• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাৰাৰুদ্ধ তিনি ছাত্ৰ নেতাক মুক্তিৰ দাবীত ১২ ঘণ্টীয়া গোলাঘাট বন্ধৰ আহ্বান

ৰিতুপল্লৱ শইকীয়া by ৰিতুপল্লৱ শইকীয়া
January 17, 2019 4:52 pm
4.6k
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম চুতীয়া ছাত্র সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰাসহ কাৰাৰুদ্ধ হৈ থকা তিনি ছাত্ৰ নেতাক বিনা চৰ্তে মুক্তিৰ দাবীত কাইলৈ অৰ্থাৎ ১৮ জানুৱাৰীত ১২ ঘণ্টীয়া গোলাঘাট জিলা বন্ধ আহ্বান কৰিছে।

এই কথা গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰিতু শইকীয়া, গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মৃণাল নাথ, সম্পাদক কেশৱ বৰা আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ মিন্টু গগৈয়ে এক যুটীয়া প্ৰেছ বিবৃতিযোগে সদৰী কৰিছে।

উল্লেখযোগ্য যে বিজেপিৰ গোলাঘাট জিলা সমিতিৰ এক গোচৰ সংক্ৰান্তত যোৱা ৮ জানুৱাৰীৰ পৰা চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক মহেন বৰা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়া, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সাংগঠনিক সম্পাদক ৰাজীৱ লস্কৰ কাৰাবন্দী হৈ আছে।

ইয়াৰ পিছতে যোৱা ১১জানুৱাৰীৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কাৰাগাৰতে আমৰণ অনশন কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোক অসুস্থ হৈ পৰিছিল যাৰ বাবে গোলাঘাট আসমৰিক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছিল।অৱশ্যে বিভিন্ন দল -সংগঠনৰ আহ্বানত যোৱা ১৪ জানুৱাৰীত উৰুকাৰ দিনা অনশন ভংগ কৰিছিল।

Recent News

পাকিস্তানৰ গোলাবৰ্ষণত পিতৃ-মাতৃক হেৰুওৱা ২২টি শিশুক দত্তক ল’ব ৰাহুল গান্ধীয়ে

পাকিস্তানৰ গোলাবৰ্ষণত পিতৃ-মাতৃক হেৰুওৱা ২২টি শিশুক দত্তক ল’ব ৰাহুল গান্ধীয়ে

অনুৰাগীয়ে দিয়া ৭২ কোটি টকাৰ সম্পত্তি ঘূৰাই দিলে অভিনেতা সঞ্জয় দত্তই

অনুৰাগীয়ে দিয়া ৭২ কোটি টকাৰ সম্পত্তি ঘূৰাই দিলে অভিনেতা সঞ্জয় দত্তই

অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ গোচৰৰ সৈতে জড়িত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰৰ বাসগৃহত তদন্তকাৰী দলৰ অভিযান

অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ গোচৰৰ সৈতে জড়িত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰৰ বাসগৃহত তদন্তকাৰী দলৰ অভিযান

গেৰুকামুখত এন এইচ পি চিৰ তিনিটা নিম্ন জলবিদ্যুৎ প্ৰকল্প আৰম্ভ কৰাৰ পৰিকল্পনা! প্ৰতিবাদত নামিল ক্ষুব্ধ গাঁওবাসী

গেৰুকামুখত এন এইচ পি চিৰ তিনিটা নিম্ন জলবিদ্যুৎ প্ৰকল্প আৰম্ভ কৰাৰ পৰিকল্পনা! প্ৰতিবাদত নামিল ক্ষুব্ধ গাঁওবাসী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd