• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জিঅ’ক প্ৰত্যাহ্বান ভোডাফোন, এয়াৰটেলৰ; অতিৰিক্ত চাৰ্জ নলগাই গ্ৰাহকক দিব সকাহ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 10, 2019 4:29 pm
shocked-girl-holding-cell-phone_b7e10b08-9a20-11e7-bef3-183dfba5e438

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে সন্ধিয়া জিঅ’ই ঘোষণা কৰিছিল যে কোম্পানীটোৰ নেটৱৰ্কৰ পৰা অন্য নেটৱৰ্কলৈ আৰু কলিং ফ্ৰী নহয়। অৰ্থাৎ জিঅ’ৰ গ্ৰাহকে এতিয়া আন নেটৱৰ্কলৈ ফোন কৰিবলৈ এক নতুন টপ আপ ৰিচাৰ্জ কৰিব লাগিব।

ইয়াৰ পাছতে এতিয়া ভোডাফোন আইডিয়া লিমিটেডে (VIL) প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে ভোডাফোন আইডিয়া নেটৱৰ্কৰ বাহিৰলৈ কৰা কলৰ বাবে গ্ৰাহকক পৃথকে ধন ভৰোৱাৰ আমাৰ কোনো উদ্দেশ্য নাই।

একেদৰে এয়াৰটেলেও স্পষ্ট কৰি দিছে যে কোম্পানীয়ে কোনো অতিৰিক্ত চাৰ্জ আদায় নকৰে।

Hi! Airtel unlimited packs are truly unlimited on voice. With an unlimited pack you get to enjoy free local, STD and roaming calls anywhere in India. There are no additional charges levied. Thank you, Sonali https://t.co/2G23qpsqlP

— Bharti Airtel India (@Airtel_Presence) October 10, 2019

ভোডাফোনে আই য়ু চিৰ ওপৰত জিঅ’ৰ সিদ্ধান্তৰ পাছত বৃহস্পতিবাৰে এক টুইটৰ জৰিয়তে কৈছে যে কোম্পানীটোৱে গ্ৰাহকক অন্য নেটৱৰ্কলৈ ফোন কৰাৰ বাবে কোনো চাৰ্জ নলয়।

কোম্পানীটোৱে কৈছে যে আমি যি প্ৰতিশ্ৰুতি দিছিলো আমি তাত অটুট আছো। গ্ৰাহকে ভোডাফোনৰ আনলিমিটেড প্লেনত ফ্ৰী কলৰ সুবিধা ল’ব পাৰে।

ভোডাফোনে কৈছে যে আমি গ্ৰাহকৰ ওপৰত এই কামৰ বোজা জাপি দিব বিচৰা নাই যে তেওঁলোকে প্ৰতিবাৰে চেক কৰিব যে কলটো অফ নেটত কৰা হৈছে নে অন নেটত কৰা হৈছে।

Relax, there will be no charges on Vodafone calls to other networks. So keep enjoying what we promised you – truly free calls on Vodafone unlimited plans.

Spread the news and share this link with friends and family who wish to join Vodafone: https://t.co/qAlV1Sgvhr pic.twitter.com/fuMGdPq1ml

— Vodafone (@VodafoneIN) October 10, 2019

সেইদৰে এয়াৰটেলেও এগৰাকী গ্ৰাহকক উত্তৰ দি কৈছে যে কোম্পানীৰ আনলিমিটেড পেকছ্ কলিঙৰ বাবে প্ৰকৃততে আনলিমিটেডেই থাকিব।

গ্ৰাহকে আনলিমিটেড পেকছ্ত ভাৰতৰ যিকোনো ঠাইত ফ্ৰী লোকেল, এছ টি ডি আৰু ৰোমিং কলৰ সুবিধা ল’ব পাৰে। ইয়াৰ বাবে কোম্পানীয়ে কোনো অতিৰিক্ত চাৰ্জ নলয়।

উল্লেখযোগ্য যে ৰিলায়েন্স জিঅ’ই ৯ অক্টোবৰত ঘোষণা কৰা মতে ১০ অক্টোবৰৰ পৰা ইয়াৰ গ্ৰাহকে আন নেটৱৰ্কলৈ ফোন কৰিলে প্ৰতি মিনিটত ৬পইচাকৈ অতিৰিক্ত চাৰ্জ ভৰিব লাগিব।

তদুপৰি, কোম্পানীটোৱে ১০ টকাৰ প্ৰাৰম্ভিক টপ আপ পেকছো মুকলি কৰিছে। এই টপ আপৰ জৰিয়তে গ্ৰাহকে অতিৰিক্ত ডাটা লাভ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd