• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ উত্তৰ প্ৰদেশৰ মন্ত্ৰীয়ে দাবী তুলিলে বোৰ্খা নিষিদ্ধ কৰাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 10, 2020 3:43 pm
Burqa

প্ৰতিনিধিত্বমূলক ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ উত্তৰ প্ৰদেশৰ মন্ত্ৰীয়ে দাবী তুলিলে বোৰ্খা নিষিদ্ধ কৰাৰ।

ৰঘুৰাজ সিং নামৰ এই মন্ত্ৰীজনে বোৰ্খা নিষিদ্ধ কৰাৰ দাবী তোলোতে বিতৰ্কিত মন্তব্যও কৰে। তেওঁ কয়, “বোৰ্খা সন্ত্ৰাসবাদীসকলেহে পিন্ধে তেওঁলোকৰ পৰিচয় লুকুৱাই ৰাখিবলৈ”।

তেওঁ এই মন্তব্য আগ্ৰাৰ শ্বাহজামল অঞ্চলত CAA-বিৰোধী আন্দোলনত ভাগ লোৱা মুছলমান মহিলাসকলৰ প্ৰসংগত কোৱা বুলি প্ৰকাশ।

তেওঁ লগতে কয় যে বোৰ্খা আৰবীয় দেশবিলাকত পিন্ধা আৰম্ভ হৈছিল, আৰু এইটো ভাৰতীয় পৰম্পৰা নহয়।

ভাৰতত ইয়াক নিষিদ্ধ কৰিব লাগে বুলি মন্তব্য কৰি তেওঁ কয়, “বোমা বিস্ফোৰণৰ পিছত আনকি শ্ৰীলংকাতো ইয়াক নিষিদ্ধ কৰিছিল”।

মন্ত্ৰীজনে পূৰ্বেও বিতৰ্কিত মন্তব্য কৰাৰ উদাহৰণ আছে।

পূৰ্বে এবাৰ তেওঁ মোদী আৰু যোগী আদিত্যনাথৰ বিৰুদ্ধে শ্ল’গান দিয়াসকলক জীয়াই জীয়াই কবৰ দিব লাগে বুলি কৈছিল।

সিং উত্তৰ প্ৰদেশৰ কুন্দা নামৰ বিধানসভা সমষ্টিটোৰ পৰা ৬বাৰকৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়ী হৈছে।

লগতে পঢ়ক বোৰ্খা নিষিদ্ধৰ দাবী কৰা চহিৰ ভূঞাক অশালীন আক্ৰমণ; কন্যাৰ ফটোৰ সৈতে পোষ্ট দি অশ্লীল মন্তব্য

প্ৰসংগক্ৰমে ক’ব পাৰি যে যোৱা মাহত বিহাৰৰ এখন মহাবিদ্যালয়ত বোৰ্খা নিষিদ্ধ কৰি কৰ্তৃপক্ষই নিয়ম বান্ধি দিছিল।

পাটনাস্থিত জে ডি ৱ’মেন কলেজ কৰ্তৃপক্ষই মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সমসাজ (য়ুনিফৰ্ম) নিৰ্ধাৰণ কৰি দিয়া জাননীত এই নিষিদ্ধতা আৰোপ কৰা হৈছিল।

অধ্যক্ষই স্বাক্ষৰ কৰা জাননীখনত আনকি বোৰ্খা পৰিধান কৰিলে ২৫০ টকাকৈ জৰিমনা বিহা হ’ব বুলি কোৱা হৈছিল।

আনহাতে অসমতো সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ মুখ্য উপদেষ্টা চহিৰ ভূঞাই বোৰ্খা নিষিদ্ধ কৰাৰ দাবী তুলিছিল যোৱা বছৰৰ মে’ মাহত, যাৰ বাবে তেওঁক বহুতো গোড়া মুছলমানে সমালোচনাৰে থকা-সৰকা কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd