• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজীৱ গান্ধীৰ নামত কিয় দিয়া হয় ক্ৰীড়াৰ সৰ্বোচ্চ সন্মান; ক্ৰীড়া মন্ত্ৰীৰ পৰা বিচাৰিছে উত্তৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 3, 2020 7:39 am
1.5k
VIEWS
Share on FacebookShare on Twitter

ক্ৰীড়া ক্ষেত্ৰখনত আগবঢ়োৱা সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে খেলুৱৈসকলক প্ৰতিবছৰে ভাৰত চৰকাৰে সন্মানিত কৰে। ২৯ আগষ্ট অৰ্থাৎ ক্ৰীড়া দিৱসৰ দিনা এই সন্মান প্ৰদান কৰা হয়।

বিশ্বৰ প্ৰসিদ্ধ তথা মহান হকী খেলুৱৈ মেজৰ ধ্যানচন্দৰ জন্মদিনটোত ভাৰতত ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়।

ভাৰত চৰকাৰে খেলুৱৈসকলক প্ৰদান কৰা সন্মানৰ ভিতৰত সৰ্বোচ্চ হ’ল ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা। এই বঁটাটি পূৰ্বৰ প্ৰদধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ নামেৰে নামকৰণ হোৱাক কেন্দ্ৰ কৰি এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে।

ক্ৰীড়াৰ সৈতে পূৰ্বৰ প্ৰধান মন্ত্ৰী গৰাকীৰ কোনো সম্পৰ্ক নাই। সেয়ে তেওঁৰ নামত এই সন্মান কিয় আগবঢ়োৱা হয় বুলি চহজাদ জয় হিন্দ নামৰ টুইটাৰ একাউণ্ট এটাৰ পৰা ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুক প্ৰশ্ন কৰিছে।

চহজাদে টুইটাৰৰ জৰিয়তে কয়, ‍‘ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান খেল ৰত্ন বঁটাৰ নাম ৰাজীৱ গান্ধী কিয় ৰখা হৈছিল। তেওঁ খেলুৱৈ আছিল নেকি? ধ্যানচন্দ নাইবা আন কোনো এথলীটৰ নামত বঁটাটিৰ নাম ৰাখিব নোৱাৰো নেকি’।

Recent News

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd