• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জ্বলিছে মণিপুৰ-হাৰিয়ানা: উদ্ধৱ থাকৰেৰ প্ৰশ্ন, ‘এয়া ৰাম ৰাজ্য নে?’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2023 9:29 am
878
VIEWS
Share on FacebookShare on Twitter

হিংসাৰ জুইত জাহ গৈছে মণিপুৰ আৰু হাৰিয়ানা। গোষ্ঠীগত সংঘৰ্ষই বিগত তিনিমাহ ধৰি মণিপুৰ অশান্ত কৰি ৰখাৰ ষিছত এতিয়া সাম্প্ৰদায়িক সংঘৰ্ষই দগ্ধ কৰিছে হাৰিয়ানাক। বিজেপি শাসিত এই দুয়োখন প্ৰদেশতে এতিয়া জনসাধাৰণৰ নিৰাপত্তা সংকটাপন্ন হৈ পৰিছে।

এনে অৰাজক পৰিস্থিতিৰ মাজতে শাসকীয় বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেই এয়া ৰাম ৰাজ্য নে বুলি প্ৰশ্ন কৰিছে। “প্ৰথমে মণিপুৰত, এতিয়া হাৰিয়ানাত; এইয়া ৰাম ৰাজ্য নেকি নে নহয়?”- বিজেপিক কটাক্ষ কৰি থাকৰেই কয়।

মণিপুৰৰ প্ৰসঙ্গ উত্থাপনেৰে থাকৰেই লগতে কয়, “চৰকাৰে তাত কি কৰিছে? মই বাৰে বাৰে মণিপুৰৰ পৰিস্থিতিৰ বিষয়ে সুধিছো। মণিপুৰৰ ৰাজ্যপাল এগৰাকী মহিলা আৰু তাত মহিলাৰ ওপৰত অত্যাচাৰ হৈছে। ৰাজ্য চৰকাৰৰ ফালৰ পৰা একো হোৱা নাই। ক’ত আছে চৰকাৰৰ ডাবল ইঞ্জিন?”

ইফালে বিজেপিৰ মহাৰাষ্ট্ৰৰ বিধায়ক নিতেশ ৰাণেই বিধানসভাত দিয়া এক বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উদ্ধৱ থাকৰেই বিজেপিয়ে মহিলাক সুৰক্ষা দিব নোৱাৰে বুলি মন্তব্য কৰে আৰু সেয়ে বিজেপিৰ পৰা উদ্ভট মন্তব্যহে আশা কৰিব পাৰি বুলি কটাক্ষ কৰে থাকৰেই।

মণিপুৰত মহিলাৰ ওচৰত চলা অকথ্য নিৰ্যাতনৰ দোহাই দি থাকৰেই হিন্দুত্বৰ কথা কোৱা বিজেপিয়ে দেশৰ নাৰীসকলক ৰক্ষা কৰিবলৈও চেষ্টা নকৰে বুলি মন্তব্য কৰে।

Recent News

স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে বিজুলী বাতি জ্বলিল ছত্তীশগড়ৰ ১৭ খনকৈ গাঁৱত

স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে বিজুলী বাতি জ্বলিল ছত্তীশগড়ৰ ১৭ খনকৈ গাঁৱত

উচ্চ ৰক্তচাপ থকা লোকসকলে কি কি খাদ্য খাব আৰু কি কি খাদ্য নাখাব?

উচ্চ ৰক্তচাপ থকা লোকসকলে কি কি খাদ্য খাব আৰু কি কি খাদ্য নাখাব?

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd