• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সামৰিক বাহিনী বিশেষ ক্ষমতা আইনক লৈ আলফা স্বাধীনৰ সভাপতি অভিজিৎ অসমৰ প্ৰতিক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
November 29, 2020 8:19 am
ULFA-I-750x375

আলফা (স্বাধীন)ৰ সভাপতি অভিজিৎ অসম।

596
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় সেনাই ইয়াৰ কীৰ্তি দাঙি ধৰিবলৈ অসমত সামৰিক বাহিনী বিশেষ ক্ষমতা আইন (AFSPA) চলাই নিবলৈ বিচাৰে। সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ সভাপতি অভিজিৎ অসম এইদৰে কয়।

শনিবাৰে বিদ্ৰোহী সংগঠনটোৰ ‘প্ৰতিবাদ দিৱস’ উপলক্ষে আলফা (স্বাধীন)ৰ সভাপতিগৰাকীয়ে প্ৰেৰণ কৰা এক বিবৃতিটোত কয় যে  তেওঁলোকৰ ‘বৰ্বৰ কাৰ্য’ চলাই নিবলৈ সেনাই অসমত এই আইনখন বিচাৰে।

২৩ বছৰ পূৰ্বে আলফাক নিষিদ্ধ ঘোষণা কৰাৰে পৰা এই দিনটোক বিদ্ৰোহী সংগঠনটোৱে ২৮ নৱেম্বৰৰ দিনটো প্ৰতিবাদ দিৱস হিচাপে পালন কৰি আহিছে।

‘’১৯৪৪চনত বৃটিছে ভাৰতৰ স্বাধীনতা সংগ্ৰামক দমন কৰাৰ বাবে অনা এই আইনখনকে পাছত ভাৰতীয় সংবিধানিন স্বীকৃতিৰে ১৯৫৮চনত অসমত AFSPAহিচাপে বলবৎ কৰা হয়’’-অভিজিৎ অসম কয়।

তেওঁ কয় যে সেনাই আইনখন প্ৰত্যাহাৰ কৰাটো নিবিচাৰে কিয়নো ই তেওঁলোকক অসমক এক বধ্যভূমিলৈ পৰিণত কৰাৰ ক্ষমতা দিছে আৰু তেওঁলোকৰ ‘বৰ্বৰ কাৰ্য’ক মহিমান্বিত কৰাত সহায় কৰিছে।

AFSPAই নিৰাপত্তা বাহিনীসমূহক কোনো আগতীয়া জাননী নিদিয়াকৈ যিকোনো স্থান অভিযান চলোৱা আৰু যিকোনো লোকক গ্ৰেপ্তাৰ কৰাৰ ক্ষমতা দিছে।

‘’এইটো কোৱা হৈছে যে আলফা (স্বাধীন) দুৰ্বল হৈ পৰিছে। যদি সেয়াই হয়, তেতিয়াহ’লে এনেকুৱা এখন ক’লা আইন অসমত কিহৰ বাবে প্ৰয়োজন? উত্তৰটো হৈছে- ভাৰতীয় শাসকপক্ষই ভালদৰে বুজিব পাৰে যে অসমৰ থলগিৰি ৰাইজে সদায় স্বাধীনতা বিচাৰে,’’-তেওঁ লগতে কয়।

তেওঁ অসমৰ জনসাধাৰণক এই সিদ্ধান্তত অটল থাকিবলৈ আহ্বান জনায়।

Recent News

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd