NORTHEAST NOW (Assamese)

WhatsAppত নিষিদ্ধ হোৱাৰ পৰা আপুনি নিজকে বচাই ৰাখক

October 24, 2019 5:00 pm · এন ই নাও নিউজ
Updated: October 24, 2019 5:02 pm
ৱটচএপৰ প্ৰতীকী ফাইল ছবি।

আপুনি যদি WhatsApp ব্যৱহাৰ কৰে, তেন্তে নিষিদ্ধ হোৱাৰ পৰা বাচি থাকক।

কাৰণ, খবৰমতে, WhatsAppএ আৰম্ভ কৰিছে ব্লেকলিষ্টৰ এক নতুন ফিচাৰ।

ইতিমধ্যে থকা ব্লকতকৈ এই ফিচাৰ বেলেগ।

এই ফিচাৰ ব্যৱহাৰ কৰি কোনো ব্যক্তিয়ে আপোনাক ব্লেকলিষ্টেদ কৰিব পাৰে।

নিবিচৰাকৈ কোনো গ্ৰুপত এদ কৰি অসুবিধা কৰাসকলক এতিয়া সহজেই ব্লেকলিষ্টেদ কৰাৰ সুবিধা আগবঢ়াইছে WhatsAppএ।

WhatsAppৰ চেটিঙত গৈ প্ৰাইভে’চিত ক্লিক কৰি ইয়াক সক্ৰিয় কৰাৰ সুবিধা গ্ৰহণ কৰিব পাৰে।

ইয়াৰ বাবে আপুনি আপোনাৰ WhatsAppটো আপদে’ট কৰিব লাগিব।

iOSৰ WhatsApp version 2.19.110.20 আৰু এন্দ্ৰইদৰ 2.19.298 ভাৰ্জনত এই সুবিধা উপলব্ধ হৈছে।

লগতে সাৱধান হওক, কাৰোবাৰ বিতুষ্টিয়ে যাতে আপোনাক ব্লেকলিষ্টত নুসুমুৱাইগৈ!

Related News