• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছত অনুষ্ঠিত দুই দেশৰ সেনাৰ বৈঠকত কি ক’লে ভাৰতীয় সেনাই!

এন ই নাও নিউজ by এন ই নাও নিউজ
June 22, 2020 6:27 pm
image
17.3k
VIEWS
Share on FacebookShare on Twitter

যোৱা সোমবাৰে নিশা লাডাখৰ ভাৰত-চীন সীমান্তৰ গালৱান উপত্যকাত সংঘটিত ৰক্তক্ষয়ী সংঘৰ্ষত চীনৰ পিপ’লছ লিবাৰেশ্যন আৰ্মি(পিএলএ)ৰ কামাণ্ডিং অফিচাৰ মৃত্যু হোৱা বুলি মানি লৈছে চীনে।

আজিৰ পৰা পুনৰ আৰম্ভ হোৱা দুই দেশৰ সেনাৰ মেজৰ জেনেৰেল পৰ্যায়ৰ বৈঠকত এই কথা স্বীকাৰ কৰিছে চীনা সৈন্যই।

উল্লেখ্য যে চীনৰ সংবাদ মাধ্যমে ৪৩ জন চীনা সৈন্যৰ মৃত্যু হোৱা বুলি দাবী কৰি আহিলেও কূটনৈতিক কাৰণত চীনৰ সেনাবাহিনী আৰু বেইজিঙে সেই তথ্য আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাছিল।

আজি অনুষ্ঠিত সেনাৰ দ্বিপাক্ষিক বৈঠকত চীন সেনাৰ তৰফৰ পৰা উক্ত সংঘৰ্ষত কামাণ্ডিং বিষয়াসহ কেবাজনো চীনা সেনাৰ মৃত্যু হোৱা বুলি আনষ্ঠানিকভাৱে ঘোষণা কৰে।

লেহ অৱস্থিত ভাৰতীয় সেনাৰ ৩ নম্বৰ ক’ৰ কামাণ্ডিং বিষয়া লেফ্টেনেন্ট জেনেৰেল হৰেন্দ্ৰ সিং আৰু পিএলএৰ সমপৰ্যায়ৰ বিষয়াৰে অনুষ্ঠিত বৈঠকত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ উত্তেজনা প্ৰশমনৰ বাবে দুয়োপক্ষই প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ বিষয়ে আলোচনা কৰা হৈছে বুলি সেনা সূত্ৰই প্ৰকাশ কৰিছে।

সেনা সূত্ৰত প্ৰকাশ যে, আজি অনুষ্ঠিত বৈঠকত ভাৰতীয় সেনাই চীনা সেনাক ৪ মে’ৰ পূৰ্বৰ সীমান্ত অৱস্থানলৈ দুই দেশৰ সেনা বাহিনীয়ে ওভতি যোৱাৰ প্ৰস্তাৱ আগবঢ়ায়।

গালৱান উপত্যকাৰ সংঘৰ্ষৰ পিছত ভাৰতে লাডাখৰ ভাৰত-চীন সীমান্তক যথেষ্ট গুৰুত্বসহকাৰে লোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱাটসহ সেনা বাহিনীৰ তিনি মুৰব্বীৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ কালি অনুষ্ঠিত বৈঠকত ভাৰতীয় সেনা বাহিনীক সীমান্তৰ পৰিস্থিতি মোকাবিলা কৰিবলৈ “ফ্ৰী হেণ্ড” দিয়া হৈছে।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd