• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেন্দ্ৰীয় কৰ্মচাৰীলৈ মোদী চৰকাৰৰ বিশেষ “দিৱালীৰ উপহাৰ”

সপ্তম দৰমহা আয়োগে পৰামৰ্শ দিয়া ফৰ্মুলাৰ আধাৰত মূল্য বৃদ্ধিৰ ক্ষতিপূৰণৰূপে মৰগীয়া ভাত্তাৰ নিয়মমাফিক বৃদ্ধি কৰা হৈছে।

এন ই নাও নিউজ by এন ই নাও নিউজ
October 9, 2019 5:25 pm
narendra modi Union Cabinet approves 5 pc hike in DA for central govt employees
3.4k
VIEWS
Share on FacebookShare on Twitter

নৰেন্দ্ৰ মোদীৰ চৰকাৰে বুধবাৰে দেশৰ কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিশেষ “দিৱালী উপহাৰ” ঘোষণা কৰিছে।

প্ৰধান মন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া ভাত্তাৰ ৫ শতাংশ বৃদ্ধিত অনুমোদন জনাইছে, সংবাদমেলত “দিৱালী উপহাৰ” ঘোষণা কৰি মন্ত্ৰী প্ৰকাশ জাভাড়েকৰে কয়।

তাৰোপৰি, কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকলৰ মৰগীয়া সাহায্য (Dearness Relief)ও অনুৰূপ হাৰত বৃদ্ধি কৰা হৈছে।

এই অনুমোদন ২০১৯ চনৰ ১ জুলাইৰ পৰা হিচাপত ধৰা হ’ব।

মূল্য বৃদ্ধিৰ ক্ষতিপূৰণৰূপে সপ্তম দৰমহা আয়োগে পৰামৰ্শ দিয়া ফৰ্মুলাৰ আধাৰত মৰগীয়া ভাত্তাৰ এই নতুন নিৰিখ ঘোষণা কৰা হৈছে।

বে’চিক পে’/ পেঞ্চনৰ ওপৰত ইতিমধ্যে থকা মৰগীয়া বানচৰ ১২ শতাংশ হাৰৰ ওপৰত এই নতুন বৃদ্ধি সংযোজন কৰা হ’ব।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী জাভাড়েকৰে সদৰী কৰামতে, এই সিদ্ধান্তই প্ৰায় ৫০ (আচল সংখ্যা ৪৯.৯৩) লাখ কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু ৬২ (৬৫.২৬) লাখ পেঞ্চনাৰক উপকৃত কৰিব।

#Cabinet 5,300 विस्थापित कश्मीरी परिवारों को 5.5 लाख रुपए दिए जाएंगे@DDNewsHindi @PIB_India @MIB_India @BJP4India pic.twitter.com/5vNCwJeIUr

— Prakash Javadekar (@PrakashJavdekar) October 9, 2019

জানুৱাৰি ১ৰ পৰা ১ জুলাইলৈকে বছৰত দুবাৰকৈ মৰগীয়া ভাত্তাৰ সংশোধন কৰা হয়।

এই বৰ্ধিত মৰগীয়া ভাত্তাত বছৰি ব্যয় হ’ব ১৫,৯০৯.৩৫ কোটি টকা।

২০১৯ চনৰ ১ জুলাইৰ পৰা ২০২০ চনৰ ফেব্ৰুৱাৰিলৈকে ৮ মাহ সময়ৰ বাবে ব্যয় হ’ব ১০,৬০৬.২০ কোটি টকা।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd