• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাহেকীয়াৰ সময়ত পেট বিষ কিয় হয়? জানো আহক উপশমৰ উপায়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 17, 2025 7:12 am
4.7k
VIEWS
Share on FacebookShare on Twitter

মাহেকীয়াৰ সময়ত মহিলাসকলৰ পেট বিষ হোৱাতো এক স্বাভাৱিক কথা। পেট বিষৰ লগতে মুড চুইং আৰু খিঙখিঙিয়া হোৱাটোও এক লক্ষণ।

মাহেকীয়াৰ সময়ত মহিলাসকলৰ পেট বিষ (Menstrual Cramps) হোৱাৰ প্ৰধান কাৰণ হৈছে জৰায়ু(uterus) সংকোচন। মাহেকীয়া হোৱাৰ সময়ত জৰায়ুটো অতি সক্ৰিয়ভাৱে সংকুচিত হয়, যাৰ ফলত ৰক্ত নলীত অক্সিজেনৰ অভাৱ হয় আৰু বিষ অনুভৱ হয়।

মাহেকীয়াৰ সময়ত পেট বিষ হোৱাৰ কিছু মুখ্য কাৰণ –

প্ৰোস্টাগ্লেণ্ডিন (Prostaglandins) বৃদ্ধি : ই এটা ৰাসায়নিক পদাৰ্থ, যি জৰায়ু সংকোচন কৰে। এই পদাৰ্থ অধিক মাত্রাত থাকিলে জৰায়ু অধিক সংকোচন হয় আৰু বিষ বেছিকৈ অনুভূত হয়।

হৰম’নৰ  পৰিৱৰ্তন : ইষ্ট্ৰ’জেন আৰু প্ৰজেষ্টেৰ’ন হৰম’নৰ খেলিমেলিৰ বাবেও মাহেকীয়াৰ সময়ত পেট বিষ অনুভৱ হ’ব পাৰে।

এণ্ড’মিট্ৰিঅ’ছিছ (Endometriosis) : জৰায়ুৰ বাহিৰত এণ্ড’মিট্ৰিঅ’ছিছ নামৰ কোষৰ বৃদ্ধি হ’লে পেট বিষ হ’ব পাৰে।

PCOS (Polycystic Ovary Syndrome) :  অসন্তুলিত হৰম’নৰ বাবে অনিয়মীয়া মাহেকীয়া হয়। মাহেকীয়া অনিয়মীয়া হ’লে পেটৰ বিষ অধিক হোৱাৰ সম্ভাৱনা থাকে।

পানী কম খোৱা : পানী কমকৈ খালে জৰায়ুৰ সংকোচন বেছিকৈ হয় আৰু পেটত গেছ হোৱাৰ সম্ভাৱনা থাকে, যি মাহেকীয়াৰ সময়ত বিষ বৃদ্ধি কৰিব পাৰে।

মাহেকীয়াৰ সময়ত হোৱা বিষৰ পৰা উপশম পোৱাৰ সহজ ঘৰুৱা উপায় –

১. গৰম পানীৰ বেগ পেটত ৰাখিলে জৰায়ুৰ সংকোচন কমি যায় আৰু বিষ কমি যায়।
২. আদা দিয়া চাহে জৰায়ুৰ সংকোচন হ্ৰাস কৰি বিষ নিৰাময়ত সহায় কৰে।
৩. হালধিত এণ্টি-ইনফ্লেমেটৰী গুণ থাকে। গতিকে, গাখীৰৰ লগত হালধী মিলাই খাল মাহেকীয়াৰ বিষ কমিব পাৰে।
৪. তুলসী হৈছে প্ৰাকৃতিক পেইনকিলাৰ। গৰম পানীৰ সৈতে তুলসী পাতৰ ৰস সেৱন কৰাতো বিষৰ বাবে উপকাৰী।
৫. পেটৰ তলৰ ফালে তেল দি মৃদুভাৱে মালিচ কৰিলে জৰায়ুৰ সংকোচন কমি যায়। ফলত বিষৰ পৰা উপশম পাব পাৰি।
৬. পাতল ব্যায়াম বা যোগ যেনে – কাপালভাতি, ভুজংগাসন, আৰু সুকাসন আদিয়ে জৰায়ুৰ সংকোচন হ্ৰাস কৰাত সহায় কৰে।

৭. অতি ঠাণ্ডা পানী খোৱাতো মাহেকীয়াৰ সময়ত বাদ দিব লাগে। ঠাণ্ডা বস্তুবোৰ খালে জৰায়ুৰ সংকোচন বেছি হয়। সেয়ে গৰম পানী বা গৰম চাহ খাব লাগে।
৮. ক্যাফেইনযুক্ত খাদ্যই জৰায়ুত সংকোচন বৃদ্ধি কৰে। সেইবাবে চকলেট আদি খোৱাৰ পৰা বিৰত থাকক।
৯. পটাচিয়ামযুক্ত খাদ্য যেনে কল, মৌজোল, গাখীৰ, কলমৌ শাক ইত্যাদি খাব লাগে। ই মাহেকীয়াৰ সময়ত হোৱা পেট বিষ উপশম কৰাত সহায় কৰে।

যদি অসহনীয় বিষ হয় বা মাহেকীয়া অনিয়মিত হয় তেন্তে শীঘ্ৰে ডাক্তৰৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয়।

Recent News

তেলেংগানাৰ ৰাসায়নিক কাৰখানাত ভয়াৱহ বিস্ফোৰণত নিহত ১০ জন, আহত কমেও ১৫ জন

তেলেংগানাৰ ৰাসায়নিক কাৰখানাত ভয়াৱহ বিস্ফোৰণত নিহত ১০ জন, আহত কমেও ১৫ জন

মাজ আকাশত কাৰিকৰী বিজুতি; টকিঅ’-দিল্লী এয়াৰ ইণ্ডিয়াৰ বিমানৰ কলকাতাত জৰুৰী অৱতৰণ  

মাজ আকাশত কাৰিকৰী বিজুতি; টকিঅ’-দিল্লী এয়াৰ ইণ্ডিয়াৰ বিমানৰ কলকাতাত জৰুৰী অৱতৰণ  

গৰুখুটি প্ৰকল্পক লৈ ৰাজনৈতিক উত্তাপ; মাটি আৰু গৰুৰ অপব্যৱহাৰৰ অভিযোগ প্ৰব্ৰজন বিৰোধী মঞ্চৰ

গৰুখুটি প্ৰকল্পক লৈ ৰাজনৈতিক উত্তাপ; মাটি আৰু গৰুৰ অপব্যৱহাৰৰ অভিযোগ প্ৰব্ৰজন বিৰোধী মঞ্চৰ

মেঘালয়ৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা; মধ্যপ্ৰদেশৰ পৰা উদ্ধাৰ ৰঘুবংশী দম্পতীৰ সোণৰ গহনা

মেঘালয়ৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা; মধ্যপ্ৰদেশৰ পৰা উদ্ধাৰ ৰঘুবংশী দম্পতীৰ সোণৰ গহনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd