• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুই চেকেণ্ডতে মুখৰ হাঁহি পৰিণত হ’ল মৰণকাতৰ চিঞৰলৈ : যাত্ৰীৰ মবাইলত উদ্ধাৰ নেপাল বিমান দুৰ্ঘটনাৰ ভিডিঅ’

বিমানখনে মাটিত খুন্দা মৰাৰ আগতেই তেওঁ খিৰিকীৰে সমগ্ৰ চহৰখন কেমেৰাত বন্দী কৰিছে। আনন্দেৰে ভিডিঅ’টো কৰি থাকোঁতেই হঠাৎ বিস্ফোৰণৰ শব্দত কঁপি উঠিছে বিমানখন। যাত্ৰীজনৰ হাতৰ পৰা বাগৰি পৰিছে মোবাইল ফোনটো। ভিডিঅ’টোৰ শেষৰ কেইটামান চেকেণ্ডত দেখা গৈছে ভয়ংকৰ অগ্নিকাণ্ড। লগতে শুনা গৈছে যাত্ৰীসকলৰ কান্দোনৰ শব্দ।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 16, 2023 9:48 am
248
VIEWS
Share on FacebookShare on Twitter

নেপালৰ বিমান দুৰ্ঘটনাত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ আগমুহূৰ্তত এজন যাত্ৰীয়ে মোবাইলত হাঁহি হাঁহি বন্দী কৰিছিল জীৱনৰ শেষৰটো ভিডিঅ’।

দেওবাৰে পুৱা পোখাৰা বিমানবন্দৰত অৱতৰণ কৰাৰ ঠিক পূৰ্বেই য়েটি এয়াৰলাইন্সৰ এ টি আৰ-৭২ নামৰ বিমান খনে ৭২ জন যাত্ৰী সহ মাটিত খুন্দা মাৰে।

দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ধ্বংসাৱশেষৰ পৰা উদ্ধাৰকাৰীয়ে উদ্ধাৰ কৰে এজন যাত্ৰীৰ এটা মোবাইল ফোন। সেই ফোনতেই উদ্ধাৰ হৈছে দুৰ্ঘটনাটোত মৃত্যু হোৱা যাত্ৰীজনে কৰি ৰখা ভিডিঅ’।

ইতিমধ্যে এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এজন যাত্ৰীয়ে হাঁহি হাঁহি বিমানখনৰ ভিতৰত থকা সহযাত্ৰীসকলৰ লগতে বিমানৰ বাহিৰৰ দৃশ্যও ৰেকৰ্ডিং কৰি আছে।

বিমানখনে মাটিত খুন্দা মৰাৰ আগতেই তেওঁ খিৰিকীৰে সমগ্ৰ চহৰখন কেমেৰাত বন্দী কৰিছে।

আনন্দেৰে ভিডিঅ’টো কৰি থাকোঁতেই হঠাৎ বিস্ফোৰণৰ শব্দত কঁপি উঠিছে বিমানখন।

যাত্ৰীজনৰ হাতৰ পৰা বাগৰি পৰিছে মোবাইল ফোনটো।

ভিডিঅ’টোৰ শেষৰ কেইটামান চেকেণ্ডত দেখা গৈছে ভয়ংকৰ অগ্নিকাণ্ড। লগতে শুনা গৈছে যাত্ৰীসকলৰ কান্দোনৰ শব্দ।

 

Supposedly a video made by a passenger of the Nepal Airplane Crash#airline #planecrash #planecrashnepal #nepal pic.twitter.com/2O3Yt8NH7s

— Extreme Videos (@handymanbtsea) January 16, 2023

উল্লেখ্য যে বিমান দুৰ্ঘটনাটোত এতিয়ালৈকে ৬৮ গৰাকী যাত্ৰীৰ মৃত্যু হৈছে। বিমানখনত আছিল ৫ জন ভাৰতীয় যাত্ৰী। গোটেইকেইজন যাত্ৰীৰেই ঘৰ উত্তৰ প্ৰদেশত। ইয়াৰে এজন যাত্ৰীৰ ফোনৰ পৰা উদ্ধাৰ হৈছে এই ভিডিঅ’টো।

Recent News

অসম–মেঘালয় সীমান্তৰ সমীপত মাজনিশা জব্দ শাল কাঠভৰ্তি  ট্ৰাক

অসম–মেঘালয় সীমান্তৰ সমীপত মাজনিশা জব্দ শাল কাঠভৰ্তি  ট্ৰাক

নাছিকত ভুৱা এমাজন টেক ছাপৰ্ট চেণ্টাৰ উন্মোচন: চিবিআইৰ অভিযানত ৫ জন গ্ৰেপ্তাৰ, কোটি কোটি টকাৰ সম্পত্তি জব্দ

নাছিকত ভুৱা এমাজন টেক ছাপৰ্ট চেণ্টাৰ উন্মোচন: চিবিআইৰ অভিযানত ৫ জন গ্ৰেপ্তাৰ, কোটি কোটি টকাৰ সম্পত্তি জব্দ

একাউণ্টত নূন্যতম ৫০ হাজাৰ টকা ৰাখিবই লাগিব! আইচিআইচিআই বেংকৰ নতুন নিয়ম

একাউণ্টত নূন্যতম ৫০ হাজাৰ টকা ৰাখিবই লাগিব! আইচিআইচিআই বেংকৰ নতুন নিয়ম

পেলেষ্টাইন সমৰ্থনৰ আঁৰত ইহুদী বিৰোধীতাৰ অভিযোগ! কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ক ১ বিলিয়ন ডলাৰ জৰিমনা ট্ৰাম্প প্ৰশাসনৰ

পেলেষ্টাইন সমৰ্থনৰ আঁৰত ইহুদী বিৰোধীতাৰ অভিযোগ! কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ক ১ বিলিয়ন ডলাৰ জৰিমনা ট্ৰাম্প প্ৰশাসনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd