• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰামঠগন! সোণ বুলি কৈ বিদেশী মহিলাক ৩০০ টকাৰ সস্তীয়া গহণা ৬ কোটিত বিক্ৰী কৰিলে ৰাজস্থানৰ প্ৰৱঞ্চকে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 11, 2024 4:46 pm
1.1k
VIEWS
Share on FacebookShare on Twitter

ভাৰতলৈ ফুৰিবলৈ আহি ৰাজস্থানৰ জয়পুৰত প্ৰৱঞ্চকৰ প্ৰৱঞ্চনাৰ বলি হ’ল এগৰাকী মাৰ্কিম মহিলা।

জয়পুৰত ৩০০ টকাৰ গহণা ৬ কোটি টকাৰ মূল্য ভৰি কিনিলে মহিলাগৰাকীয়ে।

আৰক্ষীয়ে জনোৱা মতে, এগৰাকী আমেৰিকান মহিলাক প্ৰতাৰণা কৰি ৰাজস্থানৰ গৌৰৱ ছোনী নামৰ এগৰাকী দোকানীয়ে ৩০০ টকীয়া মূল্যৰ কৃত্ৰিম গহণা ৬ কোটি টকাত বিক্ৰী কৰে।

জানিব পৰা মতে, মহিলাগৰাকীৰ নাম নাগৰিক চেৰিছে। তেওঁ ৰাজস্থানৰ জয়পুৰৰ জোহৰি বজাৰৰ এখন দোকানৰ পৰা সোণপানী খটোৱা এডাল ৰূপৰ গহণা ক্ৰয় কৰে।

চলিত বৰ্ষত আমেৰিকাৰ এখন প্ৰদৰ্শনীত প্ৰদৰ্শিত কৰা হৈছিল উক্ত গহণাটি। তেতিয়াই ভুৱা বুলি ধৰা পৰে। ইয়াৰ পিছতেই মহিলাগৰাকীয়ে ভাৰতলৈ আহি দোকানীজনৰ মুখামুখি হয়।

দোকানী গৌৰৱ ছোনীয়ে তেওঁৰ অভিযোগ খাৰিজ কৰাৰ পিছতে জয়পুৰত আৰক্ষীক এজাহাৰ দাখিল কৰে মাৰ্কিন মহিলাগৰাকীয়ে। লগতে আমেৰিকাৰ দূতাবাসৰ পৰাও সহায় বিচাৰে তেওঁ।

মহিলাগৰাকীয়ে আৰক্ষীক জনোৱা মতে ২০২২ চনত ইনষ্টাগ্ৰামৰ জৰিয়তে গৌৰৱ সোণীৰ সংস্পৰ্শলৈ আহিছিল তেওঁ। তাৰপিছত তেওঁ আচল বুলি ৬ কোটি টকাত এডাল ভূৱা হাৰ ক্ৰয় কৰে।

আৰক্ষীয়ে জনোৱা মতে, গৌৰৱ আৰু তেওঁৰ পিতৃ ৰাজেন্দ্ৰ ছোনীৰ বৰ্তমান পলাতক। সন্ধান উলিয়াবলৈ বিশেষ দল গঠন কৰিছে আৰক্ষীয়ে।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd