• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোকেল ট্ৰেইনত প্ৰচণ্ড ভিৰৰ হেঁচা; মুম্বাইত ৰে’ললাইনত পৰি গৈ কমেও ৬ জন যাত্ৰীৰ মৃত্যু

এন ই নাও নিউজ, মুম্বাই by এন ই নাও নিউজ, মুম্বাই
June 9, 2025 12:37 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুম্বাইত প্ৰচণ্ড ভিৰত লোকেল ট্ৰেইনত এক বৃহৎ দুৰ্ঘটনা ঘটে। যাত্ৰীৰ প্ৰচণ্ড হেঁচাঠেলাত ৰে’লৰ পৰা বহু যাত্ৰী ৰে’লপথত বাগৰি পৰে। ইয়াৰে কমেও ছয়জনৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে। আন ১০জন গুৰুতৰভাৱে আহত হয়। অৱশ্যে আনুষ্ঠানিকভাৱে হতাহতৰ সংখ্যা এতিয়াও ঘোষণা কৰা হোৱা নাই।

জানিব পৰা মতে, থানেৰ মুম্ব্ৰা ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। সোমবাৰে পুৱা মুম্বাইৰ ছাত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছৰ দিশে গৈ আছিল এখন প্ৰচণ্ড ভিৰ থকা লোকেল ট্ৰেইন। প্ৰত্যক্ষদৰ্শীৰ মতে ৰে’লখনত ইমানেই ভিৰ আছিল যে যাত্ৰীসকলে থিয় হ’বলৈও ঠাই নাছিল। হেণ্ডৰেলত ধৰি তেওঁলোক প্ৰায় শূন্যত ওলমি আছিল। সেই পৰিস্থিতিত প্ৰচণ্ড ভিৰৰ হেঁচাত গতি কৰি থকা অৱস্থাত কমেও ১০ৰ পৰা ১২জন যাত্ৰী ৰে’লপথত বাগৰি পৰে।

Apply Now

এই খবৰ পোৱাৰ লগে লগে ৰে’লৱেৰ বিষয়াসকল সেই স্থানলৈ যায়। আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। অৱশ্যে আনুষ্ঠানিকভাৱে মৃত্যু হোৱা লোকৰ সংখ্যা ঘোষণা কৰা হোৱা নাই।

কেন্দ্ৰীয় ৰে’লৱেৰ চিপিআৰঅ’ স্বপ্নিল ধনৰাজ নীলাই জানিবলৈ দিয়া মতে ৰে’লৰ পৰা ৮ জন যাত্ৰী বাগৰি পৰে। এখন কাছাৰাৰ পৰা আৰু আনখন ছাত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ অভিমুখে গৈ থকা দুয়োখন ৰে’লতে দৰ্জাৰ মুখত ওলমি আছিল যাত্ৰীসকল। তেওঁলোকৰ মাজত খুন্দা লগাৰ ফলতে ট্ৰেকত বাগৰি পৰে ৮জনকৈ লোক। স্বপ্নিলে কয় যে ৰে’লৰ ভিতৰত ঠাই থাকিলেও কেতিয়াবা যাত্ৰীসকলে দৰ্জাৰ মুখত থিয় হৈ থাকে। লগতে অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হ’ব বুলিও তেওঁ কয়।

মুম্বাই উপকণ্ঠৰ ৰে’লৱেৰ বাবে নিৰ্মাণ কৰা নতুন ৰেকসমূহত স্বয়ংক্ৰিয়ভাৱে দুৱাৰ বন্ধ কৰাৰ সুবিধা থাকিব বুলিও জনোৱা হয়। মেৰামতি কৰি থকা ৰেকবোৰৰ ক্ষেত্ৰতো একে পদক্ষেপ গ্ৰহণ কৰা হ’ব। আনহাতে, নিশ্চিত নোহোৱা সূত্ৰই জনোৱা মতে, কলৱাৰ এখন চিকিৎসালয়ত ৫জন যাত্ৰীৰ মৃত্যু হৈছে। সকলোৰে বয়স ৩০ৰ পৰা ৩৫ বছৰ। সম্প্ৰতি তেওঁলোকক চিনাক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।

এন ই নাও নিউজ, মুম্বাই

এন ই নাও নিউজ, মুম্বাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd