• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত ভোটাৰৰ মাজত সজাগতা বৃদ্ধিৰ বাবে ‘ৱাক ফৰ ভোট’

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
April 7, 2019 10:48 am
301
VIEWS
Share on FacebookShare on Twitter

১১ এপ্ৰিলত অনুষ্ঠিত হ’ব লগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ভোটদানৰ হাৰ বৃদ্ধিৰ বাবে নিৰ্বাচন আয়োগে হাতত লৈছে বিভিন্ন কাৰ্যসূচী। আজি শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ বিভিন্ন প্ৰান্তত ভোটদানৰ হাৰ বৃদ্ধিৰ বাবে জনসাধাৰণক সজাক কৰাৰ উদ্দেশ্যে সজাগত মূলক পদযাত্ৰা ৱাক ফৰ ভোট কাৰ্যসূচী ৰূপায়ণ কৰে।

আজি পুৱা ৭ বজাত নগৰৰ ব’ৰ্ডিং খেল পথাৰৰ পৰা এই সজাগতামূলক পদকযাত্ৰাৰ আৰম্ভ কৰা হয়। এই সজাগতামূসক পদযাত্ৰাত শিৱসাগৰ  জিলা উপায়ুক্তৰ লগতে জিলা প্ৰশাসনৰ বিভিন্ন বিষয়া-কৰ্মচাৰী, বিভিন্ন সংগঠনৰ প্ৰতিনিধি, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু সৰ্বসাধাৰণ ৰাইজে অংশ গ্ৰহণ কৰে। ইয়াৰোপৰি SVEEP ৰ জিলাদূত তথা শিল্পী মানস ৰবিনে এই পদ যাত্ৰাত অংশ গ্ৰহণ কৰাৰ লগতে বিহুগীত পৰিৱেশন কৰি সকলোকে উৎসাহিত কৰে।

উল্লেখযোগ্য যে জিলাখনৰ ভোটাৰৰ মাজত ভোটদানৰ হাৰ বৃদ্ধিৰ বাবে আয়োজন কৰা এই সজাগতামূলক পদযাত্ৰা ৱাক ফ’ৰ ভোট কাৰ্যসূচী শিৱসাগৰ নিৰ্বাচনী জিলাৰ চাৰিওটা ব্লক আৰু ৬২ খন গাঁও পঞ্চায়ত সমূহত একে সময়তে ৰূপায়ণ কৰা হয়।

Tags: নিৰ্বাচন ২০১৯

Recent News

ৰাজ্যৰ ৭খন সংৰক্ষিত বনাঞ্চলত শিল খনন; অসম চৰকাৰক জবাবদিহি উচ্চতম ন্যায়ালয়ৰ

ৰাজ্যৰ ৭খন সংৰক্ষিত বনাঞ্চলত শিল খনন; অসম চৰকাৰক জবাবদিহি উচ্চতম ন্যায়ালয়ৰ

নিজৰ কক্ষপথৰ পৰা আঁতৰি যাব পৃথিৱী; গুচি যাব পাৰে আন সৌৰজগতলৈ, কিয়?

নিজৰ কক্ষপথৰ পৰা আঁতৰি যাব পৃথিৱী; গুচি যাব পাৰে আন সৌৰজগতলৈ, কিয়?

পত্নী আৰু পুত্ৰৰ সৈতে গাড়ীত উদ্ধাৰ ব্যৱসায়ীৰ মৃতদেহ; ৰহস্য উন্মোচনৰ চেষ্টা চলাইছে আৰক্ষীয়ে

পত্নী আৰু পুত্ৰৰ সৈতে গাড়ীত উদ্ধাৰ ব্যৱসায়ীৰ মৃতদেহ; ৰহস্য উন্মোচনৰ চেষ্টা চলাইছে আৰক্ষীয়ে

ছিৰিয়াৰ গীৰ্জাত বোমা বিস্ফোৰণত ২০ জন নিহত, বহু আহত; আক্ৰমণকাৰী সন্দেহয়ুক্ত আই এছ সন্ত্ৰাসবাদী!  

ছিৰিয়াৰ গীৰ্জাত বোমা বিস্ফোৰণত ২০ জন নিহত, বহু আহত; আক্ৰমণকাৰী সন্দেহয়ুক্ত আই এছ সন্ত্ৰাসবাদী!  

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd