NORTHEAST NOW (Assamese)

কি আছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত? কি হৈছিল শিল্পীজনৰ!

September 20, 2025 12:40 pm · এন ই নাও নিউজ, গুৱাহাটী

পানীত পৰিহে মৃত্যু হৈছে শিল্পী জুবিন গাৰ্গৰ

জুবিন গাৰ্গৰ ছিজাৰ অহাৰ কোনো তথ্য পোৱা নাই চিকিৎসকে

মৰণোত্তৰ পৰীক্ষাত পোহৰলৈ আহিছে এই তথ্য

অসমীয়াৰ প্ৰাণ জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছে অসমবাসী।

ইতিমধ্যে জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ অসমলৈ অনাৰ প্ৰস্তুতি আৰম্ভ কৰিছে অসম চৰকাৰে। কাইলৈ পুৱা অসম পাবহি জুবিন গাৰ্গৰ নশ্বৰ দেহ।

শনিবাৰে পুৱা অসুস্থ হৈ পৰে জুবিনৰ দাম্পত্যসংগী গৰিমা শইকীয়া গাৰ্গ।

চিকিৎসালয়লৈ নিয়া হৈছে গৰিমা শইকীয়াক।

কাহিলীপাৰাৰ ঘৰৰ পৰা চিকিৎসালয়লৈ নিয়া হৈছে গৰিমাক।

Related News