• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাণত পানী সোমাইছে? মূৰ নোজোকাৰিব, মদ ঢালক আৰু নষ্ট হোৱাৰ পৰা বচাওক মগজু

এমেৰিকান ফিজিকেল চ’চাইটিৰ বাৰ্ষিক সভাত দাখিল গৱেষণাটো ইউ এছৰ প্ৰখ্যাত কৰ্নেল ইউনিভাৰ্ছিটি আৰু ভাৰ্জিনিয়া টেকৰ।

এন ই নাও নিউজ by এন ই নাও নিউজ
November 26, 2019 10:30 pm
Want to remove water from ear? Shaking head can damage your brain: study by Cornell University

মানুহৰ কাণৰ ছবি। সৌজন্য-- উইকিমিদিয়া কমনছ।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমি কাণত পানী সোমালে সাধাৰণতে একাষৰীয়া কৰি মূৰ জোকাৰি সেয়া বাহিৰ কৰিব খোজো। কিন্তু, গৱেষকৰমতে, ইয়াৰ ফলত নষ্ট হৈ যাব পাৰে মগজু।

তাৰ পৰিৱৰ্তে আপুনি কাণত অলপ মদ (alcohol) বা ভিনেগাৰৰ টোপাল দি সমস্যাটো সমাধান কৰিব পাৰে, বিজ্ঞানীসকলৰ দিহা।

গৱেষণাটো ইউ এছৰ প্ৰখ্যাত কৰ্নেল ইউনিভাৰ্ছিটি আৰু ভাৰ্জিনিয়া টেকৰ।

ব্ৰেইন দেমেজটো বাৰু পিছত, মদ বা ভিনেগাৰ কিয়?

কাৰণ, মদ বা ভিনেগাৰৰ পৃষ্ঠটান (surface tension) পানীতকৈ কম। গৱেষকৰমতে, পৃষ্ঠটানৰ বাবে পানীখিনি কাণৰ পৰা ওলাই আহিব নোখোজে।

পৃষ্ঠটান কি? ধৰক, গিলাচ এটাত আপুনি উপচি যোৱাকৈ পানী ৰাখিছে। দেখিব, গিলাচৰ পৃষ্ঠভাগতকৈ সামান্য ওপৰলৈকে পানী ভৰালেও এটা নিৰ্দিষ্ট পৰিমাণলৈকে পানীখিনি বাগৰি নপৰাকৈ থাকে।

পানীখিনি স্ফীত, টান খাই থকাৰ দৰে থাকে, কিন্তু এটা নিৰ্দিষ্ট মাত্ৰালৈকে সি বাগৰি নপৰাকৈ থাকিব খোজে—সেয়া পৃষ্ঠটানৰ ফল।

পানীৰ উপৰিভাগৰ কণাসমূহ (particles)ৰ আকৰ্ষণৰ ফলত এই পৃষ্ঠটানৰ সৃষ্টি হয়।

মদ, ভিনেগাৰৰ দৰে কম পৃষ্ঠটানৰ জুলীয়া পদাৰ্থই পানীৰ পৃষ্ঠটান ভাঙি দিয়াৰ ফলত পানীখিনি কাণৰ পৰা সহজে ওলাই আহে আৰু আপুনি মূৰ জোকাৰিব নালাগে।

এতিয়া ব্ৰেইন দেমেজ! গৱেষকসকলৰমতে, কাণত সোমোৱা পানী উলিয়াবলৈ জোকাৰাৰ তীব্ৰতাই মাথা নষ্ট কৰিব পাৰে আৰু লগতে মুকলি কৰিব পাৰে সংক্ৰমণৰ বাট।

সত্যটো হ’ল, মুখগহ্বৰ বা কাণৰ দৰে মগজুৰ সৈতে লাগি থকা যিকোনো অংশতে সংক্ৰমণ অত্যন্ত বিপজ্জনক আৰু সি চিধা আৰু সহজে মগজুলৈ বিয়পিব পাৰে।

গৱেষকৰমতে, শিশুৰ ক্ষেত্ৰত মাথা নষ্ট হোৱাৰ সম্ভাৱনা প্ৰাপ্তবয়স্কতকৈ বহুত বেছি। কাৰণ, শিশুৰ কাণৰ পথটো সৰু।

তেওঁলোকে কৰা পৰীক্ষামতে, শিশুৰ কাণৰ পৰা পানী উলিয়াবলৈ প্ৰয়োজন হোৱা জোকাৰণি পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিতকৈ ১০গুণ বেছি।

সৌভাগ্যক্ৰমে, এই ফল পাবলৈ কাৰোবাৰ মাথা নষ্ট কৰিব লগা হোৱা নাই। গ্লাছ টিউব আৰু কৰ্ণগহ্বৰৰ ৩দি প্ৰিণ্টেদ মদেলত তেওঁলোকে এই পৰীক্ষা কৰিছে।

গৱেষণাটোত ভাৰতীয় মূলৰ বিজ্ঞানী অনুজ বাকচ’তাও জৰিত আছিল।

২৩ নৱেম্বৰত ইউ এছৰ চিয়াতলত এমেৰিকান ফিজিকেল চ’চাইটিৰ এক বাৰ্ষিক সভাত এই অধ্যয়ন দাখিল কৰা হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

September 16, 2025 12:32 pm
মাতাল আৰক্ষীৰ গাড়ীৰ খুন্দাত মৰ্মান্তিকভাৱে নিহত ২ শিশু, গুৰুতৰভাৱে আহত আন এটি শিশু!

মাতাল আৰক্ষীৰ গাড়ীৰ খুন্দাত মৰ্মান্তিকভাৱে নিহত ২ শিশু, গুৰুতৰভাৱে আহত আন এটি শিশু!

September 16, 2025 11:50 am
প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

September 16, 2025 11:13 am
বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

September 16, 2025 12:32 pm
মাতাল আৰক্ষীৰ গাড়ীৰ খুন্দাত মৰ্মান্তিকভাৱে নিহত ২ শিশু, গুৰুতৰভাৱে আহত আন এটি শিশু!

মাতাল আৰক্ষীৰ গাড়ীৰ খুন্দাত মৰ্মান্তিকভাৱে নিহত ২ শিশু, গুৰুতৰভাৱে আহত আন এটি শিশু!

September 16, 2025 11:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd