• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেতিয়া ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল? জনালে শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 31, 2020 6:15 pm
0 mjCJkY1aY9Gn8ubg
22.1k
VIEWS
Share on FacebookShare on Twitter

অহা ৬ জুনত ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল।

শনিবাৰে পুৱা ৯ বজাত ঘোষণা কৰা হ’ব পৰীক্ষাৰ ফলাফল।

ঘোষণা কৰাৰ লগে লগেই তলত উল্লেখ কৰা ৱেবচাইটসমূহত লাভ কৰিব পৰীক্ষাৰ ফলাফলসমূহ।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক কাৰ্যালয়ত সম্বোধন কৰা এক সংবাদমেলত এই কথা ঘোষণা কৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে।

অৱশ্যে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা হ’ব সেই কথা ঘোষণা কৰা নাই শিক্ষা মন্ত্ৰীগৰাকীয়ে।

উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত এইবাৰ প্ৰায় ৩.৫৮লাখ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে।

ইপিনে, বৰ্তমানলৈকে ফলাফলসমূহ প্ৰকাশ পোৱা ৱেবচাইটসমূহ ঘোষণা কৰা নাই যদিও এক সুত্ৰই সম্ভাৱনাসূচক কিছু ৱেবচাইট প্ৰকাশ কৰিছে।

সেই সমূহ ক্ৰমে results.sebaonline.org, resultsassam.nic.in, examresults.net, exametc.com, indiaresults.com, assamonline.in, results.siksha, knowyourresult.com, assamresult.in.

উল্লেখযোগ্য যে, ল’কডাউনৰ বাবে এইবাৰ ফলাফল ঘোষণা কৰাত কিছু পলম হৈছে ছেবা কতৃপক্ষৰ।

Recent News

এইবাৰ নৈশভোজলৈ মাতি ইঞ্জিনিয়াৰিঙৰ ছাত্ৰীক ধ*ৰ্ষণৰ অভিযোগ; গ্ৰেপ্তাৰ ছাত্ৰনেতা

এইবাৰ নৈশভোজলৈ মাতি ইঞ্জিনিয়াৰিঙৰ ছাত্ৰীক ধ*ৰ্ষণৰ অভিযোগ; গ্ৰেপ্তাৰ ছাত্ৰনেতা

২০০৬ চনৰ মুম্বাই ৰে’ল বিস্ফোৰণৰ গোচৰত ৫জন মৃত্যুদণ্ডৰ দোষীকে ধৰি ১২ জন অভিযুক্তক দোষমুক্ত আদালতৰ

২০০৬ চনৰ মুম্বাই ৰে’ল বিস্ফোৰণৰ গোচৰত ৫জন মৃত্যুদণ্ডৰ দোষীকে ধৰি ১২ জন অভিযুক্তক দোষমুক্ত আদালতৰ

দেশত উন্মোচিত হ’ল ৪০০০ বছৰ পুৰণি সভ্যতাৰ নিদৰ্শন! ক’ত, কেতিয়া, কেনেকৈ?

দেশত উন্মোচিত হ’ল ৪০০০ বছৰ পুৰণি সভ্যতাৰ নিদৰ্শন! ক’ত, কেতিয়া, কেনেকৈ?

ৰাষ্ট্ৰীয় নিৰাপত্তা, নিৰ্বাচন আৰু মণিপুৰক লৈ সংসদত প্ৰধানমন্ত্ৰীয়ে মৌনতা ভংগ কৰিবই লাগিব: গৌৰৱ গগৈ

ৰাষ্ট্ৰীয় নিৰাপত্তা, নিৰ্বাচন আৰু মণিপুৰক লৈ সংসদত প্ৰধানমন্ত্ৰীয়ে মৌনতা ভংগ কৰিবই লাগিব: গৌৰৱ গগৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd