• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰত বায়’টেকৰ দ্ৱাৰা নিৰ্মিত ‘কভাক্সিন’ৰ আন্তঃৰাষ্ট্ৰীয় যোগান স্থগিত ৰাখিলে বিশ্ব স্বাস্থ্য সংস্থাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 3, 2022 11:22 am
WHO suspended supply of Covaxin
263
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰসংঘৰ ক্ৰয় সংস্থাসমূহৰ জৰিয়তে ভাৰত বায়’টেকৰ কভাক্সিনৰ যোগান স্থগিত ৰাখিছে বিশ্ব স্বাস্থ্য সংস্থা (WHO)- এ। লগতে ভেকছিন গ্ৰহণ কৰা দেশবোৰক উপযুক্ত পদক্ষেপ ল’বলৈ পৰামৰ্শ দিছে (WHO)- এ।

বিশ্ব স্বাস্থ্য সংস্থাই শনিবাৰে জাৰি কৰা এক বিবৃতিত এই ঘোষণা কৰিছে।

“বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন ব্যৱহাৰ তালিকাভুক্তিৰ (EUL) পৰিদৰ্শনৰ পিছত আৰু শেহতীয়াকৈ চিনাক্ত কৰা উৎকৃষ্ট উৎপাদন পদ্ধতিৰ (GMP) সমস্যাসমূহ সমাধান কৰাৰ বাবে প্ৰয়োজনীয় প্ৰক্ৰিয়াৰ উন্নীত কৰাৰ প্ৰতিক্ৰিয়াস্বৰূপে এই নিষেধাজ্ঞা আৰোপ আৰোপ কৰা হৈছে।” বিশ্ব স্বাস্থ্য সংস্থাৰ বিবৃতিত এইদৰে উল্লেখ কৰা হৈছে।

অৱশ্যে, কভাক্সিন ভেকছিন ব্যৱহাৰিকভাৱে কাৰ্যকৰী আৰু কোনো সুৰক্ষাৰ চিন্তা নাই বুলিও বিশ্ব স্বাস্থ্য সংস্থাই লগতে উল্লেখ কৰে।

ভাৰত বায়োটেকে উৎকৃষ্ট উৎপাদন পদ্ধতি(GMP)ৰ সমস্যা সমূহ সমাধান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলিও বিশ্ব স্বাস্থ্য সংস্থাই বিবৃতিটোৰ জৰিয়তে সদৰি কৰিছে।

Recent News

অবৈধ বালি খননৰ খবৰ প্ৰকাশ কৰা মধ্যপ্ৰদেশৰ দুই সাংবাদিকক সুৰক্ষা প্ৰদান উচ্চতম ন্যায়ালয়ৰ

অবৈধ বালি খননৰ খবৰ প্ৰকাশ কৰা মধ্যপ্ৰদেশৰ দুই সাংবাদিকক সুৰক্ষা প্ৰদান উচ্চতম ন্যায়ালয়ৰ

ৰাজাক হত্যা কৰিবলৈ ভাড়াতীয়া হত্যাকাৰী! জেৰাৰ সময়ত প্ৰাক্তনৰ সৈতে সম্পৰ্কৰ কথা স্বীকাৰ সোণমৰ

ৰাজাক হত্যা কৰিবলৈ ভাড়াতীয়া হত্যাকাৰী! জেৰাৰ সময়ত প্ৰাক্তনৰ সৈতে সম্পৰ্কৰ কথা স্বীকাৰ সোণমৰ

লোকেল ট্ৰেইনত প্ৰচণ্ড ভিৰৰ হেঁচা; মুম্বাইত ৰে’ললাইনত পৰি গৈ কমেও ৬ জন যাত্ৰীৰ মৃত্যু

লোকেল ট্ৰেইনত প্ৰচণ্ড ভিৰৰ হেঁচা; মুম্বাইত ৰে’ললাইনত পৰি গৈ কমেও ৬ জন যাত্ৰীৰ মৃত্যু

সামূহিক নেতৃত্বত বহনক্ষম ভৱিষ্যতৰ বাবে সেউজ পদক্ষেপে শক্তিশালী কৰিছে ৰেনাৰ্জিৰ দৃষ্টিভংগী

সামূহিক নেতৃত্বত বহনক্ষম ভৱিষ্যতৰ বাবে সেউজ পদক্ষেপে শক্তিশালী কৰিছে ৰেনাৰ্জিৰ দৃষ্টিভংগী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd