• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফ্লিপকাৰ্টত ১.২ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰিব ৱালমাৰ্টে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 14, 2020 6:30 pm
flipwalmart_660_061419012426
1.3k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় বজাৰত এতিয়া ই-কমাৰ্চৰ চাহিদা লক্ষ্যণীয় হাৰত বৃদ্ধি পোৱা  পৰিলক্ষিত হৈছে।

এমাজন, ফ্লিপকাৰ্ট আদি কোম্পানী সমূহে ভাৰতীয় গ্ৰাহকৰ আস্থা ভাজন হবলৈ সক্ষম হৈছে ।

এনে পৰিস্থিতিত ই-কমাৰ্চৰ সৈতে জৰিত কোম্পানী সমূহৰ মাজত আৰম্ভ হৈ গৈছে প্ৰতিযোগিতা। এনে প্ৰতিযোগিতাৰ মাজতে বিশ্বৰ আগশাৰীৰ ই-কমাৰ্চ কোম্পানী ৱালমাৰ্টে  আন এক ই- কমাৰ্চ কোম্পানী ফ্লিপকাৰ্টত ১.২ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে।

ৱালমাৰ্টৰ প্ৰেছিডেন্ট জুডিথ মেক কেইনে প্ৰকাশ কৰা তথ্য অনুসৰি আমেৰিকাৰ বাহিৰত দীৰ্ঘ দিন ধৰি পৰি ৰোৱা ২.৭ বিলিয়ন ডলাৰ ৱালমাৰ্টে ভাৰতত ব্যৱসায় কৰি থকা ফ্লিপকাৰ্টত খটুৱাব।

২০১৯ চনৰ ৩০ এপ্ৰিলত ৱালমাৰ্টে ২.৭ বিলিয়ন ডলাৰ আমেৰিকাৰ কেতবোৰ কঠোৰ নীতিৰ বাবে ব্যৱহাৰ কৰিব পৰা নাছিল।

একেদৰে ২০১৯ চনৰ ৩১ জানুৱাৰীত ২.৮ বিলিয়ন ডলাৰো আমেৰিকাৰ একাউন্টত সুমোৱা নাছিল।

আমেৰিকাৰ বাহিৰত দীৰ্ঘ দিন ধৰি পৰি ৰোৱা ২.৭ বিলিয়ন ডলাৰৰ পৰা উলিয়াই আনিব পৰা ১.২ বিলিয়ন ডলাৰ ৱালমাৰ্টে ভাৰতত ব্যৱসায় কৰি থকা ফ্লিপকাৰ্টত খটুৱাব।

উল্লেখ্য ২০১৮ চনৰ মে’ মাহত ৱালমাৰ্টে ফ্লিপকাৰ্টৰ ৭৭ শতাংশ শ্বেয়াৰ কিনি লৈছিল।

Recent News

দুলীয়াজান বন্ধ কাৰ্যসূচীৰ মাজতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক আটক

দুলীয়াজান বন্ধ কাৰ্যসূচীৰ মাজতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক আটক

কেন্সাৰৰ চিকিৎসাত যুগান্তকাৰী সাফল্য! বিশ্বৰ প্ৰথমটো মূত্ৰাশয় সংৰোপণ কৰিলে ভাৰতীয় মূলৰ চিকিৎসকে!

কেন্সাৰৰ চিকিৎসাত যুগান্তকাৰী সাফল্য! বিশ্বৰ প্ৰথমটো মূত্ৰাশয় সংৰোপণ কৰিলে ভাৰতীয় মূলৰ চিকিৎসকে!

নিষ্ঠাৰ নিদৰ্শন! মাতৃৰ মৃত্যুৰ দুদিন পিছতে কৰ্তব্যত উপস্থিত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় ওকা

নিষ্ঠাৰ নিদৰ্শন! মাতৃৰ মৃত্যুৰ দুদিন পিছতে কৰ্তব্যত উপস্থিত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় ওকা

বিদেশী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি কৰিব নোৱাৰিব হাৰ্ভাৰ্ডে; ট্ৰাম্প প্ৰশাসনৰ নতুন পদক্ষেপ

বিদেশী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি কৰিব নোৱাৰিব হাৰ্ভাৰ্ডে; ট্ৰাম্প প্ৰশাসনৰ নতুন পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd