• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

থানাত যুৱতীৰ অভিযোগ,“মায়ে মোক ৪ লাখ টকাত বিক্ৰী কৰি দিছে, মোক বচাওক”! অস্বীকাৰ মাতৃৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 8, 2023 10:59 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

4.4k
VIEWS
Share on FacebookShare on Twitter

এগৰাকী মাতৃয়ে নিজ কন্যাক ৪ লাখ টকাত বিক্ৰী কৰাৰ অভিযোগ উঠিছে উত্তৰ প্ৰদেশত। বৃহস্পতিবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ১৮ বছৰীয়া কন্যাক মাতৃয়ে বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি তেওঁ নিজৰ কন্যাক হাৰিয়ানাৰ এজন ব্যক্তিক ৪ লাখ টকাত বিক্ৰী কৰিছিল। লগতে অভিযোগ উত্থাপন হৈছে যে যিজন ব্যক্তিক ছোৱালীজনীক বিক্ৰী কৰা হৈছিল তেওঁ ছোৱালীজনীক অত্যাচাৰ কৰিছিল। মাৰপিট কৰিছিল।

তদুপৰি, যুৱতীগৰাকীৰ সৈতে বিভিন্ন অবৈধ কাৰ্যকলাপ সংঘটিত কৰাৰো অভিযোগ উত্থাপন হৈছে। অৱশ্যে সকলো অভিযোগ অস্বীকাৰ কৰিছে অভিযুক্ত মাতৃগৰাকীয়ে।

লগতে পঢ়কঃ নিৰ্বাচনত পৰাজয়ৰ পিছতে আপদ! হাস্পাতালত ভৰ্তি তেলেংগানাৰ সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী কেচিআৰ

এই সন্দৰ্ভত উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ আৰক্ষী অধীক্ষক মনোজ অৱস্থিয়ে কয়, “বুধবাৰে এগৰাকী যুৱতীয়ে আৰক্ষীৰ কাষ চাপি চিলুৱাটাল থানাৰ অন্তৰ্গত মহেচৰা অঞ্চলৰ বাসিন্দা বুলি দাবী কৰে। যুৱতীগৰাকীয়ে অভিযোগ উত্থাপন কৰে যে  তেওঁক হাৰিয়ানাৰ এজন লোকৰ ওচৰত বিক্ৰী কৰিছিল আৰু জোৰকৈ বিয়া দিয়া হৈছিল ।

আৰক্ষীয়ে জনোৱা মতে, ২৩ নৱেম্বৰত বিবাহৰ অজুহাতত হাৰিয়ানাত মাতৃয়ে তেওঁক বলপূৰ্বকভাৱে বিক্ৰী কৰা বুলি অভিযোগ উত্থাপন কৰিছিল। যুৱতীগৰাকীয়ে সেই ব্যক্তিজনৰ পৰা মাতৃয়ে ৪ লাখ টকা লোৱা বুলিও অভিযোগ উত্থাপন কৰে।

লগতে পঢ়কঃইমান টকা! গণি গণি মেচিনেই বেয়া হৈ গ’ল; আয়কৰ বিষয়াসকলৰো চকু কপালত উঠিল

চিলুৱাটাল থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় মিশ্ৰই জানিবলৈ দিয়া মতে, মহিলাগৰাকীৰ দুগৰাকী বায়েক আছে। তেওঁলোকৰ হাৰিয়ানাতে বিয়া হৈছে। যুৱতীগৰাকীৰ মাতৃ আৰু পৰিয়ালৰ অন্যান্য সদস্যই এই অভিযোগ অস্বীকাৰ কৰে। সঞ্জয়ে লগতে কয় যে সমগ্ৰ বিষয়টো বিতংভাৱে চোৱাচিতা কৰিবলৈ তদন্ত আৰম্ভ কৰা হৈছে। 

Recent News

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd