• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তেতেলীসৰা গাঁও পঞ্চায়তত নিৰ্বাচন বৰ্জনৰ হুংকাৰ ৰাইজৰ

মিণ্টু দাস by মিণ্টু দাস
November 19, 2018 10:35 pm
nagaon teteli sara.photo

তেতেলিসৰা গাঁৱৰ ৰাইজে পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ ভাবুকি দিছে। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ বঢ়মপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত তেতেলীসৰা গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ ৰাইজে তেওঁলোকক দীৰ্ঘদিন পঞ্চায়ত প্ৰতিনিধিসকলে বঞ্চিত কৰাৰ অভিযোগ তুলি পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ ভাবুকি দিয়ে। তদুপৰি ক্ষুভিত ৰাইজে আজি প্ৰতিবাদো সাব্যস্ত কৰে।

উল্লেখ্য যে, তেতেলীসৰা গাঁও পঞ্চায়তৰ পৰা ইয়াৰ সভাপতি হিচাপে অগপৰ প্ৰাৰ্থী হিচাপে অমিয় হাজৰিকা নিৰ্বাচিত হৈছিল।ইয়াৰ পূৰ্বেও অগপ নেতাজনৰ পত্নীও পঞ্চায়তটোৰ পৰা নিৰ্বাচিত হৈছিল। কিন্তু তেওঁলোকৰ কাৰ্যকালত পঞ্চায়তটোৰ সাত নম্বৰ ৱাৰ্ডৰ বিশেষ উন্নয়ন নহ’ল।

বিশেষকৈ বিগত কাৰ্যকালত পঞ্চায়ত সভাপতি অমিয় হাজৰিকাক এটা পথৰ উন্নীতকৰণৰ বাবে ৰাইজে বহু বাৰ আবেদন কৰাৰ পাছতো তেওঁ পথটোৰ নিৰ্মাণ বা উন্নীতকৰণৰ ব্যৱস্থা নল’লে। কামপুৰ-কঠিয়াতলীৰ পৰা নতুন মাজৰআটিলৈ যোৱা এই পথটোৰ উন্নীতকৰণৰ ব্যৱস্থা নকৰাৰ বাবে বাৰিষা বতৰত যাতায়ত ব্যৱস্থা বিহিত হৈ পৰে।

ৰাইজৰ উন্নয়নলৈ পিঠি দিয়া পূৰ্বৰ পঞ্চায়ত সভাপতিগৰাকীকে পুনৰবাৰ অগপৰ দলীয় টিকটত পঞ্চায়তটোৰ পৰা আঞ্চলিক সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়াত জাঙুৰ খাই উঠিছে ৰাইজ। ৰাইজে আজি পূৰ্বৰ পঞ্চায়ত সভাপতি তথা বৰ্তমানৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে শ্লোগান দি পৰিস্থিতি উত্তপ্ত কৰি তোলে।

ৰাইজে এইবাৰ পঞ্চায়তৰ প্ৰাৰ্থী সকলক ৱাৰ্ডটোত প্ৰবেশ কৰিবলৈ নিদিয়ে বুলি হুংকাৰ দি পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰিব বুলিও সদৰী কৰে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

September 19, 2025 9:19 am
বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

September 19, 2025 8:31 am
শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

September 19, 2025 7:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

September 19, 2025 9:19 am
বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd