• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘হয় আমাৰ চাকৰি নিয়মীয়া কৰক, অন্যাথা চৰকাৰে আমাক গুলীয়াই মাৰক’,অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰীৰ ক্ষোভ

বঙাইগাঁৱৰ ধলাগাঁৱত অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰীৰ বিশাল জাগৰণ সভা

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
October 18, 2021 2:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰী সংস্থাৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত তথা বৰপেটা, নলবাৰী, গোৱালপাৰা আৰু ধুবুৰী জিলা সমিতিৰ সহযোগত বঙাইগাঁও জিলাৰ নৰ্থ বইটামাৰী অঞ্চলৰ ধলাগাঁও অম্বিকাগিৰী ৰায়চৌধুৰী হাইস্কুল প্ৰাংগণত এখন বিশাল জাগৰণ সভা অনুষ্ঠিত হয় ৷

মূলতঃ ২০১৭-১৮ চনৰ পদ প্ৰাদেশীকৰণ আইনৰ বাহিৰত থকা আৰু বাদ পৰা বিদ্যালয়সমূহৰ শিক্ষক-কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত এই বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত হয় ।

বিভিন্ন জিলাৰ পৰা অহা কেইবা শতাধিক শিক্ষক-কৰ্মচাৰীয়ে এই সভাত অংশগ্ৰহণ কৰি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে । সভাত অংশগ্ৰহণ কৰি সংস্থাৰ ৰাজ্যিক সম্পাদক হৰমোহন বৰাই চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।

২০১৭-১৮ চনৰ পদ প্ৰাদেশীকৰণ আইনখন শিক্ষক হত্যাকাৰী আইন বুলি সম্পাদক গৰাকীয়ে মন্তব্য কৰে । তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, ২০১৬ চনত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন নিৰ্বাচনী সভাত বিজেপি চৰকাৰ ৰাজ্যত আহিলে সকলো ভেন্সাৰ বিদ্যালয়ৰ শিক্ষকৰ চাকৰি নিয়মীয়া কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ দিনত শেষ সময়ত মাত্ৰ কেইখনমান বিদ্যালয়হে প্ৰাদেশিকীকৰণ কৰিলে ।

চক্ৰান্ত কৰি তেওঁলোকক বঞ্চিত কৰা বুলি তেওঁ মন্তব্য কৰে । সেয়ে এতিয়াৰে পৰা অবিৰত ভাৱে প্ৰতিবাদী কাৰ্যসূচী চলিব বুলিও তেওঁ ঘোষণা কৰে । কাৰণ আমি এতিয়া মৃতপ্ৰায় অৱস্থাত আছো ৷

Latest News:পৰম্পৰা ৰক্ষা কৰি শিৱসাগৰতো পালন কৰা হৈছে অসমীয়াৰ আদৰৰ কাতি বিহু

সেয়ে এনেকৈ জীয়াই থকাতকৈ আমি মৰি যোৱাই ভাল ৷ হয় মৰিম নহলে ভালকৈ জীয়াই থাকিম ৷
আমাক জীয়াই থাকিবলৈ তেওঁ ব্যৱস্থা কৰি দিব লাগিবই ৷

ক’ভিড কালত আৰ্থিক ভাৱে জুৰুলা হৈ থকা এই শিক্ষক-কৰ্মচাৰীক কোনোধৰণৰ আৰ্থিক সাহায্য দিয়া নহ’ল বুলিও আক্ষেপ প্ৰকাশ কৰে শিক্ষক সকলে ।

কেন্দ্ৰীয় সভাপতি ৰাজু কুলীয়েও চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে । ইফালে সভাত অংশগ্ৰহণ কৰা এজন শিক্ষকে বিগত ২৫ বছৰ বিনা বেতনে শিক্ষকতা কৰা বুলি উল্লেখ কৰি চৰকাৰৰ ভূমিকাত আশ্চৰ্য প্ৰকাশ কৰে ।

আনহাতে এগৰাকী শিক্ষয়িত্ৰীয়ে আক্ষেপ তথা দুখেৰে কয়, ‘ বহু আশা বুকুৰ মাজত পাৰ হৈ গ’ল ।

আশাত এতিয়াও বন্দী হৈ আছোঁ । হয় চৰকাৰে আমাৰ চাকৰি নিয়মীয়া কৰক, নহয় গুলীয়াই মাৰক ।’ এনেদৰে বিভিন্ন জিলাৰ পৰা অহা শিক্ষকৰ আক্ষেপ-প্ৰতিবাদৰ কণ্ঠ সভাত গৰজি উঠিল ।

প্ৰশ্ন হ’ল- চৰকাৰে এইসকল শিক্ষকৰ প্ৰতিবাদক গুৰুত্ব দিব নে ? এই সকল শিক্ষাগুৰুৰ মৰ্মবেদনা উপলব্ধি কৰিবনে চৰকাৰে ?

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd