• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Health Tips: সুস্বাস্থ্যৰ বাবে আমি কেতিয়া খোজ কাঢ়িব লাগে?

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
June 21, 2022 3:25 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Health Tips এটা সুস্থ শৰীৰ, সুন্দৰ চেহেৰাৰ লগতে এটা সুন্দৰ মনৰ অধিকাৰী হ’বলৈ আমি সদায় কিছুসময়ৰ বাবে খোজ কাঢ়িব লাগে।

এটা সুস্থ জীৱনৰ বাবে খোজ কঢ়া অতি প্ৰয়োজন। নিজৰ সুবিধা অনুযায়ী নিয়মীয়াকৈ খোজকঢ়া অতি দৰকাৰী।

বিশেষজ্ঞ সকলৰ মতে ৰাতি আহাৰ খোৱাৰ পিছত খোজ কাঢ়িলে শৰীৰৰ বাবে অতি উপকাৰী।

কিন্তু আমি বেছিভাগেই ৰাতিৰ আহাৰ খোৱাৰ পিছত টি ভিৰ ওচৰত বহো নহ’লে ম’বাইলত ব্যস্ত হৈ থাকো। কেতিয়াবা আহাৰ খোৱা হ’লেই শুবলৈ যাওঁ। কিন্তু আমি এনে কৰিলে জানো আমাৰ শৰীৰৰ বাবে ভাল?

প্ৰতিনিধিত্বমূলক ফটো।

বেমাৰ আজাৰৰ পৰা শৰীৰটোক নিৰোগী কৰি ৰাখিবলৈ আৰু সুস্বাস্থ্যৰ গৰাকী হৈ থাকিবলৈ ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পিছত খোজ কঢ়া অভ্যাস গঢ়ি তোলা উচিত।

ৰাতি আহাৰ খোৱাৰ পিছত খোজ কাঢ়িব লাগে। খোজ কঢ়াৰ ফলত খোৱা বস্তু সোনকালে হজম হয় আৰু পেটৰ বহুত সমস্যাৰ পৰা মুক্ত হয়।

তদুপৰি ৰাতি আহাৰ খোৱাৰ পাছত খোজ কাঢ়িলে শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখিব পাৰি। মধুমেহ ৰোগীসকলৰ কাৰণে খোজ কঢ়াটো অতিকৈ প্ৰয়োজনীয় কাৰণ আহাৰ খোৱাৰ পাছত খোজ কাঢ়িলে শৰ্কৰা নিয়ন্ত্ৰণত থাকে।

প্ৰতিনিধিত্বমূলক ফটো।

খোজ কাঢ়িলে শৰীৰৰ কেলৰি ক্ষয় হয় যাৰ ফলত ওজন কমোৱাত সহায় হয়। যদিহে আপোনাৰ পিঠি বিষৰ বা কঁকালৰ বিষৰ সমস্যাও আছে তেন্তে নিশ্চয়কৈ খোজ কাঢ়ক। খোজ কঢ়াটো পিঠি বিষৰ বাবে প্ৰাকৃতিক ঔষধ।

খোজ কঢ়াটো নিতৌ পুৱা আমাৰ দৈনন্দিন কাৰ্যসূচী হিচাপত ল’ব লাগে। নিতৌ পুৱা খোজ কাঢ়িলে অনিদ্ৰা ৰোগৰ পৰা হাত সাৰিব পাৰি।

নিয়মিতভাৱে খোজ কাঢ়িলে মুঠৰ ওপৰত হৃদ ৰোগৰ পৰা বাচি থাকিব পাৰি, হতাশা আৰু উদ্বিগ্নতা কমোৱাটো ই  সহায় কৰে, হাড় সবল কৰে আৰু ক’লেষ্টেৰল নিয়ন্ত্ৰণ কৰে।

প্ৰতিনিধিত্বমূলক ফটো।

ইয়াৰ উপৰিও খোজ কাঢ়িলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰি, শাৰীৰিক সক্ৰিয়তা বাঢ়ে, মনৰ অলসতা দূৰ কৰে আৰু স্মৃতিশক্তি অটুট ৰখাতো সহায় কৰে।

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

অসমৰ পৰা বিতাড়নৰ কৰা হ’ল ১৮ জন বাংলাদেশী অনুপ্ৰৱেশকাৰী : সদৰী কৰিলে মুখ্যমন্ত্ৰীয়ে

অসমৰ পৰা বিতাড়নৰ কৰা হ’ল ১৮ জন বাংলাদেশী অনুপ্ৰৱেশকাৰী : সদৰী কৰিলে মুখ্যমন্ত্ৰীয়ে

September 8, 2025 7:30 pm
নেপাল: ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদত ১৪ জন নিহত, ৫০তকৈ অধিক আহত

নেপাল: ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদত ১৪ জন নিহত, ৫০তকৈ অধিক আহত

September 8, 2025 7:25 pm
ইউএপিএ গোচৰ! টিপিচি কেডাৰৰ জামিন আৱেদনত জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ

ইউএপিএ গোচৰ! টিপিচি কেডাৰৰ জামিন আৱেদনত জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ

September 8, 2025 6:49 pm
জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত দুই উগ্ৰপন্থী : আহত দুজন সেনা-জোৱান

জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত দুই উগ্ৰপন্থী : আহত দুজন সেনা-জোৱান

September 8, 2025 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ পৰা বিতাড়নৰ কৰা হ’ল ১৮ জন বাংলাদেশী অনুপ্ৰৱেশকাৰী : সদৰী কৰিলে মুখ্যমন্ত্ৰীয়ে

অসমৰ পৰা বিতাড়নৰ কৰা হ’ল ১৮ জন বাংলাদেশী অনুপ্ৰৱেশকাৰী : সদৰী কৰিলে মুখ্যমন্ত্ৰীয়ে

September 8, 2025 7:30 pm
নেপাল: ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদত ১৪ জন নিহত, ৫০তকৈ অধিক আহত

নেপাল: ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদত ১৪ জন নিহত, ৫০তকৈ অধিক আহত

September 8, 2025 7:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd