• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পজিটিভ এনাৰ্জী! কেবিচিত ১ কোটি টকা জিকিলে দৃষ্টিহীন শিক্ষয়িত্ৰী হিমানী বুন্দেলাই

এন ই নাও নিউজ by এন ই নাও নিউজ
September 1, 2021 11:49 am
Himani Bundela KBC

কেবিচিত হিমানী বুন্দেলা।

180
VIEWS
Share on FacebookShare on Twitter

ছ’নী টিভিৰ জনপ্ৰিয় গেম শ্ব’ কৌন বনেগা ক্ৰোড়পতি (কেবিচি)ৰ ১৩ সংখ্যক সংস্কৰণত এক কোটি টকা জিকিলে আগ্ৰাৰ দৃষ্টিহীন শিক্ষয়িত্ৰী হিমানী বুন্দেলাই। তেওঁ লগতে এখন গাড়ীও উপহাৰ হিচাপে লাভ কৰিছে।

হিমানীৰ সন্মুখত সাত কোটি টকা জিকাৰ সুযোগ আছিল যদিও আৰু ৰিস্ক ল’ব নিবিচাৰিলে দৃষ্টিহীন শিক্ষয়িত্ৰীগৰাকীয়ে।

সৰুৰে পৰা অধ্যয়নৰ প্ৰতি আগ্ৰহী হিমানীয়ে কেবিচিৰ শ্ব’ত জানিবলৈ দিছিল যে তেওঁৰ এই শাৰীৰিক প্ৰতিবন্ধকতা কেতিয়াও অক্ষমতাৰ কাৰক হৈ পৰা নাই। নিজৰ অধ্যয়নৰ লগতে আনক পঢ়ুওৱাৰ দায়িত্বও তেওঁ সুকলমে চলাই গৈছে।

অমিতাভ বচ্চনৰ সৈতে প্ৰথম সাক্ষাতৰ অভিজ্ঞতা সম্পৰ্কে হিমানীয়ে কয় যে মই অকণো বিচল হৈ পৰা নাছিলো। অমিতাভ বচ্চনে সকলোবোৰ অত্যন্ত সহজ কৰি দিছিল। তেওঁৰ সন্মুখত আত্মবিশ্বাস আৰু বৃদ্ধি পাইছিল। তেওঁ ভীষণ শান্ত এগৰাকী মানুহ, তেওঁৰ ব্যৱহাৰো অত্যন্ত ভাল।

অমিতাভ বচ্চনৰ কণ্ঠ শুনিয়েই তেওঁ এনাৰ্জী লেভেল আৰু বৃদ্ধি পাইছিল বুলিও জানিবলৈ দিয়ে হিমানীয়ে।

আনহাতে, এই বিশাল ধনৰাশিৰে তেওঁ কৰিব বুলি সোধা প্ৰশ্নৰ উত্তৰত হিমানীয়ে কয় যে তেওঁৰ ইচ্ছা বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে এটা কোচিং চেন্টাৰ খুলিব।

জনপ্ৰিয় গেম শ্ব’ কৌন বনেগা ক্ৰোড়পতিয়ে ২১ বছৰ সম্পন্ন কৰিলে। ২০০০চনত কৌন বনেগা ক্ৰোড়পতি শ্ব’ৰ জৰিয়তে সৰু পৰ্দালৈ আহিছিল বিগ বি অমিতাভ বচ্চন। আৰম্ভণিৰে পৰা শ্ব’টোৰ সঞ্চালক হিচাপে আছে অমিতাভ। মাজতে এবাৰ মাথো শ্ব’টোৰ সঞ্চালক হিচাপে আচিল শ্বাহৰুখ খান।

২০০০চনৰ পৰা ২০০৭চনলৈকে ষ্টাৰ প্লাছত সম্প্ৰচাৰ হৈছিল কেবিচি। তেতিয়া ইয়াৰ প্ৰযোজনা কৰিছিল সমীৰ নায়াৰৰ টীমে। ২০১০চনৰ পৰা এই শ্ব’ ছনী টিভিলৈ আহে। লগে লগে ইয়াৰ প্ৰযোজক সংস্থাও সলনি হয়। এতিয়া শ্ব’টোৰ নতুন প্ৰযোজক হিচাপে আছে বিগ চিনাৰ্জী।

Recent News

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd