• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৫ বছৰে গা ধোৱা নাই ডাক্তৰজনে; ছালত কোনো সমস্যা হোৱা নাই? নিজেই ভাঙিলে ভেদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 10, 2025 3:01 pm
341
VIEWS
Share on FacebookShare on Twitter

দৈনিক গা নোধোৱা মানুহ বিচাৰি পোৱাটো টান। শীতকালত বা কোনো বিশেষ কাৰণত গা নোধোৱাকৈ থাকিব পাৰি। গা ধোৱাৰ জৰিয়তে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিব পাৰি। দৈনিক গা ধুলে বেক্টেৰিয়া আৰু সংক্ৰমণৰ পৰা সুৰক্ষা পোৱা যায়।

শেহতীয়া বছৰবোৰত সৌন্দৰ্য্য আৰু ব্যক্তিগত যত্ন উদ্যোগৰ বিকাশ দ্ৰুত হাৰত হৈছে। ২০২৪ চনত কেৱল আমেৰিকাতে এই বজাৰখনে ১০০ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে। প্ৰায় প্ৰতিদিনে বজাৰলৈ আহি আছে নতুন নতুন সামগ্ৰী। গতিকে প্ৰশ্ন উত্থাপন হ’বই পাৰে – আমি সঁচাকৈয়ে গা ধোৱাৰ প্ৰয়োজন আছেনে?

এজন চিকিৎসকে বৰ্তমানৰ এই প্ৰথাক প্ৰত্যাহ্বান জনাইছে। ডাঃ জেমছ হাম্বলিনে যোৱা পাঁচ বছৰ ধৰি গা ধোৱা নাই। দীৰ্ঘদিন ধৰি তেওঁ শৰীৰৰ দুৰ্গন্ধক লৈ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছে। গা নুধুলেও প্ৰতিদিনে চাবোনেৰে হাত ধুইছিল। তিতা হাতেৰে চুলিখিনি মচিছিল। এই দীঘলীয়া সময়ছোৱাত তেওঁৰ পৰ্যবেক্ষণ কি?

তেওঁ কয় যে বেছিভাগ মানুহেই পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে নহয় বৰঞ্চ সৌন্দৰ্য্য বৃদ্ধিৰ বাবেহে প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰে। যদিও তেওঁ স্বীকাৰ কৰে যে চাবোন ব্যৱহাৰ কৰি শৰীৰৰ পৰা তৈলাক্ত ভাৱ দূৰ কৰাটো প্ৰয়োজনীয়। দুয়োখন হাত একেলগে পানীৰ তলত ধুলে মলি আৰু বীজাণু নিধনত সহায় কৰে।

হাম্বলিনৰ মতে গৰম পানীৰে চাবোনেৰে গা ধুলে ছালৰ প্ৰাকৃতিক তেল, ৰাসায়নিক পদাৰ্থ আৰু মাইক্ৰ’বায়’মৰ সুক্ষ্ম ভাৰসাম্য বিঘ্নিত হয়। এই মাইক্ৰ’বায়’মটো আন্ত্ৰিক বেক্টেৰিয়াৰ দৰেই। ইহঁতে শৰীৰৰ আভ্যন্তৰীণ কাৰ্য্য আৰু বাহ্যিক পৰিৱেশ দুয়োটাৰে সৈতে যোগাযোগ কৰে। অত্যধিক গা ধোৱাৰ ফলত ছালৰ তেল হেৰাই যাব পাৰে। ইয়াৰ ফলত ছাল শুকান হৈ উপকাৰী বেক্টেৰিয়া নাইকিয়া হ’ব পাৰে। যাৰ ফলত দীৰ্ঘম্যাদী স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

গৱেষকসকলে এতিয়াও ছালৰ মাইক্ৰ’বায়’মৰ সম্পূৰ্ণ প্ৰভাৱ পৰীক্ষা কৰি আছে। প্ৰাথমিক গৱেষণাৰ পৰা দেখা গৈছে যে এই অণুজীৱবোৰে সামগ্ৰিক স্বাস্থ্যৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

Recent News

গুৱাহাটীৰ মলৰ পিভিআৰ চিনেমাত ফলছ চিলিং ভাঙি পৰি দৰ্শকৰ মাজত আতংক; ৩ জন আহত

গুৱাহাটীৰ মলৰ পিভিআৰ চিনেমাত ফলছ চিলিং ভাঙি পৰি দৰ্শকৰ মাজত আতংক; ৩ জন আহত

অ’ভেল টেষ্টত আজি জয়ী হ’বলৈ ভাৰতক লাগে আৰু ৪ টা উইকেট; ইংলেণ্ডক প্ৰয়োজন ৩৫ ৰান

অ’ভেল টেষ্টত আজি জয়ী হ’বলৈ ভাৰতক লাগে আৰু ৪ টা উইকেট; ইংলেণ্ডক প্ৰয়োজন ৩৫ ৰান

ক্ষমা বিচৰিবলৈ গৈও সমস্যা? সম্পৰ্ক ৰক্ষা কৰিব বিচাৰিলে এই ভুলবোৰ নকৰিব

ক্ষমা বিচৰিবলৈ গৈও সমস্যা? সম্পৰ্ক ৰক্ষা কৰিব বিচাৰিলে এই ভুলবোৰ নকৰিব

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd