• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

অসমৰ আইদেউ সন্দিকৈ : কিন্তু ভাৰতৰ চিনেমা জগতৰ প্ৰথম অভিনেত্ৰী কোন? জানেনে আপুনি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2025 9:45 pm
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ চিনেমা জগতৰ প্ৰথম অভিনেত্ৰী কোন আছিল জানেনে? ৯৯% লোকে নাজানে ভাৰতৰ ৰূপালী পৰ্দাৰ প্ৰথম অভিনেত্ৰী গৰাকীৰ নাম। তেওঁৰ পৰিয়ালটো প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চিনেমাৰ সৈতে জড়িত হৈ আছে।

যি সময়ত অভিনেত্ৰীক হেয় দৃষ্টিৰে চোৱা হৈছিল সেই সময়ত অভিনয় জগতত প্ৰৱেশ কৰিছিল তেওঁ । সমাজে তেতিয়া অভিনয় কৰা মহিলা সকলক বেশ্যা বুলি জ্ঞান কৰিছিল। অৱশ্যে সকলো কলংকৰ বোজা লৈ চিনেমাৰ জগতত পদাপৰ্ণ কৰিছিল কেইগৰাকীমান অভিনেত্ৰীয়ে।

যেতিয়া ভাৰতত চিনেমা শিল্পটো আৰম্ভ হৈছিল, তেতিয়া সেই পৃথিৱীখন সম্পূৰ্ণ পিতৃতান্ত্রিক আছিল। দৰাচলতে ভাৰতত চিনেমাৰ আগতেও ভ্ৰাম্যমাণ থিয়েটাৰৰ অস্তিত্ব আছিল যদিও পুৰুষেই সদায় নাৰীৰ চৰিত্ৰত অভিনয় কৰিছিল, শাৰী আৰু গহনা পিন্ধিছিল।  চলচ্চিত্ৰ জগতৰ প্ৰাৰম্ভিক দিনত পুৰুষে মহিলাৰ চৰিত্ৰত অভিনয় কৰিছিল।

কিন্তু সেই পৰম্পৰা ভংগ কৰিলে দুৰ্গাই। তেওঁৰ জন্ম হৈছিল ১৮৭৯ চনত। মুম্বাইৰ জে জে স্কুল অৱ আৰ্টছৰ ইতিহাস শিক্ষক আনন্দ নানোস্কাৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল তেওঁ। কিন্তু তেওঁৰ বিবাহ স্থায়ী নহ’ল। একমাত্ৰ কন্যা কমলাক লগত লৈ তাই স্বামীৰ পৰা বিচ্ছেদ ল’লে। আৰম্ভ হ’ল তেওঁৰ জীৱনৰ এটা নতুন অধ্যায়।

ব্ৰাহ্মণ কন্যা হোৱাৰ পিছতো দুৰ্গবাইয়ে চিনেমা আৰু থিয়েটাৰ কৰাৰ বাবে বহু উপহাস সহ্য কৰিবলগীয়া হৈছিল। ব্ৰাহ্মণ সমাজে তেওঁক বৰ্জন কৰিছিল। দুৰ্গবাই আছিল প্ৰখ্যাত মাৰাঠী অভিনেতা চন্দ্ৰকান্ত গোখলেৰ আইতাক।

‘হম দিল দে চুকে সনাম’ চিনেমাৰ অভিনেতা বিক্ৰম গোখলে তেওঁৰ প্ৰপৌত্ৰ। দুৰ্গাই প্ৰায় ৭০ খন ছবিত অভিনয় কৰিছিল। তেওঁ অভিনয় কৰা শেষ ছবিখন আছিল ১৯৮০ চনত মুক্তি পোৱা গহাৰাই। অৱশেষত ১১৭ বছৰ বয়সত পুনেত তেওঁৰ মৃত্যু হয়।

১৯১৩ চনত দুৰ্গবাই দেৱী পাৰ্বতীৰ চৰিত্ৰত অভিনয় কৰিছিল মোহিনী ভাছমাছুৰ ছবিত। একেখন ছবিতে মাত্ৰ ১৩ বছৰ বয়সতে তেওঁৰ কন্যা কমলা বাইয়ে মোহিনীৰ চৰিত্ৰত অভিনয় কৰিছিল।

এইদৰে কমলা ভাৰতৰ প্ৰথম শিশু শিল্পী আৰু দুৰ্গবাই চিনেমাৰ প্ৰথম মহিলা অভিনেত্ৰী হিচাপে পৰিগণিত হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা

নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা

September 10, 2025 6:16 pm
‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

September 10, 2025 5:54 pm
আইআইটি খড়গপুৰঃ হোষ্টেলত সুকীয়াকৈ নাই আমিষ-নিৰামিষভোজীৰ বাবে আসন, শিক্ষাৰ্থীৰ প্ৰতিবাদত সলনি সিদ্ধান্ত

আইআইটি খড়গপুৰঃ হোষ্টেলত সুকীয়াকৈ নাই আমিষ-নিৰামিষভোজীৰ বাবে আসন, শিক্ষাৰ্থীৰ প্ৰতিবাদত সলনি সিদ্ধান্ত

September 10, 2025 5:28 pm
ঐশ্বৰ্য ৰায়ৰ পাছত ভুৱা এআই-জেনেৰেটেড ভিডিঅ’ৰ বিৰুদ্ধে দিল্লী হাইকোৰ্টৰ দ্বাৰস্থ অভিষেক বচ্চন

ঐশ্বৰ্য ৰায়ৰ পাছত ভুৱা এআই-জেনেৰেটেড ভিডিঅ’ৰ বিৰুদ্ধে দিল্লী হাইকোৰ্টৰ দ্বাৰস্থ অভিষেক বচ্চন

September 10, 2025 4:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা

নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা

September 10, 2025 6:16 pm
‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

September 10, 2025 5:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd