• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বই আনটো মহামাৰীৰ বাবে সাজু হওক; সতৰ্কবাণী শুনালে WHOৰ মুৰব্বীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 8, 2020 10:01 am
WhatsApp-Image-2020-08-04-at-11.33.55-AM-750x375-1

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ'ছ অধনোম ঘেব্ৰিয়াছুছ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব স্বাস্থ্য সংস্থাই গোটেই বিশ্বকে সকীয়াই দি কৈছে যে তেওঁলোকে আনটো মহামাৰীৰ বাবে সাজু থাকক।

কৰ’না ভাইৰাছৰ সংক্ৰমণ আৰু ইয়াৰ প্ৰভাৱলৈ চাই সোমবাৰে নিশা WHOৰ মুৰব্বী টেড্ৰ’ছ অধনোম ঘেব্ৰিয়াছুছে এইদৰে কয়।

তেওঁ লগতে কয় যে বিশ্বৰ দেশসমূহে আগন্তুক মহামাৰীৰ পূৰ্বে ৰাজহুৱা স্বাস্থ্যত প্ৰচুৰ ধন বিনিয়োগ কৰা উচিত নহ’লে কৰ’নাৰ দৰে অৱস্থা হোৱাৰ সম্ভাৱনা আছে।

WHOৰ মুৰব্বী গৰাকীয়ে জানিবলৈ দিয়ে যে কৰ’না ভাইৰাছৰ ফলত গোটেই বিশ্বত ২.৭১কোটি লোক আক্ৰান্ত হৈছে আৰু ৮.৮৮লাখতকৈয়ো অধিক লোকৰ মৃত্যু হৈছে।

কোভিড-১৯য়ে ২০১৯ৰ ডিচেম্বৰৰ পৰা এতিয়ালৈকে এনে অৱস্থাৰ সৃষ্টি কৰিছে। এতিয়াও কিছুমান দেশত ইয়াৰ সন্ত্ৰাস বৃদ্ধি পাই আছে আৰু ইয়াক নিয়ন্ত্ৰণ কৰা কঠিন যেন দেখা গৈছে।

জেনেভাত এক সংবাদমেলত টেড্ৰ’ছে কয় যে এইটোৱে কোনো শেষ মহামাৰী নহয়। ইতিহাস কেইবাটাও মহামাৰীৰ সাক্ষী আছে। এই মহামাৰী জীৱনৰ সত্য, ই কেতিয়াও শেষ হৈ নাযায়।

তেওঁ কয় যে আন এটা মহামাৰীয়ে বিশ্বত আঘাত হনাৰ পূৰ্বে আমি সম্পূৰ্ণ সাজু হৈ লোৱা উচিত। বিশ্বৰ দেশসমূহে সম্ভাৱ্য বেমাৰৰ ভেকচিন আৰু দৰৱৰ ওপৰত সন্মিলিতভাৱে গৱেষণা কৰিব লাগে।

টেড্ৰ’ছে কয় যে ৰাজহুৱা স্বাস্থ্যত অধিক ধন বিনিয়োগ কৰা উচিত। যেতিয়াই কোনো মহামাৰী আহে তেতিয়াই যাতে তাক নিয়ন্ত্ৰিত কৰিব পাৰি তাৰ বাবে তাৎক্ষণিকভাৱে ভেকচিন আৰু দৰৱ প্ৰস্তুত তথা বজাৰলৈ অনাৰ ব্যৱস্থা কৰা উচিত।

আনহাতে, সংস্থাটোৱে স্পষ্টভাৱে কয় যে ই এনেকুৱা ভেকচিনৰ সমৰ্থন নকৰে যি খৰতকীয়াভাৱে বিকশিত কৰা হৈছে আৰু ইয়াৰ প্ৰভাৱৰ লগতে সুৰক্ষিত প্ৰমানিত হোৱা নাই।

সংস্থাটোৱে জানিবলৈ দিয়ে যে বৰ্তমান সময়ত ৩৭টা ভেকচিন ক্লিনিকেল ট্ৰায়েলৰ বিভিন্ন পৰ্যায়ত আছে। WHOয়ে মুঠতে ১৮৮টা ভেকচিনৰ ওপৰত নজৰ ৰাখিছে ইয়াৰে কেইটামান ট্ৰায়েলৰ চূড়ান্ত পৰ্যায়ত আছে।

সংস্থাটোৱে জানিবলৈ দিয়া মতে ১৮৮টাৰ ভিতৰত ৯টা অন্তিম পৰ্যায়ত আছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm
ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

September 9, 2025 8:45 pm
দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

September 9, 2025 8:30 pm
WhatsAppত বিসংগতি! স্ক্ৰল কৰিব নোৱাৰি চ্যাট, বিমোৰত পৰিল লাখ লাখ ব্যৱহাৰকাৰী

WhatsAppত বিসংগতি! স্ক্ৰল কৰিব নোৱাৰি চ্যাট, বিমোৰত পৰিল লাখ লাখ ব্যৱহাৰকাৰী

September 9, 2025 8:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm
ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

September 9, 2025 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd