• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আই পি এলত বিহু নাচ ৰিয়ানৰ, Video ভাইৰেল

এন ই নাও নিউজ by এন ই নাও নিউজ
April 23, 2019 5:13 pm
Video|| Riyan Parag's bihu dance in IPL going viral

আয়াৰৰ ৱিকে’ট লৈ ৰিয়ানৰ বিহু নাচ। ছবি সৌজন্য-- আই পি এল টুইটাৰ।

1.4k
VIEWS
Share on FacebookShare on Twitter

মুম্বাই ইন্দিয়ানছৰ বিৰুদ্ধে শেহতীয়া খেলত চমকপ্ৰদ প্ৰদৰ্শনেৰে চৰ্চালৈ অহা ৰিয়ান পৰাগে দেলহি কেপিতেলছৰ বিপক্ষে সফলতাৰ মুখ নেদেখিলেও অসমৰ খেলুৱৈগৰাকীৰ বিহু নাচৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

দিল্লীৰ দলটোৰ অধিনায়ক শ্ৰেয়াস আয়াৰৰ ৱিকে’ট দখলৰ পিছতে নাচি উঠা অসমৰ অলৰাউণ্ডাৰগৰাকীৰ ভিডিঅ’টো আই পি এলৰ অফিচিয়েল টুইটাৰ হেন্দলটোৱে ৰাজহুৱা কৰিছে।

দেশত সাধাৰণ নিৰ্বাচনৰ তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে গুগল ত্ৰেন্দছতটো ৰিয়ানে স্থান দখল কৰিছে।

ৰিয়ানৰ দল ৰাজস্থান ৰয়েলছ পৰাজিত হোৱা সোমবাৰৰ খেলখনত তেওঁ ৩ অ’ভাৰ বলিং কৰি ৩৫ ৰানৰ বিনিময়ত ৮.৩৩ ইকনমিৰে ১টা ৱিকে’ট দখল কৰিছিল। ৰিয়ানৰ বলত দিল্লীৰ অধিনায়ক আয়াৰে মিড ৱিকে’টত বেন স্ত’কছৰ হাতত বল তুলি দি বিদায় লয়।

আনহাতে বেটিঙতো অসমৰ খেলুৱৈজন বিফল হৈছিল। ৩টা বলত এটা বাউন্দেৰিৰে ৪ ৰান কৰা ৰিয়ানৰ কাগিছ’ ৰাবাদাৰ বলত খুটি উৰি যায়।

🕺🕺#VIVOIPL pic.twitter.com/siobmAyzZe

— IndianPremierLeague (@IPL) April 22, 2019

২০ এপ্ৰিলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৪৩ ৰানৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলি ৰাজস্থান ৰয়েলছৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ৰিয়ানে মাত্ৰ ৭ ৰানৰ বাবে আই পি এলত ইতিহাস সৃষ্টি কৰাৰ পৰা দূৰৈত ৰৈছিল।

মেচখনত অৰ্ধ শতক অৰ্জন কৰিবলৈ সক্ষম হোৱাহেঁতেন ১৭ বছৰীয়া ৰিয়ান হৈ পৰিলেহেঁতেন আই পি এলত অৰ্ধ শতক অৰ্জন কৰা কনিষ্ঠতম ক্ৰিকেটাৰ।

পঞ্চম স্থানত বেট ধৰিবলৈ অহা ৰিয়ানৰ শ্বটসমূহে তাৰকা খেলুৱৈৰ প্ৰশংসা লাভ কৰিছিল।

প্ৰাক্তন ৰঞ্জি খেলুৱৈ পৰাগ দাস আৰু ৰাষ্ট্ৰীয় অভিলেখকাৰী সন্তৰণবিদ মিথু বৰুৱাৰ পুত্ৰ ৰিয়ানৰ যোৱা ১১ এপ্ৰিলত ছাৱাই মানসিং ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে আই পি এলত অভিষেক ঘটিছিল।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd