• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ট্ৰাম্পে আমাৰ দেশখনক ঠাট্টা কৰিছে’, উদ্ধৱ থাকৰেৰ পৰামৰ্শ, এজন ‘শক্তিশালী প্ৰধানমন্ত্ৰী লাগে’

by
August 7, 2025 8:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উদ্ধৱ থাকৰেই নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনক কটাক্ষ কৰিছে। শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ঘোষণাৰ উদ্ধৃতি দি শিৱসেনাৰ (উদ্ধৱ শিৱিৰ) মুৰব্বীগৰাকীয়ে কয় যে ট্ৰাম্পে আমাৰ দেশখনক ঠাট্টা কৰিছে। তেওঁ লগতে কটাক্ষ কৰি কয় যে, “আমাক এজন শক্তিশালী প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী লাগে।”

শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত ২৫ শতাংশ অতিৰিক্ত শুল্ক ঘোষণা কৰিছে। ফলত ৰাছিয়াৰ পৰা ভাৰতৰ তেল আমদানিৰ ওপৰত মুঠ শুল্ক ৫০ শতাংশতকৈও অধিক হৈ পৰিল।

ট্ৰাম্পে দাবী কৰে যে ৰাছিয়াৰ তেল আমদানি কৰি মস্কোৰ যুদ্ধ চলোৱাৰ ক্ষমতা বৃদ্ধি পাইছে, আৰু ইয়াৰ পৰা ভাৰতে লাভৱান হৈছে। অৱশ্যে ইউৰোপ বা আমেৰিকাই ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাত মৌনতা অৱলম্বন কৰিছে ট্ৰাম্পে।

ভাৰত চৰকাৰে এই পৰিস্থিতিক ‘অন্যায় আৰু অযুক্তিকৰ’ বুলি অভিহিত কৰিছে। অৱশ্যে বিৰোধী শিবিৰে ট্ৰাম্পৰ ঘোষণাক এক আলম হিচাপে ব্যৱহাৰ কৰি কেন্দ্ৰক কাঠগড়াত তুলিছে।

ইপিনে, প্ৰধানমন্ত্ৰী মোডীৰ আগন্তুক চীন ভ্ৰমণ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে উদ্ধৱ থাকৰেই। তেওঁ কয়, “চীনটো পাকিস্তানৰ ‘সকলো বতৰৰ বন্ধু’। গতিকে সিদ্ধান্ত লোৱা হওক আমাৰ বন্ধু কোন আৰু আমাৰ শত্ৰু কোন?” তেওঁৰ কটাক্ষ আছিল, “এসময়ত ‘চীনা সামগ্ৰী বৰ্জন’ৰ আহ্বান আহিছিল। এতিয়া মোডী আকৌ চীনলৈ কিয় যায়?”

এই বিতৰ্কৰ মাজতে ৰাহুল গান্ধীয়ে আজি দিল্লীত ইণ্ডিয়া মিত্ৰজোঁটৰ এক বৃহৎ বৈঠক আহ্বান কৰিছে। উদ্ধৱ থাকৰেৰ বাহিৰেও শাৰদ পাৱাৰ, অখিলেশ যাদৱ, তেজস্বী যাদৱকে ধৰি প্ৰায় এক ডজন বিৰোধী নেতাই অংশগ্ৰহণ কৰিছে। পুৱা ৰাহুলে নিজেই ট্ৰাম্পৰ শুল্ক নীতিক ‘অৰ্থনৈতিক ব্লেকমেইল’ বুলি তীব্ৰ আক্ৰমণ কৰে।

এই বৈঠকত উপস্থিত থাকিবনে ৰাজ থাকৰে? এই প্ৰশ্নৰ প্ৰত্যক্ষ উত্তৰ এৰাই চলি উদ্ধৱে কয়, “আমি দুজন ভাতৃ যথেষ্ট সক্ষম। আমি যি কৰিব লাগিব তাকেই কৰিম। আমাক তৃতীয় পক্ষৰ প্ৰয়োজন নাই।”

দুটা দশকৰ পূৰ্বে ৰাজ আৰু উদ্ধৱ থাকৰেৰ মাজত মতানৈক্যৰ বাবে শিৱসেনা বিভাজিত হৈছিল। অৱশ্যে শেহতীয়াকৈ মাৰাঠী গৌৰৱ আৰু ভাষা আন্দোলনৰ বিষয়টোত তেওঁলোক ওচৰলৈ আহিছে। এই প্ৰসংগত উদ্ধৱে স্পষ্টকৈ কয়, “আমি কোনো ভাষাক ঘৃণা নকৰো। কিন্তু আমাৰ ওপৰত কোনো ভাষা জাপি নিদিব।”

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

August 28, 2025 8:18 pm
ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

August 28, 2025 7:22 pm
মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

August 28, 2025 6:22 pm
বায়ু প্ৰদূষণে একেবাৰতে ৩.৫ বছৰ হ্ৰাস কৰিছে ভাৰতীয়ৰ গড় আয়ুস; প্ৰতিবেদনত উদ্বেগজনক তথ্য

বায়ু প্ৰদূষণে একেবাৰতে ৩.৫ বছৰ হ্ৰাস কৰিছে ভাৰতীয়ৰ গড় আয়ুস; প্ৰতিবেদনত উদ্বেগজনক তথ্য

August 28, 2025 6:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

August 28, 2025 8:18 pm
ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

August 28, 2025 7:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd