• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাংবাদিকক ভাবুকি দিয়া মন্ত্ৰী পিযুষৰ বিৰুদ্ধে কি কি ধাৰাৰ অধীনত ৰুজু হ’ব পাৰে গোচৰ? ক’লে উপমন্যু হাজৰিকাই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 2, 2021 5:33 pm
Pijush VS Upomonyu
15.3k
VIEWS
Share on FacebookShare on Twitter

কা’ মানি নললে দেশৰ পৰা খেদি দিয়াৰ হুমকি দিয়া মন্ত্ৰীৰ পত্নীক ৰক্ষণাবেক্ষণ দিবলৈ গৈ অসম চৰকাৰৰ এগৰাকী বিজেপি মন্ত্ৰী পিয়ুষ হাজৰিকাই সাংবাদিকক ভাবুকি দিয়া কাৰ্য গণতন্ত্ৰৰ পৰিপন্থী আখ্যা দিছে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা উপমন্যু হাজৰিকাই।

হাজৰিকাৰ মতে ‘বিজেপিক লজ্জানত কৰি, অতি বিজেপি দেখুৱাই, এসময়ৰ কংগ্ৰেছৰ নেতা পিয়ুষ হাজৰিকাই পৰাজয়ৰ আশংকাত ভুগি,হিতাহিত জ্ঞান হেৰুৱাই ৰাজ্যৰ দুগৰাকী সাংবাদিক ক্ৰমে নজৰুল ইছলাম আৰু তুলসী মান্তাক প্ৰাণনাশৰ ভাবুকি দি ক্ষমতাৰ অপ-ব্যৱহাৰ কৰাৰ লগতে আইন বিৰুদ্ধ কাৰ্য কৰিছে।‘

অশ্লীল ভাষা প্ৰয়োগ, ব্যৱহাৰ কৰি মন্ত্ৰী পিয়ুষ হাজৰিকাই নিজৰ পৰিচয় নিজেই দিছে বুলি উল্লেখ কৰি হাজৰিকাই কয় ‘সাংবাদিকক এনে আচৰণ, ভাবুকি দিয়া কাৰ্যই মন্ত্ৰী পিয়ুষ হাজৰিকা কিমান অভদ্ৰ, অসভ্য সেয়া বুজিবলৈ বাকী নাই।‘

উজনি অসমত খিলঞ্জীয়া লোক সকলে বিজেপিক প্ৰত্যাখ্যান কৰাৰ লগতে মন্ত্ৰী গৰাকীৰ সমষ্টিতো বহু সংখ্যক খিলঞ্জীয়া লোক বিজেপিৰ পৰা আঁতৰি গৈছে বুলি দাবী কৰি উপমন্যু হাজৰিকাই কয় ‘যাক লৈ এতিয়া ক্ষমতাৰ বলত , খকত বলীয়ান পিয়ুষ হাজৰিকাই “উৰহৰ খং ভঙা ঢাৰিত জৰা” ৰ দৰে সাংবাদিকক জাৰিছে। আইনৰ ৰক্ষক এগৰাকী জনপ্ৰতিনিধি কিমান চূড়ান্ত পৰ্যায় পালে ফোন কৰি এনে ভাবুকি প্ৰদান কৰিব সেয়া অনুমান কৰি ললেই হ’ল।‘

ইপিনে, বিজেপিক পিয়ুষৰ দৰে নেতাই বদনামহে কৰিছে বুলি উল্লেখ কৰি হাজৰিকাই লগতে কয় ‘কংগ্ৰেছৰ পৰা আহি এনে নেতাই বিজেপিক ডুবাই যোৱা বিষয়টো গুৰুত্বপূৰ্ণ । বিজেপিৰ এনে নেতাই খিলঞ্জীয়াৰ বিৰুদ্ধে গৈ কাম কৰাৰ বাবেই দেশ, ৰাজ্য অধ: পতনৰ দিশে গতি কৰিছে। বিজেপি জনতাৰ বহু দূৰলৈ গতি কৰিছে। গণতান্ত্ৰিক দেশত গণতন্ত্ৰ ৰক্ষাৰ শপত লৈ পিয়ুষ হাজৰিকাৰ দৰে নেতা সকলক চিনাক্ত কৰি ৰাইজে ব্যৱস্থা গ্ৰহণ কৰিবৰ সময় সমাগত।‘

সাংবাদিকক মন্ত্ৰী পিয়ুষ হাজৰিকাই দিয়া এনে ভাবুকিৰ বাবে কেৱল ভূক্তভোগীয়ে আৰক্ষীত এজাহাৰ দিলেই নহ’ব, নিৰ্বাচন আয়োগে ও নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব লাগে বুলি দাবী কৰে হাজৰিকাই।

ভাৰতীয় দণ্ডবিধিৰ কি কি ধাৰাত মন্ত্ৰী পিযুষ হাজৰিকাৰ বিৰুদ্ধে ৰুজু হ’ব সেই বিষয়ে উল্লেখ কৰি তেওঁ লগতে কয় ‘ভাৰতীয় দণ্ডবিধিৰ ১৭১ (চি) আৰু ৰি প্ৰেজেন্টেছন অব পিপল এক্ট- ১৯৫১ৰ ১২৩ নং ধাৰাৰ অধীনত, ১৬৬ ধাৰাৰ অধীনত ( 166- Public Servant disobeying Law with intent to cause injury to any person), ২৯৮ ধাৰাৰ অধীনত (298- Uttering words etc. with deliberate intent to wound religious feelings of any person) আৰু  ৫০৩ আৰু ৫০৬ ধাৰাৰ (503/506 (2nd Part)- Criminal intimidation with threat to cause death or grievous hurt) অধীনত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।‘

Recent News

দেশত শিক্ষাৰ অভাৱ! টাইমছ ৰেংকিঙৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ তালিকাত আছে ভাৰতৰ মাত্ৰ ২ খন বিশ্ববিদ্যালয়

দেশত শিক্ষাৰ অভাৱ! টাইমছ ৰেংকিঙৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ তালিকাত আছে ভাৰতৰ মাত্ৰ ২ খন বিশ্ববিদ্যালয়

সংকটত খোৱাংৰ তিনঠেঙীয়া বনাঞ্চল! বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ পূৰ্বেই ধ্বংস যজ্ঞ চলিছে বনাঞ্চলখনত

সংকটত খোৱাংৰ তিনঠেঙীয়া বনাঞ্চল! বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ পূৰ্বেই ধ্বংস যজ্ঞ চলিছে বনাঞ্চলখনত

বজাৰলৈ আহি আছে স্মাৰ্ট চশমা : কৃত্ৰিক বুদ্ধিমত্তা, কেমেৰাৰ লগতে থাকিব অনেক আকৰ্ষণীয় সুবিধা

বজাৰলৈ আহি আছে স্মাৰ্ট চশমা : কৃত্ৰিক বুদ্ধিমত্তা, কেমেৰাৰ লগতে থাকিব অনেক আকৰ্ষণীয় সুবিধা

খান ছাৰৰ বিবাহ অভ্যৰ্থনাৰ বিশাল আয়োজন : আমন্ত্ৰণ কৰা হৈছে ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক

খান ছাৰৰ বিবাহ অভ্যৰ্থনাৰ বিশাল আয়োজন : আমন্ত্ৰণ কৰা হৈছে ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd