• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেন্দ্ৰীয় বাজেট ২০২০-২১; শিক্ষাখণ্ডলৈ ৯৯,৩০০ কোটি টকা, দেশৰ প্ৰতিখন জিলাত হ’ব চিকিৎসা মহাবিদ্যালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
February 1, 2020 1:26 pm
U B 2020

কেন্দ্ৰীয় বাজেট দাখিলৰ সময়ত বিত্ত মন্ত্ৰী

1.5k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত ২০২০-২১ বৰ্ষৰ বিত্তীয় বাজেট দাখিল কৰে।

বাজেট দাখিল কৰি বিত্ত মন্ত্ৰীয়ে দেশৰ শিক্ষা খণ্ডৰ বাবে ২০২০-২১ বৰ্ষত মুঠ ৯৯,৩০০ কোটি টকা ধাৰ্য্য কৰা বুলি ঘোষণা কৰে।

সীতাৰমণে লোকসভাত চৰকাৰে শীঘ্ৰেই নতুন শিক্ষা নীতি মুকলি কৰিব বুলিও ঘোষণা কৰে।

আনহাতে, বিত্ত মন্ত্ৰীগৰাকীয়ে জিলা চিকিৎসালয় সমূহক চিকিৎসা মহাবিদ্যালয়লৈ উন্নীত কৰাৰ বাবেও চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে বুলি কয়।

বাজেট ২০২০-২১ত শিক্ষাখণ্ডক লৈ কৰা কেইটামান ঘোষণা-

  • শিক্ষা খণ্ডলৈ ৯৯,৩০০ কোটি টকা
  • অনলাইন স্নাতক স্তৰৰ পাঠ্যক্ৰমৰ প্ৰচাৰ
  • ১৫০ খন উচ্চ শিক্ষা কেন্দ্ৰত উদ্যমিতাৰ ডিগ্ৰীৰ ব্যৱস্থা
  • ৰাষ্ট্ৰীয় ফৰেণছিক চায়েন্স বিশ্ববিদ্যালয় স্থাপন
  • ৰাষ্ট্ৰীয় আৰক্ষী বিশ্ববিদ্যালয়ৰ প্ৰস্তাৱ
  • নতুন অভিযন্তা সকললৈ ইণ্টাৰ্ণশ্বিপৰ সুবিধাৰ প্ৰস্তাৱ
  • চিকিৎসকৰ অভাৱ হ্ৰাসৰ বাবে প্ৰতিখন জিলাত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ প্ৰস্তাৱ।
  • স্কিল ইণ্ডিয়াৰ বাবে ৩০০০ কোটি টকা ইত্যাদি।

Recent News

কংগ্ৰেছৰ লগত মিত্ৰতা অসম্ভৱ, ২০২৬ আমি অকলেই যুঁজিম : আম আদমি পাৰ্টী

কংগ্ৰেছৰ লগত মিত্ৰতা অসম্ভৱ, ২০২৬ আমি অকলেই যুঁজিম : আম আদমি পাৰ্টী

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd