• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বজাৰৰ ফল-মূলৰ ওপৰত কিয় লগোৱা থাকে ষ্টীকাৰ? জানেনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 28, 2023 3:30 pm
1.3k
VIEWS
Share on FacebookShare on Twitter

বজাৰৰ পৰা ফলমূল কিনো দেখা যায় যে বিভিন্ন ফলত সৰুকৈ ষ্টীকাৰ লগোৱা দেখা যায়। বহুতে ভাবে যে ফলৰ এই ষ্টিকবোৰ সম্ভৱতঃ গুণগত মানৰ সূচক। 

আনকি, কিছুমানে ভাবে, এই ফলবোৰ সম্ভৱতঃ বহিঃৰাজ্যৰ পৰা আমদানি কৰা হয়। কিন্তু সচাঁকৈয়ে নেকি?

ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষ’ বা ‘এফ এছ এছ এ আই’ত কোৱা হৈছে যে ফলৰ গুণগত মান, মূল্য আৰু প্ৰক্ৰিয়া বুজিবলৈ বিশ্বৰ বিভিন্ন দেশত এনে ষ্টীকাৰ ব্যৱহাৰ কৰা হয়। 

কিন্তু ভাৰতত তেনে কোনো নিয়ম একেবাৰেই নাই। বৰঞ্চ ফলৰ দোষবোৰ ঢাকিবলৈ বা ফলটো আন ফলতকৈ ভাল বুলি প্ৰমাণ কৰিবলৈ এনে ষ্টীকাৰ ব্যৱহাৰ কৰা হয়। বহু সময়ত গ্ৰাহকক এনে ষ্টীকাৰ দেখুৱাই অধিক দাম বিচৰা হয়।

গতিকে বিশেষজ্ঞসকলে কয় যে কেৱল ফলটোৰ ওপৰত থকা ষ্টীকাৰটো চাই ফলটো ভাল বুলি ভবাৰ কোনো কাৰণ নাই। তদুপৰি বিশেষজ্ঞসকলে কয় যে ফলটোৰ ওপৰত যিবোৰ ষ্টীকাৰ ব্যৱহাৰ কৰা হয় সেইবোৰৰ বিশেষ নিৰীক্ষণ নাই। গতিকে এই ধৰণৰ আঠাত ব্যৱহৃত ৰাসায়নিক পদাৰ্থ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে বুলি একাংশ বিশেষজ্ঞই ভাবে।

কিন্তু পৃথিৱীৰ সকলো দেশতে ফলত লগোৱা ষ্টীকাৰ অৰ্থহীন নহয়। যদি ষ্টীকাৰত চাৰিটা অংকৰ ক’ড থাকে তেন্তে ইয়াৰ অৰ্থ হ’ল ফল উৎপাদনত সাধাৰণ সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰা হৈছে বুলি আইএফপিএছে কয়। যদি ক’ডটো পাঁচটা অংক আৰু ক’ডৰ প্ৰথম অংকটো ৮ হয়, তেন্তে ইয়াৰ অৰ্থ হ’ল যে ফলটো ‘জিনীয়ভাৱে পৰিৱৰ্তিত’। আৰু যদি পাঁচ অংকৰ ক’ডটো ৯ ৰে আৰম্ভ হয় তেন্তে তাৰ অৰ্থ হ’ল ফলটো সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰা হৈছে।

Recent News

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

মেক্সিকো’-আমেৰিকাৰ সীমান্তত সন্তানক এৰি গৈছে পিতৃ-মাতৃয়ে : ভিছা লাভৰ কৌশল নে সংকট?

মেক্সিকো’-আমেৰিকাৰ সীমান্তত সন্তানক এৰি গৈছে পিতৃ-মাতৃয়ে : ভিছা লাভৰ কৌশল নে সংকট?

জম্মুৰ সমীপত পাক সেনাৰ শিবিৰ আৰু সন্ত্ৰাসবাদীৰ লঞ্চ পেড ধ্বংস কৰিলে ভাৰতে

জম্মুৰ সমীপত পাক সেনাৰ শিবিৰ আৰু সন্ত্ৰাসবাদীৰ লঞ্চ পেড ধ্বংস কৰিলে ভাৰতে

১ জুনৰ পৰা গুৱাহাটীত নালাগে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং মাচুল; অনুজ্ঞাপত্ৰতো পৰিৱৰ্তন

১ জুনৰ পৰা গুৱাহাটীত নালাগে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং মাচুল; অনুজ্ঞাপত্ৰতো পৰিৱৰ্তন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd