• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভুল কৰি অভিনেতাক সজালে মুখ্যমন্ত্ৰী! কটাক্ষৰ সন্মুখীন অভিনেত্ৰী উৰ্বশী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 28, 2023 12:25 pm
উর্বশী ৰাউটেলা।

উর্বশী ৰাউটেলা।

3.2k
VIEWS
Share on FacebookShare on Twitter

বলীউডৰ অভিনেত্ৰী উৰ্বশী ৰাউটেলা বাৰে বাৰে ছ’চিয়েল মিডিয়াত ট্ৰ’লৰ সন্মুখীন হয়। বেছিভাগ সময়তে এনে কটাক্ষৰ সৈতে সাঙোৰ খাই থাকে ক্ৰিকেটাৰ ঋষভ পন্তৰ নাম। কিন্তু এইবাৰ ঋষভ নহয়, উৰ্বশীৰ এটা টুইটৰ বাবেই ঘটিল অথন্তৰ।

উৰ্বশীয়ে টুইটটোত কি লিখিলে? উৰ্বশী ৰাউটেলাই দক্ষিণৰ অভিনেতা পৱন কল্যাণ আৰু সাই ধৰম তেজৰ সৈতে এখন ছবি পোষ্ট কৰিছে। আৰু সেই ছবিখন পোষ্ট কৰি কেপচনত লিখিছে, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পৱন কল্যাণৰ সৈতে কাম কৰি গৌৰৱ অনুভৱ কৰিছো!

উৰ্বশীৰ এই টুইটটো দেখাৰ পিছত নেট জগতত হুলস্থুল আৰম্ভ হ’ল। উৰ্বশীলৈ নেটিজেনে স্পষ্টকৈ লিখিছে, এই মহিলাগৰাকীৰ কোনো মগজু নাই!

Chief minister unaa 😭😭😭😭😭 this woman is surely a no beauty no brain contestant https://t.co/JBmvLNxcBD

— Chocolate chip cookie (@Cookiehuntrr) July 28, 2023

উল্লেখ্য যে অভিনেত্ৰী উৰ্বশী ৰাউটেলাৰ নাম সাঙোৰ খাইছিল ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পন্তৰ সৈতে। কিন্তু তেওঁলোকে বাৰে বাৰে বিভিন্ন ছ’চিয়েল মিডিয়া পোষ্টত ইজনে সিজনক খোচা মাৰিছিল। তাৰপিছতে এজন ক্ৰিকেটাৰৰ সৈতে উৰ্বশীৰ ঘনিষ্ঠতাক লৈ পুনৰ জল্পনা-কল্পনা আৰম্ভ হয়। বহু নেটিজেনে ভাবে যে উৰ্বশী ৰাউটেলাই ঋষভক পাহৰি গৈছে আৰু এতিয়া তেওঁ পাকিস্তানী ক্ৰিকেটাৰ নাছিম শ্বাহৰ প্ৰেমত পৰিছে।

Thank You Dear @UrvashiRautela for making me the Chief Minister of AP on #Twitter..

Extremely Happy and Hopefully see you soon… ❤️ https://t.co/Jn8nXHz4pN

— Sukkumarkk (@StrictlyAsking) July 27, 2023

ঋষভ পন্থৰ সৈতে উৰ্বশীৰ সম্পৰ্ক থাকিলেও সেয়া বৰ বেয়াকৈ শেষ হয়। শেহতীয়াকৈ এক সাক্ষাৎকাৰৰ পিছত অনুমান কৰা হৈছিল যে উৰ্বশীৰ ঋষভৰ প্ৰতি এতিয়াও দুৰ্বলতা আছে। কিন্তু নছিমৰ সৈতে ভিডিঅ’টো পোষ্ট কৰাৰ পাছত নেটিজেনসকলে অনুমান কৰিছে যে ঋষভ পৰ্ব এতিয়া শেষ।

Recent News

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd