আমি আশা কৰিছো অহা বছৰটোৰ শেষলৈ ৫০০জনক লোৱা হ’ব, লিন ৱেনে কয়।

উবেৰে ইয়াৰ ভাৰতীয় প্ৰতিদ্বন্দ্বী Ola-ৰ সৈতে ব্যৱসায়িক প্ৰতিযোগিতাত আছে আৰু এই প্ৰতিযোগিতাত অধিক আগ বাঢ়ি থকাৰ কৌশলৰ অংশ হিচাপে এই নতুন কেন্দ্ৰটো স্থাপন কৰা হৈছে।

ইয়াৰ পূৰ্বে ২০১৫ চনত ভাৰতৰ প্ৰথমটো কেন্দ্ৰ হাইদৰাবাদত স্থাপন কৰা হৈছিল, য’ত বৰ্তমান ১,০০০-ৰ অধিক কৰ্মচাৰী আছে।

Recent News

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনৰ সময়সীমা ৬ মাহলৈ বৃদ্ধি: লোকসভাত অনুমোদন লাভ

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনৰ সময়সীমা ৬ মাহলৈ বৃদ্ধি: লোকসভাত অনুমোদন লাভ

৩ বছৰত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ খৰচ ২৯৫ কোটি টকা! ৰাজ্যসভাত জনালে পবিত্ৰ মাৰ্ঘেৰিটাই

৩ বছৰত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ খৰচ ২৯৫ কোটি টকা! ৰাজ্যসভাত জনালে পবিত্ৰ মাৰ্ঘেৰিটাই

পেলেষ্টাইনক ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰিলে ফ্ৰান্সে! ক্ষুব্ধ ইজৰাইল-আমেৰিকা

পেলেষ্টাইনক ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰিলে ফ্ৰান্সে! ক্ষুব্ধ ইজৰাইল-আমেৰিকা

লোক নির্মাণ বিভাগত চৰম অনিয়ম : নিয়ম-নীতিক বৃদ্ধাংগুষ্ঠ দেখুৱাই একাংশ ঠিকাদাৰী প্রতিষ্ঠানক গতাইছে ঠিকা

লোক নির্মাণ বিভাগত চৰম অনিয়ম : নিয়ম-নীতিক বৃদ্ধাংগুষ্ঠ দেখুৱাই একাংশ ঠিকাদাৰী প্রতিষ্ঠানক গতাইছে ঠিকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd