• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

সামান্থা, ৰশ্মিকা নহয়! কোন হ’ব পুষ্পা ২’ৰ আইটেম গাৰ্ল?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 6, 2024 7:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুষ্পা ২ চিনেমাত আল্লু অৰ্জুনৰ লগত কোনে আইটেম ডান্স কৰিব তাকে লৈ এতিয়া চৰ্চা চলিছে। এইবাৰ এইবাৰ আল্লুৰ লগত আইটেম ডান্স কৰিবলৈ আহি আছে আন এগৰাকী সুন্দৰী।

চলিত বৰ্ষৰ ডিচেম্বৰ মাহত মুক্তি লাভ কৰিব আল্লু অৰ্জুনৰ পুষ্পা ২ নামৰ চিনেমাখনে। যিখন চিনেমাৰ বাবে যোৱা ৩ বছৰে দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰি আছে। পুষ্পা চিনেমাখনত আল্লু অৰ্জুনৰ সৈতে সামন্ত ৰুথ প্ৰভুৰ আইটেম ডান্স ব্যাপক হিট হৈছিল।

জানিবলৈ পোৱা মতে, চিনেমাখনৰ দ্বিতীয় খণ্ডতো সামান্থা থাকিব, কিন্তু সামান্থাৰ লগত থাকিব আন এগৰাকী সুন্দৰী অভিনেত্ৰী।

প্ৰথম অৱস্থাত শ্ৰদ্ধা কাপুৰ, জাহ্নৱী কাপুৰৰ পৰা আৰম্ভ কৰি তৃপ্তী ডিমৰিলৈকে বলীউডৰ কেইবাগৰাকীও অভিনেত্ৰীয়ে আল্লুৰ সৈতে নাচিব বুলি চৰ্চা চলিছিল। কিন্তু শ্ৰী লীলা নামৰ দক্ষিণৰ এগৰাকী অভিনেত্ৰী পুষ্পা ২ ৰ আইটেম গাৰ্ল হ’ব বুলি শেহতীয়াকৈ খবৰ পোহৰলৈ আহিছে।

২০০১ চনৰ ১৪ জুনত শ্ৰীলীলাৰ জন্ম হৈছিল। তেওঁৰ জন্ম হৈছিল মিচিগানত। তাৰ পিছত বাংগালুৰুলৈ আহি স্কুল-কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰে। শ্ৰীলীলাৰ দেউতাক পেছাত ব্যৱসায়ী আৰু মাক পেথ’লজিষ্ট। তেওঁৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হৈছে।

স্কুল শেষ কৰাৰ পিছত মাকৰ দৰেই চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰিছিল শ্ৰীলীলাই। সৰুৰে পৰা নৃত্যৰ প্ৰতি তীব্র আগ্ৰহ আছিল শ্ৰীলীলাৰ। ভাৰতনাট্যৰ প্ৰশিক্ষণ লৈছিল শ্ৰীলীলাই। ২০১৭ চনত তেওঁ প্ৰথম অভিনয়ৰ সুযোগ লাভ কৰিছিল চিত্ৰাংগদা নামৰ এখন তেলেগু চিনেমাত।

 

View this post on Instagram

 

A post shared by Sreeleela (@sreeleela14)

২০১৯ চনৰ পৰা শ্ৰীলীলাই পূৰ্ণাংগ অভিনেত্ৰী হিচাপে অভিনয় কৰিবলৈ আৰম্ভ কৰে। তেওঁ তেলেগু আৰু কানাড়া ভাষাৰ ছবিত কাম কৰি আহিছে। ‘কিছ’, ‘পেল্লী সন্দাদী’, ‘বাই টু লাভ’, ‘ধমাকা’, ‘আদিকেশৱ’ আদি কেইবাখনো দক্ষিণৰ ছবিত অভিনয় কৰিছে। এইবাৰ মহেশ বাবুৰ সৈতে ‘গুন্টুৰ কৰম’ চিনেমাত দেখা যাব শ্ৰীলীলাক। অতি সোনকালে তেওঁক বলীউডতো দেখা যাব।

চলিত বৰ্ষৰ নৱেম্বৰ মাহত পুষ্পা ২ ৰ আইটেম ডান্সৰ শ্বুটিং হ’ব। ডিচেম্বৰ মাহত মুক্তি পাব ছবিখন।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd