• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাংবাদিকক ভাবুকি দিয়া মন্ত্ৰী পিযুষৰ বিৰুদ্ধে কি কি ধাৰাৰ অধীনত ৰুজু হ’ব পাৰে গোচৰ? ক’লে উপমন্যু হাজৰিকাই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 2, 2021 5:33 pm
Pijush VS Upomonyu
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কা’ মানি নললে দেশৰ পৰা খেদি দিয়াৰ হুমকি দিয়া মন্ত্ৰীৰ পত্নীক ৰক্ষণাবেক্ষণ দিবলৈ গৈ অসম চৰকাৰৰ এগৰাকী বিজেপি মন্ত্ৰী পিয়ুষ হাজৰিকাই সাংবাদিকক ভাবুকি দিয়া কাৰ্য গণতন্ত্ৰৰ পৰিপন্থী আখ্যা দিছে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা উপমন্যু হাজৰিকাই।

হাজৰিকাৰ মতে ‘বিজেপিক লজ্জানত কৰি, অতি বিজেপি দেখুৱাই, এসময়ৰ কংগ্ৰেছৰ নেতা পিয়ুষ হাজৰিকাই পৰাজয়ৰ আশংকাত ভুগি,হিতাহিত জ্ঞান হেৰুৱাই ৰাজ্যৰ দুগৰাকী সাংবাদিক ক্ৰমে নজৰুল ইছলাম আৰু তুলসী মান্তাক প্ৰাণনাশৰ ভাবুকি দি ক্ষমতাৰ অপ-ব্যৱহাৰ কৰাৰ লগতে আইন বিৰুদ্ধ কাৰ্য কৰিছে।‘

Apply Now

অশ্লীল ভাষা প্ৰয়োগ, ব্যৱহাৰ কৰি মন্ত্ৰী পিয়ুষ হাজৰিকাই নিজৰ পৰিচয় নিজেই দিছে বুলি উল্লেখ কৰি হাজৰিকাই কয় ‘সাংবাদিকক এনে আচৰণ, ভাবুকি দিয়া কাৰ্যই মন্ত্ৰী পিয়ুষ হাজৰিকা কিমান অভদ্ৰ, অসভ্য সেয়া বুজিবলৈ বাকী নাই।‘

উজনি অসমত খিলঞ্জীয়া লোক সকলে বিজেপিক প্ৰত্যাখ্যান কৰাৰ লগতে মন্ত্ৰী গৰাকীৰ সমষ্টিতো বহু সংখ্যক খিলঞ্জীয়া লোক বিজেপিৰ পৰা আঁতৰি গৈছে বুলি দাবী কৰি উপমন্যু হাজৰিকাই কয় ‘যাক লৈ এতিয়া ক্ষমতাৰ বলত , খকত বলীয়ান পিয়ুষ হাজৰিকাই “উৰহৰ খং ভঙা ঢাৰিত জৰা” ৰ দৰে সাংবাদিকক জাৰিছে। আইনৰ ৰক্ষক এগৰাকী জনপ্ৰতিনিধি কিমান চূড়ান্ত পৰ্যায় পালে ফোন কৰি এনে ভাবুকি প্ৰদান কৰিব সেয়া অনুমান কৰি ললেই হ’ল।‘

ইপিনে, বিজেপিক পিয়ুষৰ দৰে নেতাই বদনামহে কৰিছে বুলি উল্লেখ কৰি হাজৰিকাই লগতে কয় ‘কংগ্ৰেছৰ পৰা আহি এনে নেতাই বিজেপিক ডুবাই যোৱা বিষয়টো গুৰুত্বপূৰ্ণ । বিজেপিৰ এনে নেতাই খিলঞ্জীয়াৰ বিৰুদ্ধে গৈ কাম কৰাৰ বাবেই দেশ, ৰাজ্য অধ: পতনৰ দিশে গতি কৰিছে। বিজেপি জনতাৰ বহু দূৰলৈ গতি কৰিছে। গণতান্ত্ৰিক দেশত গণতন্ত্ৰ ৰক্ষাৰ শপত লৈ পিয়ুষ হাজৰিকাৰ দৰে নেতা সকলক চিনাক্ত কৰি ৰাইজে ব্যৱস্থা গ্ৰহণ কৰিবৰ সময় সমাগত।‘

সাংবাদিকক মন্ত্ৰী পিয়ুষ হাজৰিকাই দিয়া এনে ভাবুকিৰ বাবে কেৱল ভূক্তভোগীয়ে আৰক্ষীত এজাহাৰ দিলেই নহ’ব, নিৰ্বাচন আয়োগে ও নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব লাগে বুলি দাবী কৰে হাজৰিকাই।

ভাৰতীয় দণ্ডবিধিৰ কি কি ধাৰাত মন্ত্ৰী পিযুষ হাজৰিকাৰ বিৰুদ্ধে ৰুজু হ’ব সেই বিষয়ে উল্লেখ কৰি তেওঁ লগতে কয় ‘ভাৰতীয় দণ্ডবিধিৰ ১৭১ (চি) আৰু ৰি প্ৰেজেন্টেছন অব পিপল এক্ট- ১৯৫১ৰ ১২৩ নং ধাৰাৰ অধীনত, ১৬৬ ধাৰাৰ অধীনত ( 166- Public Servant disobeying Law with intent to cause injury to any person), ২৯৮ ধাৰাৰ অধীনত (298- Uttering words etc. with deliberate intent to wound religious feelings of any person) আৰু  ৫০৩ আৰু ৫০৬ ধাৰাৰ (503/506 (2nd Part)- Criminal intimidation with threat to cause death or grievous hurt) অধীনত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd