• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আহি আছে UBER-ৰ উৰন্ত টেক্সি সেৱা; হ্ৰাস পাব নগৰীয়া যান-জঁট

এন ই নাও নিউজ by এন ই নাও নিউজ
January 7, 2020 3:12 pm
Flying-Car

উড়ন্ত টেক্সি, উৎস-ইণ্টাৰনেট

3.6k
VIEWS
Share on FacebookShare on Twitter

জনপ্ৰিয় ‘কেব’ সেৱা উবেৰে অতি সোনকালে উৰন্ত বাহন মুকলি কৰিব যাৰফলস্বৰূপে সমগ্ৰ বিশ্বত নগৰীয়া যান-জঁট অতিক্ৰমী কাৰ্মস্থলীত উপস্থিত হোৱাতো সহজ হৈ পৰিব।

আমেৰিকাৰ মাল্টিনেশ্যনেল উবেৰ টেকন’লোজি আৰু দক্ষিণ কোৰিয়াৰ বাহন নিৰ্মাতা প্ৰতিষ্ঠান হুণ্ডাই ম’টৰছে অলপতে ইলেক্ট্ৰিক উৰন্ত টেক্সিৰ বিকাশৰ বাবে চুক্তি সম্পাদন কৰিছে।

প্ৰযুক্তিগত আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত থকা অসুবিধাসমূহ দূৰ কৰাৰ বাবে উবেৰ আৰু হুণ্ডায়ে উৰন্ত বাহন নিৰ্মাণৰ বাবে দীঘলীয়া সময় ল’ব।

ল’জ ভেগাছত অনুষ্ঠিত হোৱা কনজিউমাৰ ইলেক্ট্ৰ’নিক শ্ব’ত উবেৰ ইলেভেতৰ মুৰব্বী ইৰিক এলিছনে উবেৰে ২০২৩ চনৰ ভিতৰত উৰন্ত টেক্সি সেৱা মুকলি কৰিব বুলি প্ৰকাশ কৰে।

হুণ্ডাইৰ উপৰিও অৰোৰা ফ্লাইট চায়েঞ্চ উবেৰৰ এই প্ৰকল্পৰ অংশীদাৰ হ’ব।

হুণ্ডায়ে উৰন্ত টেক্সি নিৰ্মাণৰ কাম কৰাৰ বিপৰীতে উবেৰে ইয়াৰ পৰিছালন নিয়ন্ত্ৰণ কৰিব।

হুণ্ডাইৰ এক বিভাগীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি প্ৰতিষ্ঠানটোৱে চাৰিগৰাকী যাত্ৰীৰে সৈতে ১০০ কিলোমিটাৰ দূৰত্বলৈ চলাচল কৰিব পৰা বাহন নিৰ্মাণ কৰিবলৈ সক্ষম।

আনহাতে, সকলোৱে উৰি উৰি ভ্ৰমণৰ মাদকতা ল’ব পৰা ধৰণে ইলেক্ট্ৰিক বাহনখন মিতব্যয়ী হ’ব।

হুণ্ডায়ে নগৰীয় বায়ু গতিশীলতা প্ৰকল্পৰ বাবে ১.২ বিলিয়ন পাউণ্ড বিনিয়োগ কৰিছে।

হুণ্ডাইৰ উপৰিও জাৰ্মানীৰ দাইমলাৰ, চীনৰ গিলি অট’মোবাইল আৰু জাপানৰ টয়’টায়ো উৰন্ত বাহন নিৰ্মাণৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিছে।

সমগ্ৰ প্ৰকল্পই বাস্তৱ ৰূপ লাভ কৰিলে উবেৰে মিতব্যয়ী উৰণৰ সুবিধা আগবঢ়োৱা প্ৰথমটো কোম্পানী হিচাপে পৰিগণিত হ’ব।

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd