• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনত পৰাজয়ৰ পিছতে আপদ! হাস্পাতালত ভৰ্তি তেলেংগানাৰ সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী কেচিআৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 8, 2023 9:56 am
তেলেংগানাৰ সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী কেচিআৰ।

তেলেংগানাৰ সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী কেচিআৰ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। শুকুৰবাৰে পুৱা তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। প্ৰাথমিকভাৱে জানিব পৰা গৈছে যে বি আৰ এছৰ নেতাজনৰ অস্ত্ৰোপচাৰ কৰা হ’ব পাৰে।

উল্লেখ্য যে কিছুদিন পূৰ্বে তেলেংগানাৰ বিধানসভা নিৰ্বাচনত কেচিআৰৰ দল পৰাজিত হৈছিল। কংগ্ৰেছে ৰাজ্যত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰিছে।

তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ কি হৈছে? সূত্ৰ অনুসৰি, নিৰ্বাচনত পৰাজয়ৰ পিছত কেচিআৰ হায়দৰাবাদত আছিল। নিজৰ ঘৰতে বহুত মানুহক দেখাও কৰিছিল। বৃহস্পতিবাৰে নিজৰ ঘৰত হঠাতে পৰি যায়। শুকুৰবাৰে পুৱা তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়।

Apply Now

লগতে পঢ়কঃ ১২০০ কোটি টকাৰ GST ফাঁকিৰ অভিযোগ; গোচৰ ৰুজু কৰিও কিয় প্ৰত্যাহাৰ কৰিলে DREAM 11য়ে?

জানিব পৰা মতে, তেওঁৰ নিতম্বৰ হাড় ভাঙিছে। অস্ত্ৰোপচাৰ কৰা হ’ব পাৰে। অৱশ্যে প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ শাৰীৰিক অৱস্থা সুস্থিৰ বুলি খবৰ পোৱা গৈছে৷

উল্লেখ্য কেচিআৰ ৯ বছৰ ধৰি তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল। অৱশ্যে শেহতীয়াকৈ সমাপ্ত হোৱা বিধানসভা নিৰ্বাচনত তেওঁৰ দল পৰাজিত হৈছে। তেওঁ দুখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিলেও এখন আসনত পৰাস্ত হয়।

তেলেংগানা গঠনৰ পিছত প্ৰথমবাৰৰ বাবে বি আৰ এছক উৎখাত কৰা হয়। বৃহস্পতিবাৰে তেলেংগানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে কংগ্ৰেছৰ ৰেৱন্ত ৰেড্ডীয়ে। ইয়াৰ পিছতে কেচিআৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হ’ল।

লগতে পঢ়কঃ ইমান টকা! গণি গণি মেচিনেই বেয়া হৈ গ’ল; আয়কৰ বিষয়াসকলৰো চকু কপালত উঠিল

পৰ্যবেক্ষকসকলৰ মতে কেচিআৰৰ বিৰুদ্ধে বংশবাদৰ অভিযোগ বাঢ়ি আহিছিল। আঁৰত আছিল কেচিআৰৰ পুত্ৰ কেটি ৰামৰাও। তেওঁ পিতৃৰ মন্ত্ৰীসভাৰ সদস্যও আছিল।

কেটিআৰৰ বিৰুদ্ধেও বিভিন্ন সময়ত কেইবাটাও অভিযোগ উত্থাপন হৈছে। পিতৃৰ সৌজন্যতে পুত্ৰই বছৰৰ বেছিভাগ সময় আমেৰিকাত থাকে বুলিও বিৰোধীয়ে অভিযোগ উত্থাপন কৰে। আনহাতে কন্যা কে কবিতা ৰাও তেলেংগানা বিধান পৰিষদৰ সদস্য। দিল্লী সুৰা দুৰ্নীতিৰ গোচৰত তেওঁক জেৰাও কৰিছিল ইডিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

July 17, 2026 7:59 am
৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

July 17, 2026 6:50 am
গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

July 17, 2026 7:59 am
৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

July 17, 2026 6:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd