• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আমেৰিকাৰ বিমান আক্ৰমণত নিহত আইছিছৰ শীৰ্ষ নেতা আবু খাদিজাহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 15, 2025 3:15 pm
104
VIEWS
Share on FacebookShare on Twitter

ইৰাকৰ আল আনবাৰ প্ৰদেশত আমেৰিকা আৰু ইৰাকৰ নিৰাপত্তা বাহিনীৰ যৌথ বিমান আক্ৰমণত আইছিছ গোটৰ শীৰ্ষ অধিনায়ক আবু খাদিজাহ নিহত হৈছে। যাৰ প্ৰকৃত নাম আব্দুল্লাহ মাকি মুছলিহ আল ৰিফাই। এই আক্ৰমণত আন এজন আইছিছ যোদ্ধাও নিহত হয়।

আবু খাদিজাহ আছিল আইছিছৰ বিশ্বব্যাপী অভিযানৰ মুৰব্বী। তেওঁ বিশ্বজুৰি এই সন্ত্ৰাসবাদী সংগঠনৰ কাৰ্যকলাপৰ অন্যতম প্ৰধান নেতা আছিল।

আক্ৰমণৰ পিছত আক্ৰমণকাৰীৰ পৰা একাধিক অস্ত্ৰ-শস্ত্ৰ আৰু আত্মঘাতী ভেষ্ট উদ্ধাৰ কৰা হৈছে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই জানিবলৈ দিয়ে। ডি এন এ পৰীক্ষাৰ জৰিয়তে তেওঁলোকৰ পৰিচয় নিশ্চিত কৰা হৈছে। পূৰ্বৰ অপাৰেচনৰ সময়ত তেওঁলোকৰ ডি এন এ সংগ্ৰহ কৰা হৈছিল।

চেণ্টকমৰ কমাণ্ডাৰ মাইকেল কুৰিলাই কয় যে ‘আবু খাদিজাহ আইছিছৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সদস্য আছিল। আমাৰ লক্ষ্য হৈছে আমাৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা সন্ত্ৰাসবাদী গোটৰ কাৰ্যকলাপ সম্পূৰ্ণৰূপে বন্ধ কৰা।’

ইৰাকৰ প্ৰধানমন্ত্ৰী মহম্মদ ছিয়া আল চুডানীয়ে এই অভিযানৰ প্ৰশংসা কৰে। আবু খাদিজাহক “বিশ্বৰ অন্যতম বিপজ্জনক সন্ত্ৰাসবাদী” হিচাপে চিনাক্ত কৰা হৈছে। তেওঁ কয় যে আমেৰিকা নেতৃত্বাধীন আন্তঃৰাষ্ট্ৰীয় মিত্ৰজোঁটৰ সহযোগত এই অভিযান সফলতাৰে সমাপ্ত কৰা হৈছে।

উল্লেখ্য যে ২০২৩ চনত আমেৰিকাই আবু খাদিজাহক ইৰাক আৰু ছিৰিয়াত আইছিছৰ তথাকথিত গৱৰ্ণৰ হিচাপে চিনাক্ত কৰি অনুমোদন জনাইছিল।

ইফালে ২০১৭ চনত আইছিছৰ ভূখণ্ডৰ পৰাজয়ৰ পিছতো এই গোটটো সক্ৰিয় হৈ আছে। ইৰাক আৰু ছিৰিয়াৰ কিছুমান অঞ্চলত এতিয়াও আইছিছৰ অস্তিত্ব আছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এটা পোষ্টত কয় যে “আইছিছৰ শীৰ্ষ নেতাক হত্যা কৰা হৈছে। আমাৰ বাহিনীয়ে তেওঁৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ অন্ত পেলাইছে।”

বৰ্তমান ইৰাকত প্ৰায় ২৫০০ আমেৰিকান সৈন্য আছে, যিয়ে ইৰাকী বাহিনীক সন্ত্ৰাসবাদ বিৰোধী অভিযানত সহায় কৰি আছে।

Recent News

ৰাষ্ট্ৰীয় ঘাইপথৰ যানজঁটে ল’লে প্ৰাণ! এম্বুলেন্সতেই যন্ত্ৰণাময় মৃত্যু আহত মহিলাৰ

ৰাষ্ট্ৰীয় ঘাইপথৰ যানজঁটে ল’লে প্ৰাণ! এম্বুলেন্সতেই যন্ত্ৰণাময় মৃত্যু আহত মহিলাৰ

একত্ৰিত হৈছে বাঁও দলসমূহ! ৰাজ্যজুৰি জনমত গঠন কৰিবলৈ যৌথভাৱে কাম কৰিব বাঁওপন্থী দলসমূহে

একত্ৰিত হৈছে বাঁও দলসমূহ! ৰাজ্যজুৰি জনমত গঠন কৰিবলৈ যৌথভাৱে কাম কৰিব বাঁওপন্থী দলসমূহে

বক্সিং বিষয়াৰ বিৰুদ্ধে অসৎ আচৰণৰ অভিযোগ লাভলিনা বৰগোহাঁইৰ

বক্সিং বিষয়াৰ বিৰুদ্ধে অসৎ আচৰণৰ অভিযোগ লাভলিনা বৰগোহাঁইৰ

গঁড়ৰ খৰ্গৰ অবৈধ বেহা! গঁড়ৰ খৰ্গৰ অবৈধ সৰ্বৰাহৰ প্ৰধান কেন্দ্ৰ হিচাপে চিহ্নিত মালয়েছিয়া আৰু ভিয়েটনাম

গঁড়ৰ খৰ্গৰ অবৈধ বেহা! গঁড়ৰ খৰ্গৰ অবৈধ সৰ্বৰাহৰ প্ৰধান কেন্দ্ৰ হিচাপে চিহ্নিত মালয়েছিয়া আৰু ভিয়েটনাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd