• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৃশংস প্ৰেম! দিল্লীৰ পিছত এইবাৰ উত্তৰ প্ৰদেশ; প্ৰাক্তন প্ৰেমিকাক হত্যা কৰি দেহ ৬ টুকুৰা কৰিলে যুৱকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 21, 2022 1:22 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ নৃশংস হত্যাকাণ্ডৰ ঘটনাৰ প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে। ঘটনাৰ এটাৰ পিছত এটাকৈ চাঞ্চল্যকৰ তথ্য ওলাই আছে। ইয়াৰ মাজতে আৰু একে ঘটনাৰ পুনৰাবৃত্তি ঘটিছে। এইবাৰ নিজৰ প্ৰাক্তন প্ৰেমিকাক হত্যা কৰাৰ পিছত মৃতদেহটো ছয় টুকুৰাকৈ কাটি পেলোৱাৰ অভিযোগ উত্থাপিত হৈছে প্ৰেমিকৰ বিৰুদ্ধে। ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ আজমগড়ত। অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

উত্তৰ প্ৰদেশৰ আজমগড়ৰ বাসিন্দা ৰাজকুমাৰ যাদৱে এবছৰ ধৰি অঞ্চলটোৰ বাসিন্দা আৰাধনা নামৰ এগৰাকী যুৱতীৰ সৈতে সম্পৰ্কত আছিল। কিন্তু অলপতে সেই সম্পৰ্কৰ অৱনতি ঘটিছিল। ছোৱালীজনীৰ বিয়া আন ঠাইতো ঠিক কৰা হৈছিল। যুৱকজনে ইয়াক সহজভাৱে গ্ৰহণ কৰিব নোৱাৰিলে। তেওঁ যুৱতীগৰাকীক পূৰ্বৰ সম্পৰ্কলৈ ঘূৰি যাবলৈ বাৰে বাৰে হেঁচা দি আছিল। কিন্তু সঁহাৰি পোৱা নাছিল।

লগতে পঢ়ক: বিহাৰত ধৰ্মীয় শোভাযাত্ৰাত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত কমেও ১২ জন লোক

অভিযোগ কৰা হৈছে যে যুৱকজনে প্ৰাক্তন প্ৰেমিকা আৰাধনাক ৯ নৱেম্বৰত লগ কৰিব বিচাৰিছিল। আৰাধনাও সন্মত হৈছিল। ৰাজকুমাৰক লগ পোৱাৰ পিছত তেওঁলোক দুয়ো এখন বাইকত স্থানীয় মন্দিৰৰ কাষৰ কুঁহিয়াৰ পথাৰলৈ গৈছিল। তেতিয়াৰ পৰা সন্ধানহীন  হৈ পৰে ছোৱালীজনী। ঘৰলৈ উভতি অহা নাছিল। ছোৱালীজনীৰ পৰিয়ালে এটা মিচিং কেচ দাখিল কৰিছিল।

যোৱা ১৫ নৱেম্বৰত পশ্চিমি গাঁৱৰ এটা পৰিত্যক্ত কুঁৱাৰ পৰা প্লাষ্টিকেৰে বন্ধা মৃতদেহ উদ্ধাৰ কৰা হৈছিল। অনুসন্ধানৰ পিছত দেখা গৈছিল যে এই মৃতদেহটো আৰাধনাৰ আছিল। যুৱতীগৰাকীক কোনে এনে নিৰ্মম ভাৱে হত্যা কৰিব পাৰে সেই প্ৰশ্ন উত্থাপিত হ’বলৈ ধৰে।

আৰাধনাৰ পৰিয়ালৰ সদস্যসকলে দাবী কৰে যে ৰাজকুমাৰে এইটো কৰিছিল। আৰক্ষীয়ে তেওঁক খৰখেদাকৈ গ্ৰেপ্তাৰ কৰে। ৰাজকুমাৰে ধৰা দিয়াৰ সময়ত আৰক্ষীক বাধা দিয়াৰ লগতে আৰক্ষীলৈ গুলীচালনাও কৰিছিল।

জেৰাত প্ৰথমতে তেওঁ একো ক’ব বিচৰা নাছিল। কিন্তু ৰাজকুমাৰে নিৰন্তৰ জেৰাৰ মাজত নিজকে মৌন ৰাখিব নোৱাৰিলে। তেওঁ হত্যাৰ কথা স্বীকাৰ কৰে। তেওঁ কৈছিল যে তেওঁ মন্দিৰত লগ কৰিবলৈ যোৱাৰ নাম কৰি আৰাধনাক ফোন কৰিছিল। ছোৱালীজনীক তেতিয়া নিজৰ সম্পৰ্কীয় ভায়েকৰ সহায়ত কুঁহিয়াৰ পথাৰলৈ লৈ যোৱা হৈছিল। হত্যাৰ পিছত মৃতদেহটো ছয় টুকুৰাকৈ কটা হৈছিল। খণ্ডিত মৃতদেহটো প্লাষ্টিকত বান্ধি কুঁৱাটোত পেলাই দিয়া হৈছিল।

লগতে পঢ়ক: ধুবুৰী হৈ ডিব্ৰুগড়! আলিপুৰদুৱাৰ-ডিব্ৰুগড়ৰ মাজত বিশেষ ৰে’ল চলাব উত্তৰ পূব সীমান্ত ৰে’লৱেই

আজমগড়ৰ আৰক্ষী অধীক্ষক অনুৰাগ আৰ্যই জনায় যে অভিযুক্ত ৰাজকুমাৰ যাদৱে তেওঁৰ পিতৃ-মাতৃ, সম্পৰ্কীয় ভাই আৰু পৰিয়ালৰ আন সদস্যসকলৰ সৈতে এই হত্যাকাণ্ড সংঘটিত কৰিছে। প্ৰায় সকলোৱে তেওঁক কম বেছি পৰিমাণে সহায় কৰিছিল।

আৰক্ষীয়ে অভিযুক্তৰ পৰা এটা শ্বুটাৰ বন্দুক আৰু এটা কাৰ্টিজ জব্দ কৰিছে। মৃতকৰ পৰিয়ালৰ সদস্যসকলে অভিযুক্তৰ দৃষ্টান্তমূলক শাস্তি দাবী কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm
নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm
নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd