• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘শিক্ষিতসকলক ভোট দিয়ক’, শিক্ষাৰ্থীক পৰামৰ্শ দি চাকৰি হেৰুৱালে শিক্ষকে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 18, 2023 2:14 pm
246
VIEWS
Share on FacebookShare on Twitter

শিক্ষিত প্ৰাৰ্থীসকলক ভোট দিবলৈ তেওঁ শিক্ষাৰ্থীসকলক পৰামৰ্শ দিছিল। যাৰ বাবে দিল্লীৰ এজন শিক্ষকে নিজৰ চাকৰি হেৰুৱাবলগীয়া হ’ল। অৱশ্যে বৰ্খাস্ত হোৱা এই শিক্ষকৰ কাষত থিয় দিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।

এড-টেক প্লেটফৰ্ম Unacademy ৰ শিক্ষক কৰণ চাংগোৱানৰ বিৰুদ্ধে অভিযোগ যে তেওঁ লাইভ অনলাইন ক্লাছৰ সময়ত নিজৰ ব্যক্তিগত ৰাজনৈতিক মতাদৰ্শ প্ৰকাশ কৰিছিল।

লাইভ ভিডিঅ’টোত শিক্ষকগৰাকীয়ে কয়, “অশিক্ষিত ব্যক্তিক ক্ষমতাত নবহাব। পৰৱৰ্তী নিৰ্বাচনত শিক্ষিত সকলকহে ভোট দিয়ক।‘’

লগতে পঢ়ক: কিয় বাচি বাচি বিলকিছ বানো গোচৰৰ অভিযুক্তক মুক্তি দিয়া হ’ল? গুজৰাট চৰকাৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে শিক্ষকগৰাকীৰ এই ভিডিঅ’। ইফালে কৰণে দাবী কৰে যে ভিডিঅ’টো ওলোৱাৰ পিছত তেওঁ বিভিন্ন ভাবুকিৰ সন্মুখীন হ’বলগীয়া হৈছে।

ইপিনে, শুকুৰবাৰে Unacademy য়ে শিক্ষকজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰে। সংস্থাটোৰ মতে, তেওঁলোকে তেওঁলোকৰ প্লেটফৰ্মত কোনো ৰাজনৈতিক বক্তৱ্য সমৰ্থন নকৰে।

एक शिक्षक को सच बोलने की सजा मिली। उन्होंने कहा अनपढ़ को वोट मत देना और भाजपा के लोगों ने माना कि ये मोदी पर हमला है यानी भाजपाई भी मानते हैं कि मोदी अनपढ़ हैं और सिर्फ़ नाम बदलने के अलावा कुछ नहीं करते?

pic.twitter.com/ClbCQkCh8f

— Prashant Kanojia (@KanojiaPJ) August 17, 2023

আনহাতে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল সংস্থাটোৰ এই সিদ্ধান্তত অসন্তুষ্ট। কেজৰীৱালে সংস্থাটোৰ পৰা জানিব বিচাৰিছে যে কৰণক দৰাচলতে কি অপৰাধৰ বাবে বৰ্খাস্ত কৰা হৈছে।

क्या पढ़े लिखे लोगों को वोट देने की अपील करना अपराध है? यदि कोई अनपढ़ है, व्यक्तिगत तौर पर मैं उसका सम्मान करता हूँ। लेकिन जनप्रतिनिधि अनपढ़ नहीं हो सकते। ये साइंस और टेक्नोलॉजी का ज़माना है। 21वीं सदी के आधुनिक भारत का निर्माण अनपढ़ जनप्रतिनिधि कभी नहीं कर सकते। https://t.co/YPX4OCoRoZ

— Arvind Kejriwal (@ArvindKejriwal) August 17, 2023

তেওঁ লগতে কয়, ‘শিক্ষিত লোকক ভোট দিবলৈ পৰামৰ্শ দিয়াটো অপৰাধ নেকি? নিৰক্ষৰক সন্মান জনাইও মই কওঁ যে শিক্ষিত লোকক জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰা উচিত।‘

Recent News

কাটা তাঁৰ পাৰ হৈ অহা বাংলাদেশীক খেদি পঠিওৱাৰ বাবে ক্ষোভ বাংলাদেশ চৰকাৰৰ

কাটা তাঁৰ পাৰ হৈ অহা বাংলাদেশীক খেদি পঠিওৱাৰ বাবে ক্ষোভ বাংলাদেশ চৰকাৰৰ

‘যদি ন্যায়াধীশসকলে প্ৰট’কল ভংগ কৰিলেহেঁতেন’; মহাৰাষ্ট্ৰ ভ্ৰমণ কালত কি ক’লে মুখ্য ন্যায়াধীশগৰাকীয়ে?

‘যদি ন্যায়াধীশসকলে প্ৰট’কল ভংগ কৰিলেহেঁতেন’; মহাৰাষ্ট্ৰ ভ্ৰমণ কালত কি ক’লে মুখ্য ন্যায়াধীশগৰাকীয়ে?

পাকিস্তানত নিহত ভাৰতত একাধিক আক্ৰমণৰ মাষ্টাৰমাইণ্ড লস্কৰৰ সন্ত্ৰাসবাদী ছইফুল্লাহ খালিদ

পাকিস্তানত নিহত ভাৰতত একাধিক আক্ৰমণৰ মাষ্টাৰমাইণ্ড লস্কৰৰ সন্ত্ৰাসবাদী ছইফুল্লাহ খালিদ

১০০ দিনৰ কামত ৭৫ কোটি টকাৰ দুৰ্নীতি! গুজৰাটত গ্ৰেপ্তাৰ বিজেপি মন্ত্ৰীৰ পুত্ৰ

১০০ দিনৰ কামত ৭৫ কোটি টকাৰ দুৰ্নীতি! গুজৰাটত গ্ৰেপ্তাৰ বিজেপি মন্ত্ৰীৰ পুত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd