• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘আন্দোলনকাৰীসকলে নতুন দল খুলি নিৰ্বাচনত কংগ্ৰেছক সহায় কৰাৰ ষড়যন্ত্ৰ কৰিছে’ : আমিনগাঁৱত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 26, 2020 3:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি আমিনগাঁৱত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উন্মোচন কৰা ‘অসম দৰ্শন আঁচনি’ উন্মোচনী সভাত ‘উপস্থিত হওঁতে কিছু পলম হোৱাৰ বাবে মই ক্ষমা প্ৰাৰ্থী’ বুলি ভাষণ আৰম্ভ কৰি কয় যে মহাপুৰুষ শংকৰদেৱৰ আদৰ্শ সমগ্ৰ বিশ্বতে বিৰাজমান।

‘শংকৰদেৱে সমগ্ৰ দেশতে অসমৰ সাহিত্য সংস্কৃতি বিয়পাবলৈ সক্ষম হৈছিল। সকলোকে একতাৰ দোলেৰে বান্ধিছিল তেওঁ।’ ধন্য নৰ তনু ভাল কবিতাৰ পংক্তি আওৰায় এইদৰে কয়ে গৃহমন্ত্ৰী অমিত শ্বাহে।

কংগ্ৰেছে অসমৰ সাহিত্য সংস্কৃতি বিকাশৰ বাবে একো নকৰিলে বুলি অভিযোগ তুলি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে শংকৰদেৱৰ জন্মস্থানক অবৈধ অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰিলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ যুটীটোৱে অসমত বিকাশৰ ধাৰা আগুৱাই নিছে।

ছবছৰীয়া অসম আন্দোলনৰ স্মৃতিচাৰণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে লগতে কয় অসম আন্দোলনৰ প্ৰতিবাদৰ সৈতে জড়িত যুৱকসকলে এতিয়া উৎপাদনশীল কামত নিয়োগ কৰি অসমৰ বিকাশৰ ইঞ্জিন চলাই নিছে। বিকাশেই একমাত্ৰ পথ কিন্তু বিচাৰৰ পৰিবৰ্তনৰ প্ৰয়োজন আছে বুলি মন্তব্য গৃহমন্ত্ৰীৰ।

অমিত শ্বাহে ভাষণ প্ৰসংগত অসমৰ ৮ হাজাৰ নামঘৰক আঢ়ৈ লাখ টকাকৈ প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি অসমৰ যুৱকসকলে অসমক আন্দোলন, হিংসাৰ বিপৰীতে গীত মাত, ভক্তি সাহিত্য সংস্কৃতিৰ মাধ্যমৰে সৈতে আগুৱাই নিব লাগিব বুলিও মন্তব্য কৰে।

‘নতুনকৈ চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাৰ বাবে অসমৰ যুৱকসকলে সংস্থাপন লাভ কৰাৰ লগতে দৰিদ্ৰ ৰোগীসকলে চিকিৎসা কৰাৰ সুবিধা লাভ কৰিব।’ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয়।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে মোদীয়ে সদায় পূৰ্বোত্তৰৰ সেৱা কৰি যাব। মোদী ৬ বছৰত ৩০ বাৰ উত্তৰ-পূৱলৈ আহিছে।অসমত উদ্যোগ স্থাপনৰ কাম কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিব পাৰিব বুলিও দাবী শ্বাহৰ।

এটা সময়ত অসমৰ যুৱকৰ হাতত বন্দুক অস্ত্ৰ-শস্ত্ৰ আছিল, এতিয়া সেইবোৰ এৰি মূল সুঁতিলৈ ঘূৰি আহি উন্নয়নৰ ক্ষেত্ৰত হাতে হাত মিলাই গৈছে বুলিও উল্লেখ কৰে শ্বাহে।

বিগত বিটিচি নিৰ্বাচনৰ প্ৰসংগত গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰথমবাৰলৈ ৮০ শতাংশ ভোট গ্ৰহণ হোৱা বুলি উল্লেখ কৰে। বিটিচি নিৰ্বাচন ছেমি ফাইনেল আৰু ২১ৰ নিৰ্বাচন ফাইনেল। এই ফাইনেলত মোদী, সৰ্বানন্দ, হিমন্তৰ নেতৃত্বত বিজেপিয়ে জয়ী হ’ব আৰু চৰকাৰ গঠন কৰিব বুলি দাবী কৰে অমিত শ্বাহে।

অসমে কেন্দ্ৰৰ পৰা ৫ হাজাৰ কোটিৰ টকাৰ প্ৰকল্প লাভ কৰিছে আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ইতিমধ্যে ইয়াৰ কাম আৰম্ভ হৈছে।

অসম চৰকাৰে অতি সুন্দৰকৈ গঁড়ৰ সুৰক্ষাৰ কৰিছে বুলি প্ৰশংসা কৰি অমিত শ্বাহে গড় হত্যা এতিয়া শূন্য আৰু  সকলো চোৰাংচিকাৰীক জালত পেলাবলৈ সক্ষম হৈছে বুলিও মন্তব্য কৰে।

কংগ্ৰেছক তুলাধুনা দি অমিত শ্বাহে কয় যে কাজিৰঙাত অবৈধ বাংলাদেশীৰ উচ্ছেদ অভিযান সম্পূৰ্ণ কৰিলে বিজেপিয়ে যিটো কংগ্ৰেছ চৰকাৰৰ শাসনত কেতিয়াও সম্ভৱ নহয়। তেওঁলোকে বিদেশীক আশ্ৰয় দিয়াতহে পাৰ্গত আছিল।

সাহিত্য কলাৰ ক্ষেত্ৰত ডঃ ভূপেন হাজৰিকাই সমগ্ৰ উত্তৰ-পূৱক প্ৰতিনিধিত্ব কৰিছিল কিন্তু তেওঁ সন্মান লাভ কৰা নাছিল। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক ভাৰতৰত্ন প্ৰদান কৰি উপযুক্ত সন্মান দিছিল বুলিও দাবী কৰে অমিত শ্বাহে।

১৬ লাখ কৃষকৰ একাউন্টত ২ হাজাৰকৈ ধন সোমোৱাই দিয়া বুলি দাবী কৰি অমিত শ্বাহে কয় আন্দোলন কৰি বিকাশ হ’ল নেকি?  চাকৰি পালে নেকি?  বিদেশী সমস্যা সমাধান কৰিলে নে? উদ্যোগ স্থাপন কৰিব পাৰিলে নে? কেৱল আন্দোলন কৰি যুৱকক শ্বহীদ কৰিলে তাৰ বাহিৰে একো নাপালে।

আন্দোলনকাৰী এতিয়া নতুন দল খুলি নিজৰ চেহেৰা সলনি কৰি কংগ্ৰেছক আওপকীয়াকৈ সহায় কৰিবলৈ উঠি পৰি লাগিছে বুলিও দাবী কৰে গৃহমন্ত্ৰী শ্বাহে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘আপোনালোকো জড়িত হওক’- ভোটাৰ তালিকাৰ বিতৰ্কৰ মাজতে বিৰোধীক টোপ নিৰ্বাচন আয়োগৰ

‘আপোনালোকো জড়িত হওক’- ভোটাৰ তালিকাৰ বিতৰ্কৰ মাজতে বিৰোধীক টোপ নিৰ্বাচন আয়োগৰ

August 17, 2025 11:09 am
ক্ৰমাৎ তিক্ত হৈ পৰিছে ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্ক! ভাৰত ভ্ৰমণ বাতিল আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি দলৰ

ক্ৰমাৎ তিক্ত হৈ পৰিছে ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্ক! ভাৰত ভ্ৰমণ বাতিল আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি দলৰ

August 17, 2025 9:30 am
মহাকাশৰ সপোন পূৰণ কৰি ‘গৃহভূমি’লৈ উভতিল শুভাংশু শুক্লা: ক’লে- ‘এয়া এক অদ্ভুত অনুভৱ’

মহাকাশৰ সপোন পূৰণ কৰি ‘গৃহভূমি’লৈ উভতিল শুভাংশু শুক্লা: ক’লে- ‘এয়া এক অদ্ভুত অনুভৱ’

August 17, 2025 9:09 am
কৈশোৰ কালত সন্তানক কিমান স্বাধীনতা দিব লাগে? অভিভাৱকসকলৰ বাবে কিছু কিটিপ

কৈশোৰ কালত সন্তানক কিমান স্বাধীনতা দিব লাগে? অভিভাৱকসকলৰ বাবে কিছু কিটিপ

August 17, 2025 7:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আপোনালোকো জড়িত হওক’- ভোটাৰ তালিকাৰ বিতৰ্কৰ মাজতে বিৰোধীক টোপ নিৰ্বাচন আয়োগৰ

‘আপোনালোকো জড়িত হওক’- ভোটাৰ তালিকাৰ বিতৰ্কৰ মাজতে বিৰোধীক টোপ নিৰ্বাচন আয়োগৰ

August 17, 2025 11:09 am
ক্ৰমাৎ তিক্ত হৈ পৰিছে ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্ক! ভাৰত ভ্ৰমণ বাতিল আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি দলৰ

ক্ৰমাৎ তিক্ত হৈ পৰিছে ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্ক! ভাৰত ভ্ৰমণ বাতিল আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি দলৰ

August 17, 2025 9:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd