CAB সম্পৰ্কত অমিত শ্বাহৰে আলোচনা অগপৰ; গৃহ মন্ত্ৰীৰ সন্মুখত কি আহ্বান জনালে অগপ নেতৃত্বই?

AGP leader

কেবৰ প্ৰতিবাদত অগপ নেতৃত্ব

ৰাজ্যৰ অন্যান্য দল সংগঠনৰ সমান্তৰালকৈ আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে অগপ নেতৃত্বই। অগপ সভাপতি অতুল বৰাৰ নেতৃত্বত যোৱা দলটোত মন্ত্ৰী কেশৱ মহন্ত, ফণিভূষণ চৌধুৰী, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সাধাৰণ সম্পাদক কমলা কলিতাই শ্বাহক সাক্ষাৎ কৰে।

”আমি পুনৰ দোহাৰিছো যিখন বিল কেন্দ্ৰীয় চৰকাৰে যোৱাবাৰ আনিছিল সেই বিলৰ আমি তীব্ৰ বিৰোধী আৰু বিৰোধিতা কৰো,” অতুল বৰাৰ মন্তব্য।

অমিত শ্বাহক সাক্ষাৎৰ সময়ত অগপ নেতৃত্বই কি আহ্বান জনালে সেই সম্পৰ্কত তলত আঞ্চলিকতাবাদী দলটোৰ সভাপতিৰ ভাষ্য অ-সম্পাদিতৰূপত আগবঢ়ালো-

বিলখনৰ ড্ৰাফত কি আছে সেইখিনি চাইহে ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই তেওঁৰ মতামত সদনত ৰাখিব বুলি অতুল বৰাই উল্লেখ কৰে।